ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

January 22, 2023 Off By NEWS DESK

নিউজ ডেস্ক। অসমৰ ভ্ৰাম্যমান জগতৰ বাবে এক দুখবৰ।

বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান।

উল্লেখ্য যে অভিনয় কৰি থাকোতেই মঞ্চত ঢলি পৰিছিল অভিনেতাজন।

যােৱা ৬ জানুৱাৰী ষ্ট্ৰ’কত আক্ৰান্ত হোৱা অভিনেতাজনে চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত শেষ নিশ্বাস ত্যাগ।