২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

নিউজ ডেস্ক। ২ মে’ত বিয়া! ২৫ এপ্ৰিলৰ পৰাই প্ৰাকবিবাহৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ কথা আছিল। ইতিমধ্যে প্ৰায় সম্পন্ন হৈছিল বিয়াৰ সমস্ত জা-যোগাৰ। কিন্তু…! নিয়তিৰ যেন সহ্য নহ’ল পৰিয়ালটোৰ আনন্দ। যাৰ বাবে এক কৰুণ দুৰ্ঘটনাত নিঃশেষ হৈ গ’ল কোছাৰ পৰিয়াল। বৃদ্ধি ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাৰ ৰাজনন্দগাঁও-খাইৰাগড় পথৰ চিংগাৰপুৰ গাঁৱৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ … Read more

‘চাইৱালা’ নহয়, এইবাৰ স্নাতক ‘চাইৱালী’ৰ কাহিনী!

নিউজ ডেস্ক। উচ্চ শিক্ষা গ্ৰহণ কৰিও সংস্থাপন বিচাৰি হাবাথুৰি খাবলগা হৈছিল এগৰাকী যুৱতীয়ে। চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে সংস্থাপন বিচাৰি হাবাথুৰি খোৱাৰ অন্তত অৱশেষত নিজৰ লক্ষ্যই সলনি কৰি পেলালে অৰ্থনীতিৰ স্নাতক প্ৰিয়ংকা গুপ্তা নামৰ যুৱতীগৰাকীৰ। বিহাৰৰ এগৰাকী তেনেই সাধাৰণ যুৱতী প্ৰিয়ংকাই পাটনাৰ মহিলা মহাবিদ্যালয়ৰ সন্মুখত এখন সৰু ষ্টল লগাই চাহ বিকিবলৈ আৰম্ভ কৰে। আৰু ইয়েই আজি … Read more

RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব, অসমীয়া চিনেমা চাওকঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। পুনৰ বিহু মঞ্চৰ পৰা দক্ষিণৰ ছবিক লৈ মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। আৰআৰআৰ, কেজিএফৰ দৰে ফটুৱা চিনেমা নাচাবলৈ আহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকীয়ে। বিহু মঞ্চৰ পৰাই দৰ্শকৰ প্ৰতি আহ্বান জনাই জুবিন গাৰ্গে কয় যে অসমীয়া মানুহে অসমীয়া চিনেমা চাব লাগে। দক্ষিণৰ চিনেমা চাই তেওঁলোকক ধনী কৰাৰ প্ৰয়োজন নাই, তাৰ পৰিৱৰ্তে অসমীয়া মানুহক … Read more

প্ৰতিকূল বতৰৰ মাজতে চাইকেল লৈ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন এগৰাকী জিলা উপায়ুক্তৰ

নিউজ ডেস্ক। ৰাজ্যত প্ৰবল বৰষুণৰ মাজতে বুধবাৰে পুৱাই চাইকেলত উঠি কেবাখনো আঁচনি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ ললে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। উপায়ুক্ত গৰাকীয়ে বৰপেটা চহৰৰ বুদৰুটুপত পুৱা ৬ বজাৰ পূৰ্বেই চাইকেল চলাই উপস্থিত হয় আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মীয়মান কেইবাটাও আবাসগৃহ পৰিদৰ্শন কৰি কামৰ বুজ লয়। তদুপৰি নিৰ্মাণ কাৰ্যত সৃষ্টি হোৱা … Read more

দৰাৰ গালত প্ৰচণ্ড চৰ কইনাৰ! কাৰণ জানি আচৰিত হ’ব আপুনিও, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্ক। চৌদিশে উখল মাখল পৰিৱেশ। ৰভাতলী শুৱনি কৰিছে অগণন লোকে। আশীৰ্বাদৰ পুস্পবৃষ্টিয়ে বিয়াৰ ৰভাঘৰত আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে ঘটিল সেই অঘটন। বৰমালা পিন্ধাবলৈ সাজু হোৱা দৰাৰ গালত এটা প্ৰচণ্ড চৰ শোধালে কইনাই। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাত। জিলাখনৰ লালপুৰা আৰক্ষী থানা অঞ্চলৰ … Read more

শােকাৱহ! প্ৰমােদ বড়ােৰ কনভয়ৰ আৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত, আৰক্ষী জােৱানৰ মৃত্যু

নিউজ ডেস্ক। দুৰ্ঘটনাত পতিত হ’ল বিটিআৰৰ মুৰব্বী প্ৰমােদ বড়ােৰ কনভয়ৰ আৰক্ষীৰ বাহন। এই দুৰ্ঘটনাত মৃত্যু এগৰাকী আৰক্ষী জােৱানৰ। এই দুৰ্ঘটনা তিনিজন আৰক্ষী জােৱান গুৰুতৰভাৱে আহত হােৱা বুলি জানিব পৰা গৈছে। তামুলপুৰৰ এঘাৰ মাইলত নিশা এই দুৰ্ঘটনা সংঘটিত হয়। অৱশ্যে দুৰ্ঘটনাত পতিত বাহনখন কনভয়ৰ সৈতে নাছিল। দুৰ্ঘটনাত পতিত মহিন্দ্ৰ জীপ গাড়ীখনৰ নম্বৰ এএছ-১৬ই-৫੦৮২। চিকিৎসাধীন অৱস্থাতে ৰাজু … Read more

বাইক চলাব নজনা ২০ বছৰীয়া পুত্ৰই মাতৃৰ পৰা বিচাৰিলে এটা হেলমেট, কাৰণ জানি আচৰিত হ’ব আপুনিও!

নিউজ ডেস্ক। হেলমেট আপুনি কিয় পিন্ধে? ভাৰতত যান-বাহন আইন উলংঘন কৰাটো এক সাধাৰণ বিষয়। চিটবেল্ট পৰিধান নকৰাৰ বাবেই হওক, একেখন বাইকত তিনিজনকৈ আৰোহী উঠাৰ বাবেই হওক, দৈনিক জৰিমণা বিহা হয় হাজাৰ হাজাৰ বাহন চালকক। বহুতে আকৌ হেলমেট পৰিধান কৰে ঠিকেই, কিন্তু সুৰক্ষাৰ বাবে নহয়, কেৱল জৰিমণা ভৰাৰ পৰা বাচি থাকিবলৈকেহে। যান-বাহন আইনৰ উপেক্ষা বা নিজৰ … Read more

প্ৰতিযােগিতাত অংশ ল’বলৈ আহি নংপোত পথ দুর্ঘটনাত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ টি টি খেলুৱৈৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। সুদূৰ তামিলনাডুৰ পৰা মেঘালয়ৰ শ্বিলঙলৈ টেবুল টেনিছ প্ৰতিযােগিতাত অংশ ল’বলৈ আহি কৰুণ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিটি খেলুৱৈ দীনদয়ালন বিশ্বৰ। জানিব পৰা মতে, গুৱাহাটী বিমানবন্দৰৰ পৰা এখন চুইফ্ট ডিজায়াৰ টুৰিষ্ট টেক্সীত উঠি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ যাত্ৰা কৰাৰ পথতে নংপোত দুৰ্ঘটনাত পতিত হয় বাহনখন। শ্বিলঙত অনুষ্ঠিত ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় টেবুল … Read more

নকৰোঁ নকৰোঁ বুলিও দলত্যাগ কৰিলে ৰিপুণ বৰাই, কংগ্ৰেছ এৰি হ’লগৈ তৃণমূুল কংগ্ৰেছৰ নেতা

নিউজ ডেস্ক। নকৰো নকৰো বুলি অৱশেষত কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিলে প্ৰদেশ কংগ্ৰছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই। দেওবাৰে তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষা ছোনীয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলৰ পৰা পদত্যাগ কৰাৰ পিছতে তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীৰ উপস্থিতিত মমতা বাহিনীত যোগদান কৰে। মূলতঃ ৰাজ্যসভা নিৰ্বাচনত অসমৰ একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই … Read more

‘বাংকু’ক গীটাৰ শিকাবা…! ফেচবুকত অন্তঃসত্বা পত্নীলৈ আবেগিক চিঠি লিখি আলফা (স্বা)লৈ গ’ল কংগ্ৰেছ নেতা জনাৰ্দন গগৈ

নিউজ ডেস্ক। জাতিৰ হকে আলফা স্বাধীনলৈ গ’ল তিনিচুকীয়াৰ জনাৰ্দন গগৈ! ছ’চিয়েল মিডিয়াত পত্নীলৈ আবেগিক চিঠি লিখি সশস্ত্ৰ সংগ্ৰামলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে জনাৰ্দনে। উল্লেখ্য যে, তিনিচুকীয়া যুৱ কংগ্ৰেছৰ উপ সভাপতিৰূপে কাৰ্যৰত আছিল জনাৰ্দন গগৈ। কিন্তু ৰাজনৈতিক কুটিলতা, অসমীয়া জাতিৰ প্ৰতি নামি অহা দুৰ্যোগ সহিব নোৱাৰি স্বাধীনতাৰ জন্মস্বত্বঃ অধিকাৰ বিচাৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা বুলি … Read more