দিল্লী ভ্ৰমণৰ সময়তে হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ, ভৰ্তি কৰা হ’ল হাস্পতালত…
দিল্লীত হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ নতুন দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰা হৈছে অসমৰ বিধায়কগৰাকীক। দিল্লী ভ্ৰমণৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে অখিল গগৈ। তাৰ পিছতে তেওঁক ভৰ্তি কৰা হয় এখন হাস্পতালত। চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত হাস্পতালৰ পৰা যাবলৈ অনুমতি প্ৰদান কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, অখিল গগৈৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ … Read more