সুখবৰ! লােকসেৱা আয়ােগৰ পৰীক্ষাত স্থান লাভ অসমৰ ছাত্ৰী দিবাংগনাৰ

নিউজ ডেস্ক। কেন্দ্ৰীয় লােকসেৱা আয়ােগ চমুকৈ ইউপিএছচিয়ে অনুষ্ঠিত কৰা প্ৰতিযােগিতামূলক পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে ডিব্ৰুগড় জিলাৰ মৰাণৰ দিবাংগনা মহনে। উল্লেখ্য যে কেন্দ্ৰীয় লােকসেৱা আয়ােগে অনুষ্ঠিত কৰা এনফ’ৰ্চমেণ্ট অফিচাৰ পদৰ পৰীক্ষাত দেশৰ ভিতৰতে ১৬২ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে দিবাংগনা মহনে। উল্লেখ্য যে মৰাণ নতুন নগৰৰ নিৱাসী অজয় মহনৰ কন্যা … Read more

টাৰ্গেট অংকিতা দত্ত! কাৰ্যালয়ত হাজিৰ হ’বলৈ চমন জাৰি কৰিলে চিবিআইয়ে…

নিউজ ডেস্ক। এইবাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইৰ ৰাডাৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্ত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তলৈ চিবিআইয়ে চমন জাৰি কৰিছে। উল্লেখ্য যে বিগত কিছু সময়ত বিভিন্ন বিষয়ক লৈ অসম আৰু কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দােলনৰ নেতৃত্ব দিছে অংকিতা দত্তই। জানিব পৰা … Read more

সুখবৰ! ১০০ মিটাৰ দৌৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ অসম সন্তান অম্লান বৰগােহাঁইৰ

নিউজ ডেস্ক। অসম সন্তান অম্লান বৰগোহাঁই ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ জিলিকি উঠিছে। যুৱ স্ত্ৰীণ্টাৰ অম্লানে সোমবাৰে পুৰুষৰ ১০০ মিটাৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে। উত্তৰ প্ৰদেশৰ ৰায় বেৰেলিত অনুষ্ঠিত সৰ্বভাৰতীয় আন্তঃৰে’লৱেজ এথলেটিকছ চেম্পিয়নশ্বিপত আকর্ষণীয় ১০.২৫ ছেকেণ্ড সময়মানেৰে দৌৰ সম্পূৰ্ণ কৰি অমিয় কুমাৰ মল্লিকৰ নামত থকা পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ম্লান কৰে অম্লানে। ৮৭ সংখ্যক প্রতিযোগিতাখনত স্বৰ্ণ লাভ … Read more

অসমতাে হ’ব ‘আপ’ৰ চৰকাৰ! কেতিয়া হ’ব ক’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই…

নিউজ ডেস্ক। শেহতীয়াকৈ অসমৰ শিক্ষাখণ্ডৰ অৱস্থাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ যুঁজ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। নিতৌ ইজনে-সিজনক লক্ষ্য কৰি টুইটৰ জৰিয়তে বিভিন্ন বিষয় উত্থাপন কৰিছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ এটা টুইটৰ প্ৰত্যুত্তৰ দিবলৈ গৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে অসমৰ যেতিয়া ‘আপ’ৰ চৰকাৰ গঠন হ’ব, তেতিয়া … Read more

গাড়ীৰ ক্ৰয়ৰ বিনিময়ত ডিলাৰৰ মহিলা কৰ্মচাৰীক ‘নৈশ যাপন’ৰ প্ৰস্তাৱ দিয়াৰ অভিযােগ জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে! উভয় পক্ষৰে গােচৰ ৰুজু

নিউজ ডেস্ক। এক অবাঞ্ছিত ঘটনা সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ডিব্ৰুগড়ত। পত্নীৰ সৈতে গাড়ীৰ কিনিবলৈ ডিব্ৰুগড়ৰ বিমল অটাে নামৰ প্ৰতিষ্ঠানলৈ যােৱা এগৰাকী জ্যেষ্ঠ চিকিৎসৰ বিৰুদ্ধে গােচৰ ৰুজু কৰিছে প্ৰতিষ্ঠানটােৰে এগৰাকী মহিলা কৰ্মচাৰীয়ে। অভিযােগ অনুসৰি, গাড়ী ক্ৰয় কৰাৰ বিনিময়ত হেনো এই মহিলা কৰ্মচাৰীগৰাকীক এনিশাৰ বাবে ‘অফাৰ’ত বিচাৰিছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ লিথিংগা লোথাই। … Read more

শােকাৱহ! অন্য জিলাৰ কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল টেট শিক্ষক গণেশ মণ্ডলৰ…

নিউজ ডেস্ক। এক কৰুণ ঘটনা। সুদূৰ শিৱসাগৰৰ কৰ্তব্যস্থলীৰ পৰা নিজ ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল টেট শিক্ষক গণেশ মণ্ডলৰ (২৪)। অকালতে মৃত্যুক সাৱটি লােৱা টেট শিক্ষকগৰাকী কামৰূপ জিলাৰ বকো-মালিবাৰী সত্ৰৰ বাসিন্দা। জানিব পৰামতে, গণেশ মণ্ডল নামৰ এই টেট শিক্ষক গৰাকীয়ে কর্মস্থলী শিৱসাগৰৰ জিলাৰ পৰা ৰে’লযোগে গুৱাহাটীলৈ আহি লালগণেশৰ পৰা লখৰালৈ মেজিক (AS-01HC-6736 ) এখনেৰে গৈ … Read more

অসম আৰক্ষীৰ ব্যতিক্ৰমী ৰূপ! ফুল, কলম, চকলেট যাচি শুভেচ্ছা জনালে পৰীক্ষাৰ্থীক

নিউজ ডেস্ক। দেওবাৰে অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। ২৫ খন জিলাত অৱতীৰ্ণ হ’ল ৯ লক্ষাধিক প্ৰাৰ্থী। অৱশ্যে, পৰীক্ষাৰ মাজতে বিভিন্ন পৰীক্ষা কেন্দ্ৰত অসম আৰক্ষীক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত। পৰীক্ষাৰ্থীৰ তালাচীৰ সমানে বিভিন্ন পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলক আৰক্ষীয়ে উপহাৰ প্ৰদান কৰি শুভেচ্ছা জনালে অসম আৰক্ষীয়ে। কােনাে ঠাইত কলম, ফুল উপাহাৰ দি পৰীক্ষাৰ্থীক আদৰিলে … Read more

খাকী পোছাকত পাৰ্লাৰত বহি যুৱতীৰ দ্বাৰা লৈ মালিচ লৈ বিপদত পৰিল অ’চি ছাৰ, SP ছাৰে ল’লে এই ব্যৱস্থা…

নিউজ ডেস্ক। খাকী পােছাকত বিউটি পাৰ্লাৰত বহি মালিচ লৈ বিপদত পৰিল অ’চি ছাৰ! যুৱতীয়ে আৰক্ষী বিষয়াগৰাকীৰ চেহেৰাত মাছাজ দি থকা অৱস্থাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে উৰ্ধতন বিষয়াৰ ৰােষত পৰিল অ’চি ছাৰ। আৰক্ষীৰ উৰ্ধতন মহিলে এই কাৰ্যৰ বাবে নিলম্বন কৰিলে আৰক্ষী বিষয়াগৰাকীক এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ। প্ৰয়াগ ৰাজৰ চিভিল … Read more

মৰ্মান্তিক! ব্যক্তিগত হাস্পতালত সন্তান প্ৰসৱৰ এদিন পিছতে আকস্মিক মৃত্যু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ ৰুমী কাকতিৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। হাস্পতালত সন্তান প্ৰসৱৰ এদিন পিছতে মৃত্যু ঘটিল প্ৰসূতিৰ। নলবাৰীৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত হয় এই ঘটনা। এই ঘটনাক কেন্দ্ৰ কৰি হাস্পতালৰ চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে, নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ ৰুমী কাকতি প্ৰসূতিজনিত কাৰণত তিনিদিন পূৰ্বে ভৰ্তি … Read more

মৰ্মান্তিক! মাতৃৰ শৰীৰত প্ৰৱাহিত হ’ল বিদ্যুৎ, মাতৃৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কন্যাৰাে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক কৰুণ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি ল’লে দুই মাতৃ-কন্যাই। এই শােকাৱহ ঘটনাৰ স্থান বিশ্বনাথ জিলাৰ পূব ভিৰৰ গােৱালতলী অঞ্চল। জানিব পৰা মতে, গা ধােৱাৰ পিছত তাঁৰত কাপোৰ মেলিবলৈ যাওঁতেই বিদ্যুৎস্পৃষ্ট হয় মাতৃ লালভানু খাতুন (৩৪)। তাকে দেখি মাতৃক বচাবলৈ যায় কণমানি কন্যাইও। কিন্তু ৰক্ষা নপৰিল দুয়োজন। মাতৃক বচাবলৈ গৈ একেলগে বিদ্যুৎস্পৃষ্ট … Read more