বিধায়কগৰাকীৰ ব্যৱহাৰ কঠােৰ হৈছে, মই দুখ পাইছােঁঃ অ’চি পুষ্পকমল বৰুৱা

নিউজ ডেস্ক। এটা ভাইৰেল ফোন কল ৰেকৰ্ডিঙক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। আৰক্ষীক মুকলি ভাবুকি দিয়া বিধায়কৰ বিৰুদ্ধে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে অসম চৰকাৰ, অসম আৰক্ষী এতিয়া ব্যস্ত হৈছে ভাবুকি লাভ কৰা আৰক্ষী বিষয়াকহে তলব কৰাত। নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুস্পকমল বৰুৱাক ফোন কৰি ভাবুকি প্ৰদান কৰিছিল বিহপুৰীয়া সমষ্টিৰ বিজেপি বিধায়ক অমিয় … Read more

তীব্ৰবেগী পালছাৰ বাইকৰ খুন্দাত যােগ প্ৰশিক্ষকৰ মৃত্যু

নিউজ ডেস্ক। কামৰূপ জিলাৰ ৰঙিয়াৰ তুলসীবাৰীত মংগলবাৰে নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰামতে, তুলসীবাৰীৰ কাৰ্তিক দেৱনাথ (৪৮) নামৰ লোকজনে ঘৰ অভিমুখে গৈ থকাৰ সময়তে ৰঙিয়াৰ দিশৰ পৰা অহা এখন তীব্ৰবেগী এইচ এল ০৫ এইচ ২৬২৩ নম্বৰৰ পালছাৰে তেওঁক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে তেওঁৰ থিতাতে মৃত্যু হয়। কাৰ্তিক দেৱনাথ … Read more

প্ৰবল শিলাবৃষ্টি! শুভ্ৰ আচ্ছাদনত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং

নিউজ ডেস্ক। পুনৰ প্ৰবল শিলাবৃষ্টিৰ কবলত পৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং। বুধবাৰে দিনৰ ভাগত হােৱা প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত চহৰখনৰ অধিকাংশতে বগা ৰঙৰ আৱৰণ ঢাকি পেলােৱা পৰিলক্ষিত হয়। চহৰখনৰ বাসিন্দাসকলে সামামিক মাধ্যমতাে এনে দৃশ্যৰ ভিডিঅ’ আৰু ফটাে শ্বেয়াৰ কৰে। প্ৰবল শিলাবৃষ্টিৰ ফলত চহৰখনৰ তাপমাত্ৰাও অৱনমিত হয়। Earlier today in #Shillong pic.twitter.com/w1EfXS9Fxp … Read more

প্ৰেমিকক লগ ধৰিবলৈ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। কিছুদিন পূৰ্বে এগৰাকী বাংলাদেশী যুৱকক লগ ধৰিবলৈ অসমৰ পৰা এগৰাকী যুৱতীয়ে বাংলাদেশত অবৈধভাৱে প্ৰৱেশ কৰি আটক হােৱাৰ অনুৰূপ ধৰণে এইবাৰ বাংলাদেশৰ পৰা এগৰাকী যুৱতীয়ে প্ৰেমিকক দেখা কৰাৰ বাবেই সীমান্তৰ কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ কৰি বিএছএফৰ হাতত আটক হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে, বাংলাদেশৰ বগুৰ জিলাৰ যুৱতীগৰাকীয়ে পশ্চিমবংগৰ কোচ বিহাৰ … Read more

গুৱাহাটী ৰে’ল ষ্টেচনত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ যাত্ৰীবাহী ট্ৰেইনৰ চালকৰ মৃত্যু…

গুৱাহাটী ৰে’ল ষ্টেচনত সংঘটিত অঘটন,। বিদ্যুৎস্পৃষ্ট হৈ যাত্ৰীবাহী ট্ৰেইনৰ চালকৰ মৃত্যু। নিহত চালকজনৰ নাম শিৱ শইকীয়া আৰু তেওঁ উজনি অসমৰ গোলাঘাট জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৰেইলৱে বিভাগে জানিব দিয়া অনুসৰি গুৱাহাটী-মুৰকংচেলেক লাচিত এক্সপ্ৰেছখন যাত্ৰাৰ পূৰ্বে ইঞ্জীন পৰীক্ষা কৰাৰ সময়তে চালকজন বিদ্যুৎস্পৃষ্ট হয়। মঙলবাৰে নিশা প্ৰায় ৮.২৫ বজাত সংঘটিত হোৱা বুলি ৰেইলৱে বিভাগৰ এগৰাকী … Read more

আচৰিত! ‘তিনিটা চকু’ থকা পোৱালী জন্ম দিলে এজনী গাই গৰুৱে…

এক আচৰিত ঘটনা, তিনিটা চকু থকা এটা পোৱালী জন্ম দিলে এজনী গাই গৰুৱে। আজৱ খবৰ পোহৰলৈ আহিছে চট্টীশগড়ৰ পৰা। জানিব পৰা মতে এটা গাই গৰুয়ে ৩টা চকু থকা এটি পোৱালী জন্ম দিয়ে। গৰু পোৱালীৰ টোৰ দুটা চকু থকাৰ লগতে কপালতো আছে এটা চকু। চত্তীশগড়ৰ ৰাজনাদগাঁৱত সংঘটিত হৈছে এই ঘটনা। ১৪জানুৱাৰীৰ দিনা জন্ম হৈছিল এই গৰু … Read more

হিমশীতল বৰফৰ বুকুত মাঘ বিহুৰ বতৰত এপাক নাচিলে BSF জোৱানে, ভাইৰেল ভিডিঅ’

বাপতিসাহোন মাঘ বিহুৰ সময়ত ঘৰৰ পৰা নিলগত থকাৰ বেদনা কিমান সেয়া প্ৰতিজন অসমীয়াই বুজি পায়। হেঁপাহৰ বিহুটিক পৰিয়াল, বন্ধু, আত্মীয়ৰ সৈতে উদযাপনৰ আমেজেই সুকীয়া। কিন্তু এই সকলোবোৰ সুখৰ পৰা আঁতৰি বিহুৰ বতৰতো দেশ মাতৃৰ বাবে সীমান্তত কৰ্তব্য পালন কৰিবলগা হয় অসমীয়া জোৱানসকলে। সেই সময়ত তেওঁলোকৰ মনটো বাৰে বাৰে উৰি আহে পৰিয়ালৰ ওচৰলৈ। মেজিৰ জুইকুৰা আৰু … Read more

কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজৰ দেহাৱসান

ভাৰতৰ কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজৰ সোমবাৰে পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। প্ৰখ্যাত নৃত্যশিল্পীগৰাকীৰ নাতিনী ৰাগিনী মহাৰাজে প্ৰকাশ কৰা মতে, নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে অন্তক্ষৰী’ খেলি থকাৰ সময়তে অসুস্থ হৈ পৰে বিৰ্জু মহাৰাজ। The demise of legendary Pandit Birju Maharaj marks the … Read more

পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ জোৱান মিন্টু গগৈয়ে

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ ১੦ দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত হাৰ মানিলে ভাৰতীয় সেনাৰ জােৱান মিন্টু গগৈয়ে। মৃত্যুৰ সময়ত সেনা জােৱান মিন্টু গগৈৰ বয়স আছিল ৩੦ বছৰ। উল্লেখ্য যে মিন্টু গগৈ শিৱসাগৰ জিলাৰ জাঁজী লেফেৰা টাউদাং গাঁও নিবাসী জয়ন্ত গগৈৰ একমাত্ৰ পুত্ৰ। জানিব পৰা মতে, ছুটীত ঘৰলৈ অহা … Read more

অন্তঃসত্বা পত্নীক এৰি কৰ্মস্থলী ৰঙিয়ালৈ উভতিছিল অজিত, ৰে’ল দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ

অন্তঃসত্বা পত্নীৰ অসুস্থতাৰ খবৰ শুনিয়েই ঘৰলৈ দৌৰি গৈছিল অজিত প্ৰসাদ। কিছুদিন ঘৰতে পত্নীৰ ওচৰত থাকি অলপ সুস্থ হোৱাত পুনৰ উভটিছিল কৰ্মস্থলীলৈ। কিন্তু কোনে জানিছিল নিয়তিৰ পৰিহাসৰ কথা! সন্তানৰ মুখ দেখাৰ আকুণ্ঠ হেঁপাহ বুকুৰ মাজত লৈয়ে চিৰদিনলৈ গুচি যাবলগীয়া হল আছানচোলৰ অজিত প্ৰসাদ! এগৰাকী ৰে’ল কৰ্মী আছিল অজিত। তেওঁৰ কৰ্মস্থলী আছিল ৰঙিয়া ৰে’ল সংমণ্ডলৰ অন্তৰ্গত হেলেম … Read more