ভূত-প্ৰেতৰ কাৰণে নে আন কিবা কাৰণত মৃত্যু ঘটিল ৩ শ্ৰমিকৰ? ৰহস্যৰ আৱৰ্তত বাইহাটা কাণ্ড
ভূত-প্ৰেত নে আন কিবা! ৰঙিয়াত একে নিশাই তিনি শ্ৰমিকৰ আকস্মিক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। নিৰ্জন পথাৰৰ মাজত তম্বু তৰি থকা জলসঞ্চন বিভাগৰ নলা নিৰ্মান কাৰ্যত নিয়োজিত তিনি শ্ৰমিকৰ নিশা আহাৰ গ্ৰহণ কৰাৰ পিছতে আকস্মিক মৃত্যু ঘটে। আন এজন শ্ৰমিকৰোঁ অৱস্থা সংকটজনক। বর্তমান হাস্পতালৰ আই টি ইউত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, বাইহাটা … Read more