
শোকাবহ! নিশাৰ খাদ্য গ্ৰহণৰ পিছতে হঠাৎ অসুস্থ হৈ আকস্মিক মৃত্যু ৱাৰ্ড মেম্বাৰ কমলিকা ডেকাৰ…
December 23, 2022নিউজ ডেস্কঃ নিশাৰ আহাৰ গ্ৰহণৰ পিছতে হঠাৎ অসুস্থ হৈ আকস্মিক মৃত্যু এগৰাকী মহিলা ৱাৰ্ড মেম্বাৰৰ।
বৃহস্পতিবাৰে নিশা খাদ্য গ্ৰহণৰ পিছতে অসু্স্থ হৈ মৃত্যু ঘটে সৰ্থেবাৰী পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ কমলিকা ডেকাৰ।
জানিব পৰা মতে, সৰ্থেবাৰীৰ তামুলীচুপাৰ ৫নং ৱাৰ্ডৰ সদস্য আছিল কমলিকা ডেকা।
পৌৰসভাৰ সদস্যাগৰাকীৰ এই আকস্মিক মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।