মাজুলীত সৰ্বানন্দ সোণোৱালৰ বৃহৎ জয়…

বহু জল্পনা কল্পনাৰ অন্ত।

মাজুলীত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বৃহৎ জয়।

সোণোৱালৰ সন্মুখত ধৰাসায়ী হয় কংগ্ৰেছ প্ৰাৰ্থী।

সৰ্বানন্দ সোণোৱালে লাভ কৰে ৬৯,৭৪২ টা ভোট।

আনহাতে মাজুলীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজীৱ লোচন পেগু ২৭,৫৭৪ টা ভোটা।

সৰ্বানন্দ সোণোৱালে ৪২,১৬৮ টা ভোটত বিজয়ী সাব্যস্ত কৰে।

Leave a Comment