বিশিষ্ট সাহিত্যিক ডঃ অনিমা গুহৰ দেহাৱসান, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…

বিশিষ্টা লেখিকা ডঃ অনিমা গুহৰ দেহাৱসান।

স্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি আছিল লেখিকাগৰাকী।

বিয়লি ৩-৪০ বজাত মহানগৰীৰ ‘আৰ্য হাস্পতাল’ত মৃত্যু ঘটে ড০ গুহৰ।

উলুবাৰীস্থিত বাসভৱনত মৃত্যু হৈছে অনিমা গুহৰ।

প্ৰখ্যাত নিবন্ধকাৰ অমলেন্দু গুহৰ পত্নী আছিল অনিমা গুহ।

৯০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অনিমা গুহে।

তেওঁৰ মৃত্যু অনুৰাগীসকলৰ শোকপ্ৰকাশ।

বিশিষ্ট লেখিকা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

অনিমা গুহৰ মৃত্যুত ৰাজ্যখনে এগৰাকী বিশিষ্ট সাহিত্যিকক হেৰুৱালে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷

প্ৰয়াত সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰে ৷

Leave a Comment