দুৰ্ঘটনাত পতিত হুঁচৰি গাবলৈ যোৱা বিহুৱা দলৰ বাহন! ৩ যুৱতীসহ ৫ জনৰ মৃত্যু

নিউজ ডেস্ক। বিহুৰ আনন্দ উছাহৰ মাজতে সংঘটিত হল ভয়ংকৰ দুৰ্ঘটনা। হুচৰি গাবলৈ গৈ দুৰ্ঘটনাত পতিত বিহুৱা দলৰ বাহন। দুৰ্ঘটনাত ৩ গৰাকী যুৱতীসহ ৫ জনৰ মৃত্যু। জানিব পৰা পৰে, গহপুৰৰ টকৌবাৰী ৰঙাজানত নিশা সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। হুচৰি গাবলৈ যোৱাৰ পথত এটা বিহুৱা দলৰ বলেৰ’ পিকআপ বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখনৰ ভিতৰত আছিল ২০ জন … Read more

মাত্ৰ ৩ মাহ পূৰ্বে বিয়াত বহা সেনা জোৱান পৱন শ্বহীদ হ’ল শ্ব’পিয়ানত! পত্নীক কৈছিল- দুই-এদিনতে যাম ঘৰলৈ…

নিউজ ডেস্ক। মাত্ৰ তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল ভাৰতীয় সেনা জোৱান পৱন সিং গুৰ্জৰ। বিয়াৰ পিছত পত্নীক এৰি কৰ্তব্যস্থলী কাশ্মীৰলৈ যোৱা পৱনে দুই এদিনতে পুনৰ ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল। অধীৰ আগ্ৰহৰে তেওঁ অহালৈ বাট চাইছিল নৱ বিবাহিতা পত্নীয়েও। কিন্তু…! বৃহস্পতিবাৰে আহিল এক দুঃখবৰ! যি খবৰে ম্ৰিয়মান কৰি তুলিলে সমগ্ৰ দেশবাসীক। ৰাজস্থানৰ দৌছা … Read more

দোকানৰ সন্মুখত ৰৈ কথা পাতি থাকোতেই ঘটিল এই অঘটন, CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

নিউজ ডেস্ক। ৰাজস্থানৰ জয়সলমেৰ জিলাত সংঘটিত হৈছে এক আশ্বৰ্যকৰ ঘটনা। এখন দোকানৰ সন্মুখত ৰৈ কথা পাতি থকা সময়তে মাটি খহি এটা শুকান নলাত বাইকসহ বাগৰি পৰিল ৫ জনকৈ যুৱক। ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। মাত্ৰ ৩ ছেকেণ্ডৰ ভিতৰতে সংঘটিত এই অঘটনত অৱশ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে আটাইকেইজন … Read more

শােকাৱহ! বজ্ৰপাতত কৰুণ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বজ্ৰপাতত কৰুণ মৃত্যু ঘটিল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ। এই ঘটনাৰ স্থান বাক্সা জিলাৰ বগুলামাৰী। জানিব পৰামতে, বৰবৰি থানাৰ অন্তৰ্গত বগুলামাৰীৰ বনগাঁও চুবুৰিৰ কালা বড়োৰ পুত্ৰ অঞ্চমা বড়োৱে (১৫) পুৱতি নিশা প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলাই অহা সময়তে বজ্ৰ পৰে আৰু থিতাতে ছাত্ৰজনে কৰুণ মৃত্যুক আঁকোৱালি লয়। পিচত কিশোৰজনৰ মৃতদেহটো আৰক্ষীয়ে … Read more

এইবাৰ একেলগে যুটি বান্ধিছে হিৰো আলম আৰু ভুৱন বাদ্যকাৰে! শীঘ্ৰে মুক্তি পাব নতুন গীত

নিউজ ডেস্ক। এইবাৰ একেলগে যুটি বান্ধিছে দুই ভাইৰেল গায়ক হিৰো আলম আৰু ভূৱন বাদ্যকাৰ। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে দুয়োগৰাকী ভাইৰেল গায়কে একেলগে ষ্টুডিঅ’ত গান ৰেকৰ্ডিং কৰি থকাৰ ফটো। আনহাতে হিৰো আলমেও কলকতাৰ দমদম বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত ফেচবুক লাইভযোগে জনাইছে ভূৱন বাদ্যকাৰৰ সৈতে এটা গীত গোৱাৰ বাবে পশ্চিমবংগলৈ অহাৰ কথা। উল্লেখ্য যে, … Read more

একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এমাহ পূৰ্বে বিয়াত বহা অংকনা এতিয়া হৈ পৰিছে দিকহাৰা

নিউজ ডেস্ক। একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এই চিতাৰ জুইয়ে যেন দেই নিলে গাঁওখনৰ প্ৰতিজন ব্যক্তিৰ হৃদয়। শোকবিহ্বল হৈ পৰা গাঁওখনৰ বতাহত কেৱল ভাঁহি থাকিল কান্দোৰল ৰোল। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত মৌৱাটাৰীত বুধবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় ৩ বন্ধুৱে। কংকন অধিকাৰী নিশা এখন পালছাৰ ২২০ বাইকেৰে আহি … Read more

বিয়াৰ এমাহ নৌহওঁতেই পথ দুৰ্ঘটনাই কাঢ়ি নিলে কংকনৰ প্ৰাণ…

নিউজ ডেস্ক। ৰাজ‍্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত দুৰ্ঘটনাৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাই আহিছে। বুধবাৰে নিশা ধুবুৰী জিলাৰ চাপৰ মোৱাতাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত ২ জন লোক থিতাতে নিহত হোৱাৰ লগতে বঙাইগাঁও চিকিৎসালয়লৈ নি থকা অৱস্থাত অন্য এজন লোকৰ মৃত্যু ঘটে। কংকন অধিকাৰী মৃত্যু হোৱা লোক কেইজনক দক্ষিণ … Read more

পূৰ্ণ হ’ল কন্যা সন্তানৰ বাঞ্ছা, হেলিকপ্টাৰত উঠাই ঘৰলৈ আদৰিলে আনন্দত আত্মহাৰা পিতৃ-মাতৃয়ে…

নিউজ ডেস্ক। এটা সময় আছিল যেতিয়া বহু পৰিয়ালে ছোৱালী সন্তানক ঘৰৰ বোজা বুলি গণ্য কৰিছিল। ছোৱালী জন্মৰ সময়ত সুখী হোৱাৰ সলনি দুখী হে হৈছিল বহু পৰিয়াল। কিন্তু এতিয়া সময় সলনি হৈছে। এতিয়া কন্যা সন্তানক পুত্ৰ সন্তানৰ সমানেই আদৰ কৰা হয় সৰ্বত্ৰে। মহাৰাষ্ট্ৰৰ পুনেত পোহৰলৈ অহা এক খবৰে যেন এই কথাকেই পুনৰ বাৰ প্ৰতীয়মান কৰিছে। পুনেৰ … Read more

চৰণেহে জানে… মাংগলিক অনুষ্ঠানত অংশ লৈ নামঘৰতে শেষ নিশ্বাস ত্যাগ নগেন হাজৰিকাৰ

নিউজ ডেস্ক। ‘চৰণেহে জানে মৰণৰ ঠাই, চুচৰি বাগৰি তালৈকে যায়’। -এই আপ্তবাক্যশাৰীৰ দৰেই যেন এক ঘটনা সংঘটিত হ’ল দৰং জিলাৰ ছিপাঝাৰত। পৱিত্ৰ নামঘৰত অনুষ্ঠিত এক মাংগলিক অনুষ্ঠানত ভাগ লৈ থকা অৱস্থাতে ঢলি পৰা আকস্মিকভাৱে মৃত্যুক সাবটি ল’লে নগেন হাজৰিকা নামৰ কৃষি বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে। জানিব পৰা মতে, প্ৰয়াত হাজৰিকাৰ ঘৰ ছিপাঝাৰৰ দক্ষিণ চুবুৰিত। ছিপাঝাৰ … Read more

ভাল খবৰ! প্ৰথমবাৰৰ বাবে গুৱাহাটীত প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটা

বিহুৰ সময়তে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। এইবাৰ জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হ’ব গুৱাহাটীত। অহা ১১ এপ্ৰিলত ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। কবি নীলমণি ফুকনক অহা ১১ এপ্ৰিলত ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হ’ব এই বঁটা।  অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকিব জ্ঞানপীঠ কমিটীৰ সকলো সদস্য। এই অনুষ্ঠানত বঁটা প্ৰাপক ফুকনে তেওঁৰ … Read more