৪১ বছৰৰ অন্তত অলিম্পিকত পদক জয় ভাৰতীয় পুৰুষ হকী দলৰ

নিউজ ডেস্ক। পুৱাই অলিম্পিকৰ পৰা আহি ভাল খবৰ। টকিঅ’ত ভাৰতৰ ইতিহাস ৰচনা। অলিম্পিকত বিৰাট কীৰ্তি মনপ্রীত সিঙৰ ভাৰতীয় হকী দলৰ। ভাৰতীয় পুৰুষ হকী দলৰ অলিম্পিকত ৪ দশকৰ অন্তত পদক জয়। ছেমিফাইনেলত ভাৰতে জাৰ্মানীক ৫-৪ গ’লত পৰাস্ত কৰি লাভ কৰিছে ব্ৰঞ্জৰ পদক। এই খেলখন আছিল যথেষ্ট উত্তেজনাময়। প্ৰথম দুই কোৱাৰ্টাৰত ভাৰতৰ ওপৰত চাপ বজায় ৰাখিছিল জাৰ্মানীয়ে। … Read more

প্ৰতিশ্ৰুতি পূৰণ! ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা কন্যা গৰাকীয়ে লাভ কৰিলে ৯৯.৮% নম্বৰ

নিউজ ডেস্ক। “তোমাৰ অবিহনেও মই এজনী শক্তিশালী কন্যা হ’ম দেউতা।” কভিডত পিতৃ-মাতৃ দুয়োকে লগতে হেৰুৱাই সেই শিৰোনামেৰে এটা কবিতা লিখিছিল তেওঁ। যিটো কবিতা পঢ়ি সকলোৰে চকুপানী ওলাইছিল। আৰু কবিতাৰ সেই শিৰোনামকেই যেন এইবাৰ সত্য প্ৰমাণিত কৰিলে তেওঁ। তেওঁ হল ভূপালৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী বনিশা পাঠক। যিয়ে সদ্যঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত … Read more

অসম কন্যা লাভলীনা বৰগোহাঁইক শুভেচ্ছা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰসহ বিভিন্নজনৰ

নিউজ ডেস্ক। অলিম্পিকত ব্ৰঞ্জ পদক নিশ্চিত হোৱাৰ পিছত অসম কন্যা লাভলীনা বৰগোহাঁইক লৈ সমগ্ৰ দেশবাসীৰ প্ৰত্যাশা যথেষ্ট বৃদ্ধি পাইছিল। ভাৰতক সোণৰ পদক উপহাৰ দিব লাভলীনাই, এনেদৰেই ভাবিছিল সকলোৱে। কিন্তু বুধবাৰে তুৰস্কৰ বক্সাৰৰ বিৰুদ্ধে চূড়ান্ত ব্যৰ্থ হল লাভলীনা। ৰিঙত লাভলীনাক হৰুৱালে তুৰস্কৰ বিশ্ব চেম্পিয়ন বুসেনাজ চুৰমেনেলিয়ে। ৫-০ ব্যৱধানত পৰাজয় হ’ল ২৪ বছৰীয়া বক্সাৰ তথা অসম কন্যা … Read more

উৎকােচ লওঁতে ভিজিলেঞ্চৰ জালত পৰিল মহিলা কৃষি উন্নয়ন বিষয়া জ্যােতিৰেখা দাস

নিউজ ডেস্ক। প্ৰকৃততে কি চলিছে ৰাজ্যৰ কৃষি বিভাগত? কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ লাভৰ বাবে মুকলিকৈ উৎকােচ দাবী কৰিছে কৃষি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী তথা মধ্যভােগী চক্ৰই। এই কথা পুনৰবাৰ প্ৰমাণিত হ’ল দৰং জিলাৰ খাৰুপেটীয়াত। হিতাধিকাৰীৰ পৰা আঁচনিৰ নাম উৎকােচ দাবী কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী মহিলা কৃষি উন্নয়ন বিষয়া। দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ সময়তে … Read more

টকিঅ’ত ব্ৰঞ্জ পদক জয়েৰে ইতিহাস গঢ়িলে অসম কন্যা লাভলীনাই

নিউজ ডেস্ক। অলিম্পিকত ব্ৰঞ্জ পদক জয়েৰে ইতিহাস গঢ়িলে অসম কন্যা লাভলীনা বৰগােহাঁইয়ে। বুধবাৰে বিশ্বৰ শীৰ্ষ বক্সাৰ তুৰস্কৰ বুছেনাজ চুৰমেনেলীৰ বিৰুদ্ধে ৬৯ কেজি শাখাত ছেমি ফাইনেলত খেলত অৱতীৰ্ণ হয় লাভলীনা। Lovlina Borgohain adds another to India's bag of medals as she wins a 🥉 in the women's boxing event. She is just 23 years old. Well … Read more

সেনাৰ ধ্ৰুৱ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, সন্ধানহীন দুই পাইলট

নিউজ ডেস্ক। মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ কঠুৱাৰ সীমান্তৱৰ্তী ৰঞ্জিত সাগৰ নদী বান্ধত ভাৰতীয় সেনাৰ ধ্ৰুৱহেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয়। পুৱা ১০.৫০ বজাত ৰঞ্জিত সাগৰ বান্ধ হ্ৰদত সেনাৰ ধ্ৰুৱ এএলএইচ মাৰ্ক-৪ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনত আছিল দুজন পাইলট। জানিব পৰা মতে, হেলিকপ্টাৰখন মামুন কেণ্টৰ পৰা পুৱা ৮.৩০ বজাত উৰা মাৰিছিল। অঞ্চলটোৰ ঘন অৰণ্য আৰু হ্ৰদৰ চাৰিওফালৰ … Read more

মূল্যবৃদ্ধিৰ প্ৰতিবাদ! সংসদলৈ চাইকেল চলাই গ’ল ৰাহুল গান্ধী

নিউজ ডেস্ক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি আহিছে। এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ নেতাজনে চৰকাৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ। সেই অনুসৰি মঙলবাৰে তেওঁ চাইকেল চলাই গল সংসদলৈ। ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিৰোধী সাংসদসকলৰ সৈতে তেওঁ সংসদলৈ চাইকেল চলাই যায়। বিৰোধী সাংসদসকলৰ প্ৰতিবাদৰ সেই ৰেলীৰ নেতৃত্ব দিছিল কংগ্ৰেছ নেতাজনে। Participated in the cycle rally … Read more

চনু সুদ ৰাছিয়া বিশেষ অলিম্পিকৰ বাবে ভাৰতৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত

নিউজ ডেস্ক। বিগত বছৰৰ পৰা সংবাদ মাধ্যমৰ শিৰােনাম দখল কৰি আহিছে বলিউড অভিনেতা চনু সুদে। ক’ভিড মহামাৰীৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰাৰ বাবে তেওঁ সকলোৰে প্ৰিয় তথা ধন্যবাদৰ পাত্ৰ হৈ পৰে। তেওঁৰ সেই কাৰ্যৰ দ্বাৰা বিশ্বত পৰিচিত হৈ পৰিছিল। এইবাৰ পুনৰ অভিনেতাজনে বিশেষ অলিম্পিক ভাৰতৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে। … Read more

৩ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক BSF ৰ

নিউজ ডেস্ক। মেঘালয়ৰ বিএছএফৰ সফলতা। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় বিএছএফে। দেওবাৰে ভাৰতৰ ভূ-খণ্ডত অবৈধভাৱে প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিক আটক কৰে বিএছএফে। মেঘালয়ৰ ইষ্ট খাচী পাৰ্বত্য জিলাৰ দুলাইনালা সীমান্ত চকীৰ বিএছএফৰ দলে আটক কৰে অনুপ্ৰবেশকাৰীজনক। On 29 July 2021, alert troops of @BSF_Meghalaya apprehended 02 #Bangladeshi #nationals … Read more

মৰ্মান্তিক! উদ্ধাৰ অভিযানৰ সময়ত হােৱা ভূমিস্খলনত শ্বহীদ বি আৰ অ’ৰ ২ বিষয়া

নিউজ ডেস্ক। ভূমিস্খলনত বন্ধ হৈ পৰা পথ মুকলি কৰাৰ সময়ত পুনৰ সংঘটিত ভূমিস্খলনৰ ঘটনাত শ্বহীদ হ’ল সীমান্ত পথ সংস্থা চমুকৈ বি আৰ অ’ৰ দুজনকৈ বিষয়া। হিমাচল প্ৰদেশত দুটা পৃথক পৃথক ভূমিস্খলনত শ্বহীদ হয় বিষয়া দুজন। ইয়াৰে প্ৰথম ঘটনা সংঘটিত হয় যােৱা ৩੦ জুলাইত ৰাজ্যখনৰ মানালী-চৰচু পথত। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা উক্ত পথছােৱাৰ এটা অংশত … Read more