ব্যস্ত পথৰ ট্ৰেফিক চিগনেলত হঠাতে নৃত্য মডেলৰ, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। আজিৰ সময়ত সকলোৱে সামাজিক মাধ্যমত ভাইৰেল হ’বলৈ কোনো এক প্ৰকাৰৰ সমল সৃষ্টি কৰে। আনহাতে সামাজিক মাধ্যমৰ সমল নিৰ্মাতাসকলেও প্ৰতিদিনে কিছুমান নতুন সমলৰ বাবে ডাঙৰ ৰিস্ক অথবা জীৱনৰ ৰিস্ক ল’বলৈ চেষ্টা কৰে। সেই অনুসৰি এইবাৰ তেনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে। য’ত এগৰাকী মডেলে ট্ৰেফিক চিগনেলত ৰঙা লাইট জ্বলি থকা সময়ত নৃত্য কৰা দেখা … Read more

আৰক্ষীক উৎকােচ দাবী! এহেজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ কােষাগাৰৰ মহিলা কৰ্মচাৰী

নিউজ ডেস্ক। বিভিন্ন কাম কৰি দিয়াৰ বিনিময়ত একাংশ দুৰ্নীতি পৰায়ণ চৰকাৰী কৰ্মচাৰীয়ে সাধাৰণ লােকৰ পৰা উৎকােচ দাবী কৰাটাে তেনেই সাধাৰণ ঘটনা। কিন্তু এইবাৰ এখােপ আগুৱাই গৈ আৰক্ষীৰ পৰাই উৎকােচ দাবী কৰিলে কােষাগাৰৰ মহিলা কৰ্মচাৰীয়ে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলা কােষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত। অৱশ্যে এই বিষয়ে তথ্য লাভ কৰি খােদ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই … Read more

ভুলতে বেংক একাউন্টত সোমাল ৫.৫ লাখ টকা, প্ৰধানমন্ত্ৰীয়ে দিয়া বুলি ভাবি কৰিলে খৰচ…

নিউজ ডেস্ক। যেতিয়া অনাকাংক্ষিতভাৱে ধন লাভ কৰা হয় তেতিয়া নিশ্চয় সকলোৰে মনত আনন্দ অনুভৱ হয়। মাহৰ মূৰত যেতিয়া কোনোৱে দৰমহাৰ ধন লাভ কৰে তেতিয়াও নিশ্চয় মনত কিছু আনন্দ অনুভৱ হয়। কিন্তু যেতিয়া বিনা কষ্টৰে ধন লাভ কৰা হয় তাৰ আনন্দ নিশ্চয়কৈ সুকীয়া হৈ পৰে। পিছে এইবাৰ তেনেদৰে ধন লাভ কৰি ঘটিল এক আচৰিত ঘটনা। ভুলতে … Read more

শিহৰণকাৰী! শুই থকা অৱস্থাতে এগৰাকী কণমানিক ডিঙিত মেৰিয়াই ধৰিলে বিষাক্ত ফেঁটীসাপে…

নিউজ ডেস্ক। এক শিহৰণকাৰী দৃশ্য। নিশা শুই থকা অৱস্থাত বিষাক্ত ফেঁটী সাপ মেৰ খালে ৭ বছৰীয়া কন্যা শিশুৰ ডিঙিত। এই কথা গম পাই ভয়তে চিঞৰিলে শিশুটিয়ে। যাৰ ফলত সাপটোৱে দংশন কৰিলে শিশুটিক। পৰৱৰ্তী সময়ত শিশুটিক লৈ যোৱা হয় চিকিৎসালয়লৈ। এই ঘটনা দেওবাৰে সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৱাৰ্ধা জিলাৰ চেলু মহকুমাৰ বৰখেদিত। আৰু সেই শিশু গৰাকীক পদ্মকৰ … Read more

NSD ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি অৰুণাচল প্ৰদেশৰ ৰিকেন নগমলেক

নিউজ ডেস্ক। উত্তৰ-পূব, বিশেষকৈ অৰুণাচল প্ৰদেশৰ নাট্যপ্ৰেমী লােকৰ বাবে এক ভাল খবৰ। নতুন দিল্লীৰ সন্মানীয় নেচনেল স্কুল অৱ ড্ৰামা (এনএছডি)ত সহকাৰী অধ্যাপক (অভিনয়) হিচাপে নিযুক্তি লাভ কৰিছে অৰুণাচল প্ৰদেশৰ ৰিকেন নগমলেয়ে। এনএছডিৰ সহকাৰী অধ্যাপক (অভিনয়) হিচাপে নিযুক্ত হোৱা ৰাজ্যখনৰ তেওঁৱেই হৈছে প্ৰথমজন লোক। নগমলে লৱাৰ চিয়াং জিলাৰ হিমে গাঁৱৰ বাসিন্দা। ইয়াৰ পূৰ্বে তেওঁ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ … Read more

ভাতৃ-ভগ্নী একেলগে হ’ল চাৰ্টাৰ্ড একাউণ্টেণ্ট, দেশৰ ভিতৰত শীৰ্ষ স্থান লাভ ভগ্নীৰ

নিউজ ডেস্ক। বাণিজ্য শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বেছি ভাগৰেই সপোন থাকে চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA) হোৱাৰ। সেই সফলতা লাভৰ বাবে বহুতেই কৰে বহুতো কষ্ট। কোনোৱে যদি তেনে সফলতা লাভ কৰে, তেতিয়া ঘৰ, পৰিয়াল তথা আত্মীয় সকলোৱে গৌৰৱ অনুভৱ কৰে। কিন্তু এখন ঘৰৰ দুই সন্তানে যদি একেলগে তেনে সফলতা লাভ কৰে, তেন্তে সেইয়া কিমান আনন্দদায়ক হ’ব … Read more

ৰাজপথত সেনাৰ বাহনত আক্ৰমণ এগৰাকী মডেলৰ, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। সুৰামত্ত মডেলৰ ৰাজপথত চূড়ান্ত অভদ্ৰামী। পথৰ মাজত থিয় হৈ কৰিলে অসভ্যালিৰ নাটক। নিচাৰ ৰাগিত গুৰিয়াই গুৰিয়াই সুৰামত্ত মডেলে ভাঙিলে সেনাৰ গাড়ীৰ হেডলাইট। বৰ্তমান তেনে এক দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। সেই দৃশ্য দেখা পোৱা গ’ল মধ্য প্ৰদেশৰ গোৱালিয়ৰত। জানিব পৰা মতে, দিল্লীৰ এগৰাকী সুৰাসক্ত মডেলে গোৱালিয়ৰ চহৰৰ সমুদ্ৰ তীৰৰ পথত এক ভয়ংকৰ … Read more

দুৰ্ঘটনাত মৃত্যু হোৱা বন্ধুৰ স্মৃতিত ৪৯ হাজাৰ হেলমেট বিতৰণ এজন লোকৰ…

নিউজ ডেস্ক। এজন লোকৰ এক বিশেষ পদক্ষেপ। বন্ধুৰ স্মৃতিত তেওঁ কৰিছে সেই বিশেষ কাম। পথ দুৰ্ঘটনাত মৃত্যু হোৱা বন্ধুৰ স্মৃতিত তেওঁ আনৰ সুৰক্ষাৰ বাবে বিতৰণ কৰিছে হেলমেট। প্ৰায় ৪৯ হাজাৰ হেলমেট বিতৰণ কৰে তেওঁ। যাৰ বাবে তেওঁৰ বৰ্তমানলৈকে খৰচ হৈছে প্ৰায় ২ কোটি টকা। এই লোকজন হল বিহাৰৰ এজন কম্পিউটাৰ অভিযন্তা ৰাঘবেন্দ্ৰ কুমাৰ (৩৪)। এই … Read more

এক দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ল নীৰজ চোপ্ৰাৰ! পিছে সপোনটো আছিল কি?

নিউজ ডেস্ক। জীৱনত সপোন সকলোৱেই দেখে। ইয়াৰে কিছুমানৰ পূৰণ হয় আৰু কিছুমানৰ নহয়! কিন্তু পূৰণ হোৱা সকলৰ বাবে সেই প্ৰাপ্তি কিমান সুখকৰ হ’ব পাৰে, সেই কথা পোৱাজনেহে জানে। ঠিক তেনেদৰে এইবাৰ সপোন পূৰণ হ’ল অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ। তেওঁৰ সপোন আছিল এদিন তেওঁ নিজৰ পিতৃ-মাতৃক উঠাব বিমানত। অৱশেষত পূৰণ হল তেওঁৰ সপোন। পিতৃ-মাতৃক … Read more

মথুৰা বৃন্দাবনত মদ-মাংস বিক্ৰী নিষিদ্ধ কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে

নিউজ ডেস্ক। গণেশ চতুৰ্থীৰ দিনা এক ডাঙৰ নিৰ্দেশনা জাৰি উত্তৰ প্ৰদেশ চৰকাৰৰ। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰে শ্ৰীকৃষ্ণৰ জন্মভূমি বৃন্দাবন, মথুৰাৰ ১০ বৰ্গ কিলোমিটাৰৰ এলেকাত মদ-মাংস বিক্ৰীত জাৰি কৰিলে নিষেধাজ্ঞা। শ্ৰীকৃষ্ণৰ জন্মস্থানৰ পৰা ১০ বৰ্গ কিলোমিটাৰ এলেকাক তীৰ্থস্থান হিচাপে ঘোষণা কৰে যোগী চৰকাৰে। সেয়েহে ২২ টা পৌৰসভা ৱাৰ্ডত সুৰা আৰু মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰে উত্তৰ … Read more