এইবাৰ ঘােচ লৈ গ্ৰেপ্তাৰ সৰ্বশিক্ষা মিছনৰ জিলা সমন্বয়ক, দৰমহা মুকলিৰ নামত দাবী কৰিছিল উৎকােচ…

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ হ’ল এগৰাকী চৰকাৰী বিষয়া। এইবাৰ ভিজিলেঞ্চৰ অভিযান সৰ্বশিক্ষা মিছনৰ ধুবুৰী জিলা সমন্বয়কৰ কাৰ্যালয়ত। ঘােচ লৈ থাকােতে ভিজিলেঞ্চৰ অভিযান গ্ৰেপ্তাৰ হ’ল জিলা সৰ্বশিক্ষা অভিযান মিছনৰ ধুবুৰী জিলাৰ সমন্বয়ক আজহাৰুল ইছলাম। জানিব পৰা মতে, এগৰাকী কৰ্মচাৰীৰ প্ৰাপ্য … Read more

সুখবৰ! ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২ ৰ বাবে নিৰ্বাচিত অসমৰ কৃতী শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামী

নিউজ ডেস্ক। অসমবাসীৰ বাবে এক সুখবৰ। ২੦২২ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হ’ল অসমৰ কৃতী শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামী। উল্লেখ্য যে মীনাক্ষী গােস্বামী শোণিতপুৰ জিলাৰ বিহাগুৰিত অৱস্থিত চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা। উল্লেখ্য যে শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে প্ৰতি বছৰে প্ৰদান কৰা এই বঁটাৰ বাবে চলিত বছৰত মুঠ ৪৬ গৰাকী … Read more

পুনৰ ঘােচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, এইবাৰ অভিযান চলিল জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত

নিউজ ডেস্ক। পুনৰ উৎকােচ লৈ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী কৰ্মচাৰী। এইবাৰ অভিযান চলিল ধেমাজি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত। এখন ই-ৰিক্সা বিক্ৰী কৰা প্ৰতিষ্ঠানৰ ট্ৰেড লাইচেন্স নবীকৰণৰ নামত উৎকােচ দাবী কৰি গ্ৰেপ্তাৰ হ’ল জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক গোবিন বৰদলৈ। উক্ত প্ৰতিষ্ঠানটােৰ প্ৰতিনিধিৰ পৰা উৎকােচ লৈ ভিজিলেঞ্চলৰ হাতত গ্ৰেপ্তাৰ হয় জিলা পৰিবহন কাৰ্যালয়ৰ বৰবাবু গােবিন্দ … Read more

সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈ আলফা (স্বা)ৰ ছাৰ্জেন্ট মেজৰ অচিন্ত্য মৰাণ ওৰফে ইয়াংখু অসমৰ মৃত্যু

নিউজ ডেস্ক। ভাৰতীয় সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈ মৃত্যু সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ ছাৰ্জেন্ট মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত্য মৰাণৰ। আলফা (স্বাধীন)ৰ ফালৰ পৰা প্ৰকাশিত এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হৈছে। বিবৃতিটােত উল্লেখ কৰা অনুসৰি, যােৱা ৯ আগষ্টত পুৱতি নিশা প্রায় ৩:০০ বজাত এক সংঘৰ্ষত সেনাৰ গুলীত গুৰুতৰভাবে আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হৈ থকা … Read more

অসমলৈ অব্যাহত ৰােহিংগীয়াৰ প্ৰব্ৰজন! পুনৰ ৰে’ল ষ্টেচনত আটক ৬ যুৱতীসহ ৭ ৰােহিংগীয়া

নিউজ ডেস্ক। অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ অব্যাহত আছে ম্যানমাৰৰ ৰােহিংগীয়া মুছলমানৰ প্ৰব্ৰজনৰ ঘটনা। ৩ দিন পূৰ্বে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে’ল ষ্টেচনত দুজন ৰােহিংগীয়া যুৱকক আটক হােৱাৰ পাছত একেখন ৰে’ল ষ্টেচনত পুনৰ আটক হ’ল ৭ জনকৈ ৰােহিংগীয়া। ইয়াৰে ৬ গৰাকী যুৱতী আৰু এজন যুৱক। জানিব পৰা মতে, বাংলাদেশ হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰাৰ পিছতে আগৰতলাৰ পৰা … Read more

পুনৰ ঘােচকাণ্ড! এইবাৰ শিক্ষকৰ পৰা ১২੦੦ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰধান শিক্ষক

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ তীব্ৰ অভিযান। এনে অভিযানত নিতৌ ঘােচ লৈ গ্ৰেপ্তাৰ হৈছে চৰকাৰী-বিষয়া কৰ্মচাৰী। মংগলবাৰে পুনৰ ভিজিলেঞ্চৰ অভিযানত গ্ৰেপ্তাৰ হ’ল এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। জানিব পৰা মতে, মৰিগাঁও জিলাত এগৰাকী শিক্ষকৰ পৰা ১২੦੦ টকাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হয় এগৰাকী প্ৰধান শিক্ষক। এই প্ৰধান শিক্ষকগৰাকী … Read more

মৰ্মান্তিক! মূৰত গুলীয়াই নিজৰ জীৱন শেষ কৰিলে গৃহৰক্ষী জােৱান ৰণ্টু মেধিয়ে…

নিউজ ডেস্ক। পুনৰ চৰম পথ বাছি ল’লে এজন আৰক্ষী জােৱানে। মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বেৰেকত দেওবাৰে পিষ্টলেৰে নিজৰ মূৰত গুলীয়ায় গৃহৰক্ষী জােৱান ৰণ্টু মেধিয়ে। মৃত গৃহৰক্ষী জােৱানজনৰ ঘৰ মৰিগাঁও জিলাৰ কাঁহিবাৰীত বুলি জানিব পৰা গৈছ। ইফালে, এই জােৱানজনে কিয় চৰম পথ বাছি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও সন্দেহ কৰা মতে ব্যক্তিগত সমস্যাৰ … Read more

আৰক্ষীৰ থানাৰ পৰাই পলাল শিশু ধৰ্ষণৰ অভিযুক্ত, লাগিল হাহাকাৰ

নিউজ ডেস্ক। পুনৰ আৰক্ষীৰ থানাৰ পৰা পলায়ন কৰিলে এগৰাকী আচামীয়ে। হাইলাকান্দি জিলাৰ আলগাপুৰ থানাৰ পৰা আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিলে শিশু ধৰ্ষণৰ অভিযুক্ত বাহাৰুল ইছলাম নামৰ যুৱকজনে। জানিব পৰা মতে, এটি ১০ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বাহাৰুল ইছলাম। এই ধৰ্ষণকাণ্ডৰ অভিযুক্তই শুক্ৰবাৰে নিশা শৌচাগাৰলৈ যোৱাৰ সময়তে আৰক্ষীক প্ৰহাৰ কৰি পলায়ন কৰে। এই … Read more

পানী পৰিশোধন নতুন প্রযুক্তি উদ্ভাৱনেৰে আমেৰিকাত উজলিল অসমৰ জীয়ৰী হৰ্ষিতা…

নিউজ ডেস্ক। পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান। এইবাৰ পানী পৰিশােধনৰ নতুন প্ৰযুক্তি উদ্ভাৱন কৰি আন্তঃৰাষ্ট্ৰীয় পর্যায়ত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে অসমীয়া পৰিবেশ বিজ্ঞানী ড° হর্ষিতা গগৈ। এই নতুন উদ্ভাৱনৰ বাবে ইতিমধ্যে পেটেন্ট বিচাৰি আবেদন জনাইছে বিজ্ঞানীগৰাকীয়ে। উল্লেখ্য যে জৈৱ ব্যৱস্থাপনাৰ জৰিয়তে উদ্ভাৱন কৰা এই প্ৰযুক্তিৰ জৰিয়তে বৰ্জিত পানীও শোধন কৰিব পৰা যাব। বর্জিত … Read more

শােকাৱহ! ডাম্পাৰৰ সৈতে অটোৰিক্সাৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু ৪ জনৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। ডাম্পাৰৰ সৈতে শ্ৰমিক কঢ়িওৱা অটােৰিক্সাৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ৪ জন শ্ৰমিকৰ। এই ঘটনা সংঘটিত হ’ল কাটিগড়াত। জানিব পৰা মতে, কাটিগড়াৰ টিকপাৰা গাঁৱৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১ বজাত এই ঘটনাটো সংঘটিত হয়। এই ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহতাে হয়। আহত যাত্ৰীসকলক ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু … Read more