এদিনৰ বাবে আৰক্ষী অধীক্ষক হ’ল অৰুণাচল প্ৰদেশৰ এগৰাকী ছাত্ৰী! অধীনস্থ থানাত দিলে Sudden Visit

নিউজ ডেস্ক। সোমবাৰে বিশ্বৰ লগতে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ আৰক্ষী বিভাগেয়ো জিৰ’ত ব্যতিক্ৰম ধৰণে উদযাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। সেই অনুসৰি ছেইণ্ট ক্লেয়াৰেট কলেজৰ ছাত্ৰী টাগে টোনিয়াক অৰ্পন কৰা হ’ল এদিনৰ বাবে জিৰ’ আৰক্ষী অধীক্ষকৰ দায়িত্ব। নাৰী সৱলীকৰণক গুৰুত্ব দি এই কাৰ্য সম্পাদন কৰে বিভাগটােৱে। টাগে টোনিয়া ছেইণ্ট ক্লেয়াৰেট কলেজৰ গণ সংযোগ বিভাগৰ ছাত্ৰী … Read more

আচৰিত! একেলগে ১০ কিলো জলকীয়া খাব পাৰে এজন ব্যক্তিয়ে… চাওক ভিডিঅ’

নিউজ ডেস্ক। আপুনি বা মই যদি এটা জলকীয়া খাওঁ, তেতিয়া শেহাই থাকিব নোৱাৰা হওঁ বা জলাৰ কোবত চকুৰে আমাৰ পানী ওলাই যায়। কিন্তু এইবাৰ আমি আপোনালোকক কবলৈ ওলাইছো এজন অসাধাৰণ মানুহ যিয়ে জলকীয়া খাই চানা খোৱাৰ দৰে। একো সাৰ-শুৰ নাইকীয়াকৈ তেওঁ খাব পাৰে ১০ কিলো পৰ্যন্ত জলকীয়া। ব্যক্তিজনৰ তেনে এক জলকীয়া খোৱা ভিডিঅ’ আনকি সামাজিক … Read more

সম্পূৰ্ণ ঘৰটােকে দাঙি লৈ গ’ল গাওঁবাসীয়ে! ছ’চিয়েল মিডিয়াত চৰ্চিত হ’ল উত্তৰ পূবৰ এখন অখ্যাত গাঁও

নিউজ ডেস্ক। অসমীয়াত এষাৰ আপ্তবাক্য আছে- ৰাইজে নখ জােকাৰিলে নৈ বয়। এই বাক্যষাৰীকে যেন চৰিতাৰ্থ কৰি দেখুৱালে নাগালেণ্ডৰ এখন অখ্যাত গাঁৱৰ বাসিন্দাই। দুৰ্গম পাহাৰীয়া অঞ্চলত বাস কৰা গাঁওবাসীয়ে একগােট হৈ এটা সম্পূৰ্ণ ঘৰ দাঙি লৈ গ’ল অন্য এক ঠাইলৈ। ঘৰ দাঙি নিয়া এই ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল। আপুনি বিশ্বাস কৰিবলৈ হয়তো টান … Read more

ৰাজ্যপালৰ বাসগৃহলৈ হেণ্ড গ্ৰেনেড নিক্ষেপ দুষ্কৃতিকাৰীৰ!

নিউজ ডেস্ক। মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাৰ চৰকাৰী বাসভৱনলৈ লক্ষ্য কৰি কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে হেণ্ড গ্ৰেনেড নিক্ষেপ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত খবৰ অনুসৰি, মংগলবাৰে বিয়লি নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰি মণিপুৰৰ ৰাজধানী ইম্ফল স্থিত ৰাজভৱনৰ প্ৰৱেশ দ্বাৰৰ ভিতৰলৈ হেণ্ড গ্ৰেনেডটো দলিয়াই থৈ উধাও হয় দুষ্কৃতিকাৰী। অৱশ্যে সৌভাগ্যক্ৰমে বোমাটো বিস্ফোৰণ হোৱাৰ পূৰ্বে ৰাজভৱনৰ নিৰাপত্তাৰ দায়িত্বত … Read more