ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ আত্মসমৰ্পণ কৰা আন এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ আত্মসমৰ্পণ কৰা আন এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

December 3, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ অব্যাহত আছে আৰক্ষীৰ অভিযান।

ইপিনে, শনিবাৰে গ্ৰেপ্তাৰ হল ৰেগিং কাণ্ডৰ সৈতে জড়িত ষষ্ঠজন অভিযুক্তক।

আত্মসমৰ্পণৰ বাবে আহোঁতেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত কল্যান দত্তক।

উল্লেখ্য যে বৰ্তমানো পলাতক হৈ আছে মূল অভিযুক্ত ৰাহুল ছেত্ৰী।