SI ছাৰৰ নিৰ্লজ্জ কাণ্ড! এজাহাৰ দিবলৈ থানালৈ অহা যুৱতীক যৌন নিৰ্যাতন চলাই হ’ল গ্ৰেপ্তাৰ…

SI ছাৰৰ নিৰ্লজ্জ কাণ্ড! এজাহাৰ দিবলৈ থানালৈ অহা যুৱতীক যৌন নিৰ্যাতন চলাই হ’ল গ্ৰেপ্তাৰ…

January 1, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ শিৱসাগৰ সদৰ থানত চাঞ্চল্যকৰ ঘটনা।

থানালৈ এজাহাৰ দিবলৈ অহা যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

শিৱসাগৰ সদৰ থানাৰ উপ-পৰিদৰ্শক ৰিপজ্যোতি দলেৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত এছআই জনক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে কাৰাগাৰলৈ।