কাৰাগাৰৰ পৰা পলায়ন, শহুৰেকৰ ঘৰৰ পৰা পুনৰ আটক

দুদিন পূৰ্বে বৰপেটা জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীক গ্ৰেপ্তাৰ শহুৰেকৰ ঘৰৰ পৰা। উল্লেখ্য যে বৰপেটাৰ সনকুছি কলনিৰ মজিবৰ ৰহমানৰ পুত্ৰ আৰিফুল ইছলামে মংগলবাৰে নিশা প্ৰায় ১১ বজাত কাৰাগাৰৰ পৰা পলায়ন কৰে। পাছত নিশা প্ৰায় তিনি বজাত বন্দী পলায়ন কৰা বুলি খবৰ লাভ কৰি বৰপেটা জিলা কাৰাধ্যক্ষ তাপস ভূঞাই আৰক্ষী আৰু কাৰাগাৰৰ কৰ্মচাৰীসকলৰ সহযোগত অভিযান … Read more

Supersonic Boom! ভয়ংকৰ শব্দই কঁপাই গ’ল উজনি অসমৰ বৃহৎ অঞ্চল

supersonic boom

নিউজ ডেস্ক। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত শুনা গৈছে বিস্ফােৰণৰ দৰেই প্ৰচণ্ড শব্দ। আকাশত উৎপন্ন এনে বিস্ফােৰণৰ শব্দত কঁপি উঠিছে বিভিন্ন অঞ্চল। সােমবাৰে পুৱতি নিশাও তেনে ভয়ংকৰ শব্দই কঁপাই গ’ল গ’ল উজনি অসমৰ বিভিন্ন অঞ্চল। জানিব পৰা মতে, পুৱা ৪.১੦ মান বজাত শুনা গ’ল এই প্ৰচণ্ড শব্দ। হঠাত্‍ বিস্ফোৰণৰ শব্দত কঁপি উঠিল উজনি অসমৰ … Read more

শােকাৱহ! পুনৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল অসম আৰক্ষীৰ দুজন জােৱানৰ

নিউজ ডেস্ক। শুকুৰবাৰে তিনিচুকীয়া জিলাত মনােৰঞ্জন গগৈ নামৰ এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু পাছতে শনিবাৰে পুনৰ এক শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু ঘটে অসম আৰক্ষীৰ আন এজন কনিষ্টবলৰ। দেওবাৰে পুৱাও আন এটা পথ দুৰ্ঘটনাত অসম আৰক্ষীৰ এজন গৃহৰক্ষী জােৱানৰ মৃত্যু ঘটে। জানিব পৰা মতে, শনিবাৰে বিয়লি কৰিমগঞ্জত সংঘটিত পথ দুৰ্ঘটনাত মৃত জােৱানজনৰ নাম জয়দীপ পাল। প্ৰয়াত জয়দীপ পাল … Read more

বিবাহৰ অভ্যৰ্থনাত ৰৈ যোৱা অৱশিষ্ট খাদ্য দৰিদ্ৰজনক বিতৰণ কৰিলে মহিলাই

দেশত বৰ্তমানেও ভোকাতুৰৰ সংখ্যা কমা নাই। বিভিন্ন সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতত এতিয়াও ভোকাতুৰৰ সংখ্যা বিশ্বৰ শীৰ্ষত আছে। তাৰ বিপৰীতে প্ৰায়ে দেখা যায় যে বিবাহ, ৰেস্তোৰাঁ আদিত খাদ্য বৃহৎ পৰিমাণে অপচয় হয়। বহুতেই চখতে নষ্ট কৰে খাদ্য সামগ্ৰী। কিন্তু সমাজত এনে কিছুমান মানুহো আছে, যিয়ে আহাৰ নষ্ট কৰাৰ বিপৰীতে আন দহজন ভোকাতুৰৰ কথা চিন্তা কৰে। … Read more

পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল আৰক্ষী জােৱান মনোৰঞ্জন গগৈৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ অৱশেষত চিকিৎসালয় মৃত্যুৰে হাৰ মানিলে অসম আৰক্ষীৰ জােৱান মনােৰঞ্জন গগৈয়ে। উল্লেখ্য যে যােৱা ৩০ নৱেম্বৰত তিনিচুকীয়া জিলাৰ অন্তৰ্গত লাইপুলিৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল অসম আৰক্ষীৰ হাবিলদাৰ মনােৰঞ্জন গগৈ। প্ৰয়াত মনােৰঞ্জন গগৈ কৰ্তব্য সামৰি ঘৰলৈ মটৰচাইকেলেৰে আহি থকা অৱস্থাত লাইপুলি সমীপত ৩৭ নং … Read more

নাহৰফুটুকী বাঘক খেদি নি পুত্ৰৰ জীৱন ৰক্ষা কৰিলে মাতৃয়ে

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে যে সাহসেই লক্ষ্মী। এইবাৰ সেই কথাষাৰ সত্য প্ৰমাণিত হল এগৰাকী সাহসী মাতৃৰ ক্ষেত্ৰত। য’ত এগৰাকী মাতৃয়ে বাঘৰ পিছে পিছে প্ৰায় এক কিলোমিটাৰ দূৰ দৌৰি গৈ জীৱন ৰক্ষা কৰিলে সন্তানৰ। নিজৰ ৬ বছৰীয়া সন্তানক মুখত লৈ দৌৰিছিল এটা নাহৰফুটুকী বাঘে। আৰু সেই বাঘৰ পিছে পিছে খেদি গৈ সন্তানৰ জীৱন ৰক্ষা … Read more

ছুটীত ঘৰলৈ আহি পুনৰ কৰ্মস্থলীলৈ ঘূৰি নগ’ল CRPF জােৱান, পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। শীতৰ আগমনৰ লগে লগে ৰাজ্যজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। এইবাৰ ডিব্ৰুগড় জিলাৰ লেজাইত এক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPF ৰ জােৱানৰ। নিহত জােৱানজনৰ নাম কৰণি ৰঞ্জন বৰা। জানিব পৰা মতে, ডিব্ৰুগড়ৰ লেজাইত পুৱতি নিশা এই পথ দুৰ্ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত তথ্য মতে, কৰণি ৰঞ্জন বৰা … Read more

শ্বেৰৱানী পিন্ধি কইনাই ঘোঁৰাত উঠি গ’ল দৰাৰ ঘৰলৈ!

নিউজ ডেস্ক। সাধাৰণতে সমসাময়িক ভাৰতীয় বিবাহৰ পৰম্পৰা অনুসৰি দৰাই নিজৰ পৰম্পৰাগত পোছাক পিন্ধি বৰযাত্ৰী সহ উপস্থিত হয় কইনাৰ ঘৰত। কিন্তু এইবাৰ দেখিবলৈ পোৱা গ’ল এখন ব্যতিক্ৰম বিবাহ। য’ত কইনাই দৰাৰ সাজ পিন্ধি ঘোঁৰাৰ ওপৰত উঠি যোৱা দেখা গ’ল। অৰ্থাৎ কইনাই শ্বেৰৱানী, পাগদি পিন্ধি তেওঁৰ বিয়াত ঘোঁৰা চলাই সেই পৰম্পৰা সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে। এই অতি … Read more

ৰে’লৰ খুন্দাত মৃত্যু হোৱা ৩ হাতীৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন পশু প্ৰেমীৰ

এক ব্যতিক্ৰম ঘটনা। সাধাৰণতে মানুহৰ মৃত্যু হলে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। কিন্তু এইবাৰ জন্তুৰ বাবে আয়োজন কৰা হল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। অৰ্থাৎ ৰে’লৰ খুন্দাত মৃত্যু হোৱা হাতীৰ মৃত্যুত শোকাহত হৈ মংগলবাৰে তেনে অনুষ্ঠানৰ আয়োজন কৰে এজন পশুপ্ৰেমীয়ে। এই ঘটনা তামিলনাডুৰ মাদুক্কাৰাইৰ নাভাক্কাৰাইৰ। আৰু এই অনুষ্ঠান আয়োজন কৰা লোকজন হ’ল ৰাজস্থানৰ বাসিন্দা বিকাশ মুনোটে (২৮)। তেওঁ … Read more

চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল এক বিশেষ পূজা !

নিউজ ডেস্ক। জনসাধাৰণৰ বিভিন্ন জ্বলন্ত সমস্যাক লৈ কেতিয়াবা চৰকাৰ-প্ৰশাসনৰ উদাসীনতা ভংগ কৰিবলৈ ব্যতিক্ৰম ধৰণে প্ৰতিবাদ কৰে একাংশ লােকে। বিশেষকৈ জৰাজীৰ্ণ বাট-পথৰ মেৰামতিৰ বাবে বিভিন্ন দল-সংগঠননেও লৈ প্ৰতিবাদী কাৰ্যসূচী। কেতিয়াবা জলমগ্ন পথত মাছ ধৰি, আন কেতিয়াবা পথ অৱৰােধ কৰিও চৰকাৰ-প্ৰশাসনৰ সেই সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণৰ চেষ্টা চলায় বহুজনে। অনুৰূপ ধৰণে কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুতাে পথৰ গাঁতৰ মেৰামতিৰ … Read more