ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

নিউজ ডেস্ক। অসমৰ ভ্ৰাম্যমান জগতৰ বাবে এক দুখবৰ।

বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান।

উল্লেখ্য যে অভিনয় কৰি থাকোতেই মঞ্চত ঢলি পৰিছিল অভিনেতাজন।

যােৱা ৬ জানুৱাৰী ষ্ট্ৰ’কত আক্ৰান্ত হোৱা অভিনেতাজনে চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত শেষ নিশ্বাস ত্যাগ।