মহনগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক DIGP (Admn) হিচাপে বদলি…

নিউজ ডেস্কঃ ৰদবদল কৰা হৈছে অসম আৰক্ষীত। অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক (প্ৰশাসন) হিচাপে নিযুক্তি প্ৰদান পাৰ্থ সাৰথি মহন্তক। পূৰ্বে গুৱাহাটী আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত হিচাপে কৰ্তব্যৰত আছিল মহন্ত। কিন্তু সেই দায়িত্বৰ পৰা অব্যাহতি দি উপ-মহাপৰিদৰ্শ (প্ৰশাসন) হিচাপে নিযুক্ত দিয়া হৈছে পাৰ্থ সাৰথি মহন্তক। এক বিবৃতি জাৰি কৰি এই তথ্য সদৰী কৰিছে অসম চৰকাৰে। ইয়াৰ পূৰ্বে মহন্তক … Read more

শোকাবহ! মহাবিদ্যালয়ৰ সন্মুখতে দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিলে বাইক আৰোহী ২ ছাত্ৰক, এজনৰ মৃত্যু

নিউজ ডেস্কঃ ধিঙত শোকাবহ পথ দুৰ্ঘটনা। ধিং মহাবিদ্যালয়ৰ সন্মুখতে সংঘটিত দুৰ্ঘটনাত নিহত এগৰাকী ছাত্ৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন এজন ছাত্ৰ। বাইকেৰে গৈ থকা সময়ত দুই ছাত্ৰক মহাবিদ্যালয়ৰ সন্মুখতে মহটিয়াই নিলে এএছ ০২ই ৮০৩৯ নম্বৰৰ মালবাহী ট্ৰাকে। দুৰ্ঘটনাত থিতাতে নিহত ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ আশ্ৰাফুল আলমৰ। নিহত ছাত্ৰজনৰ ঘৰ ধিঙৰ ৰৌমাৰী বিলত। … Read more

সপোনৰ জখলাৰে বগাই আকাশ চুবৰ মন! WPLত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব অসম কন্যা জিণ্টিমণি কলিতাই…

নিউজ ডেস্কঃ সপোনৰ জখলাৰে বগাই আকাশ চুব বিচৰা ছোৱালীজনীয়ে আজি সমগ্ৰ অসমবাসীকে দিলে এটি ভাল খবৰ। প্ৰথমবাৰৰ বাবে দেশত অনুষ্ঠিত হ’বলগীয়া মহিলা ক্ৰিকেট প্ৰিমিয়াৰ লগী (ডব্লিউপিএল)ত মুম্বাই ইণ্ডিয়ানছৰ বাবে নিৰ্বাচিত হ’ল অসম কন্যা জিণ্টিমণি কলিতা। যি সময়ত ক্ৰিকেট কেৱল পুৰুষৰ খেল বুলিয়েই একাংশই ভাৱি আহিছে, সেই সময়ত ডব্লিউ পি এলৰ বাবে জিণ্টিমণিৰ নিৰ্বাচনে স্বাভাৱিক সুখৰ … Read more

শোকাবহ! হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লোৱা পুত্ৰৰ শোকত মাতৃয়েও এৰিলে প্ৰাণ…

নিউজ ডেস্কঃ নগাঁৱত একেদিনাই মাতৃ-পুত্ৰৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে সকলোকে। পুৱা হৃদক্ৰিয়া বন্ধ হৈ পুত্ৰৰ মৃত্যুৰ পিছতে বিয়লিৰ ভাগত প্ৰাণ ত্যাগ কৰিলে শোকবিহ্বল অশীতিপৰ মাতৃয়েও। এই শোকাবহ ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ পানীগাঁও দুৰ্গাবাড়ীৰ বিশাল ভৱন পথত। জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় ৯ বজাত আকস্মিক ভাৱে মৃত্যু ঘটে পেছাত ইলেক্ট্ৰিচিয়ান ৫০ বৰ্ষীয় হৰেকৃষ্ণ সেনৰ। … Read more

হঠাৎ হেৰাই থাকিল হাঁহিমুখীয়া ছোৱালীজনী! বিয়াৰ মাত্ৰ তিনিমাহ পিছতে ৰহস্যজনকভাৱে উদ্ধাৰ ইউটিউবাৰ প্ৰিয়লিনাৰ মৃতদেহ…

নিউজ ডেস্কঃ হঠাৎ হেৰাই থাকিল হাঁহিমুখীয়া ছোৱালীজনী। কম সময়ৰ ভিতৰতে ইউটিউবাৰ হিচাপে জনপ্ৰিয় হৈ পৰা প্ৰিয়লিনা নাথৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। বিয়াৰ মাত্ৰ তিনিমাহ পিছতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় প্ৰিয়লিনাৰ মৃতদেহ। শৰীৰৰ কেইবাটাও স্থানত আঘাতৰ চিন স্পষ্ট হৈ থকা ইউটিউবাৰগৰাকীক পৰিকল্পতিভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। উল্লেখ্য যে, প্ৰিয়লিনাই ইউটিউবত চাংকি ব্লগাৰ … Read more

শোকাবহ! নাৰ্ছিং হোমৰ ভুল চিকিৎসাৰ বলি হৈ অকাল মৃত্যু বিজেপিৰ নেত্ৰী উপমা বৰাৰ, ক্ষুব্ধ সমৰ্থকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ…

নিউজ ডেস্কঃ বিশিষ্টা সমাজকৰ্মী তথা বিজেপি নেত্ৰী তথা পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধি উপমা বৰাৰ আকস্মিক মৃত্যুৱে মৰ্মাহত কৰিছে সমগ্ৰ শিৱসাগৰবাসীক। প্ৰগতি নাৰ্ছিং হোমত ভুল চিকিৎসা আৰু চিকিৎসক-নাৰ্ছৰ গাফিলতিৰ বাবেই বিজেপি নেত্ৰীগৰাকীৰ মৃত্যু ঘটাৰ অভিযোগো উত্থাপন হৈছে। জানিব পৰা মতে, প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৪ দিন পূৰ্বে শিৱসাগৰৰ প্ৰগতি নাৰ্ছি হোমত ভৰ্তি হৈছিল শিৱসাগৰ পৌৰসভাৰ … Read more

মৰ্মান্তিক! পৰিয়ালৰ সৈতে বাইকেৰে চাবলৈ গৈছিল মেলা, ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল স্বামী-স্ত্ৰী আৰু কন্যাৰ…

নিউজ ডেস্কঃ মেলা চাবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’লে এহাল স্বামী-স্ত্ৰীৰ লগতে তেওঁলোকৰ কন্যাৰ। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ বিলাসপুৰত। দুই কন্যাৰ সৈতে মাতৃ-পিতৃহালে বাইকেৰে মেলা চাবলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী বাহনে তেওঁলোকক মহটিয়াই নিয়ে। এই দুৰ্ঘটনাত তিনিজনৰ মৃত্যু ঘটাৰ বিপৰীতে … Read more

ভাৰতীয় চলচ্ছিত্ৰৰ কিংবদন্তি নায়িকা শ্ৰীদেৱীক লৈ ৰচনা কৰা হৈছে জীৱনী! ঘোষণা স্বামী তথা চলচ্ছিত্ৰ নিৰ্মাতা বনী কাপুৰৰ

নিউজ ডেস্কঃ ভাৰতীয় ছবিজগতৰ কিংবদন্তি নায়িকা শ্ৰীদেৱীৰ জীৱনীৰ নাম ঘোষণা। প্ৰয়াত অভিনেত্ৰীগৰাকীৰ স্বামী তথা চলচ্ছিত্ৰ নিৰ্মাতা বনী কাপুৰে ঘোষণা কৰে জীৱনীখনৰ নাম। শ্ৰীদেৱীক লৈ ৰচনা কৰা আত্মজীৱনীৰ নাম হৈছে ‘দ্য লাইফ অৱ এ লিজেণ্ড’। সামাজিক মাধ্যমত এই নাম ঘোষণা কৰি বনী কাপুৰে কয়, “শ্ৰীদেৱী আছিল প্ৰকৃতিৰ শক্তি। যেতিয়া তেওঁ নিজৰ কলাক পৰ্দাত অনুৰাগীৰ সৈতে শ্বেয়াৰ … Read more

মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল নৱ বিবাহিত দম্পতীসহ ৪ জনৰ…

নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ ছিউনী জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই শোকৰ বন্যা নমাইছে সমগ্ৰ ৰাজ্যখনত। এক ভয়ংকৰ পথ দুৰ্ঘটনাত মঙলবাৰে প্ৰাণ হেৰুৱাবলগীয়া হয় একেটা পৰিয়ালৰ ৩ সদস্যসহ ৪ জনকৈ লোকে। বৃহস্পতিবাৰে নিহত সকলৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে শোকত ভাগি পৰে পৰিয়াল আৰু গাঁওবাসী। উল্লেখ্য যে, নিহত সকলৰ মাজত আছে এহাল নৱ বিবাহিত দম্পতীও। জানিব পৰা … Read more

হেলমেটবিহীন যাত্ৰাৰ শোকাবহ পৰিণতি! মৃত ভাতৃৰ সকামলৈ নিমন্ত্ৰণ দিবলৈ গৈ পথ দুৰ্ঘটনাত পতিত বাইক আৰোহী, ৩ বন্ধুৰ মৃত্যু…

নিউজ ডেস্কঃ ঝাৰখণ্ডৰ গুমগুলা চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন পথৰ দাঁতিত উফৰি পৰিল বাইক আৰোহী ৩ বন্ধু। দুৰ্ঘটনাত নিহত তিনিওজন যুৱকৰ। এজন বন্ধুৰ সম্পৰ্কীয় ভাতৃৰ মৃতকৰ সকামলৈ আত্মীয়ক নিমন্ত্ৰণ দিবলৈ যোৱাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা। নিহত যুৱক কেইজনৰ পৰিচয় অমন বেক (২১), কুলদ্বীপ খালখো (২২) আৰু আকাশ বেক (২১) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে … Read more