টেট‌ শিক্ষক ভিক্টৰ দাসক নিলম্বন শিক্ষা বিভাগৰ

টেট‌ শিক্ষক ভিক্টৰ দাসক নিলম্বন শিক্ষা বিভাগৰ

September 20, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন।

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তোলা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন।

শিক্ষা সঞ্চালকে নিলম্বন কৰে ভিক্টৰ দাসক।

উল্লেখ্য যে, ভিক্টৰ দাসে ক’চিং চেণ্টাৰৰ চলাই থকাৰ লগতে এগৰাকী টেট শিক্ষক আছিল।

এদিন‌ পূৰ্বে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভিক্টৰ দাসক নিলম্বনৰ আহ্বান জনাইছিল চৰকাৰক।