উদ্বোধন কৰা হ’ল ৰাজ্যিক বিজেপিৰ প্ৰাসাদোপম কাৰ্যালয়! চৰণ ধুৱাই জ্যেষ্ঠজনৰ আশীষ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্কঃ উদ্বোধন কৰা হ’ল ৰাজ প্ৰাসাদোপম ৰাজ্যিক বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয়। মহানগৰীৰ বশিষ্ঠত কেইবা কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰাজ্যিক বিজেপিৰ সুবিশাল কাৰ্যালয়টো শনিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই। বাজপেয়ী ভৱন নামেৰে নামকৰণ কৰা এই ব্যয়বহুল কাৰ্যালয়টোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী … Read more

হিমস্খলনত হেৰাই যােৱা অসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ…

নিউজ ডেস্ক। অৱশেষত আহিল সেই অনাকাংক্ষিত বেয়া খবৰ। যােৱা ৪ অক্টােবৰত পৰ্বতাৰােহণৰ উন্নত প্ৰশিক্ষণৰ বাবে উত্তৰাখণ্ডলৈ গৈ হিমস্খলনত হেৰাই যােৱা অসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ। শনিবাৰে দীপশিখাৰ লগতে এই হিমস্খলনত সন্ধানহীন হােৱা আন ৬ জন পৰ্বতাৰােহীৰাে মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী বাহিনীয়ে। উল্লেখ্য যে উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হিমস্খলন সন্ধানহীন পর্বতাৰোহীৰ দলটোৰ এইপর্যন্ত ২৬ গৰাকীৰ … Read more

আৱেগিক! হাতত প্ৰয়াত পিতৃৰ ফটো লৈ ৰভাতলীত প্ৰৱেশ কইনাৰ, দৃশ্য দেখি সেমেকি উঠিল উপস্থিত সকলোৰে দুচকু, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ কিছু বছৰ পূৰ্বে হেৰুওৱা পিতৃক নিজৰ বিশেষ দিনটোত এনেদৰেই বিচাৰি পালে এগৰাকী কন্যাই। ৰভাতলীত কইনাৰ সাজত প্ৰৱেশ কৰা কন্যাক চোৱাৰ হেঁপাহ আছিল পিতৃৰ। কিন্তু সেই সপোন পূৰ হোৱাৰ পূৰ্বে এই জীৱনৰ পৰা বিদায় ল’বলগীয়া হৈছিল পিতৃয়ে। পিতৃৰ অনুপস্থিতিত তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা কন্যাই নিজৰ বিয়াৰ দিনটোত কইনাৰ সাজ পিন্ধি ৰভাতলীত প্ৰৱেশ কৰাৰ … Read more

মৰ্মান্তিক! গুলীচালনাৰ অনুশীলনৰ সময়ত হঠাৎ বিস্ফোৰিত হ’ল টেংকৰ বেৰেল, শ্বহীদ ২ সেনা জোৱান

নিউজ ডেস্কঃ গুলীচালনাৰ অনুশীলনৰ সময়তে হঠাৎ টেকংৰ বেৰেল বিস্ফোৰণ ঘটি শ্বহীদ হ’ল দুগৰাকীকৈ সেনা জোৱান। এই শোকাবহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ববিনাৰ ফিল্ড ফায়াৰিং ৰেঞ্জত। এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে গুলীচালনাৰ অনুশীলন চলি থকাৰ সময়তে হঠাৎ এটা টি-৯০ টেংকৰ নলী বিস্ফোৰিত হয়। যাৰ ফলত টেংকটোৰ পৰিচালনাত থকা ৰাজস্থানৰ নিৱাসী নায়ব চুবেদাৰ সুমেৰ সিং বগৰীয়া, … Read more

শিক্ষকতাৰ উপৰিও ৰাজনীতি কৰি নিলম্বন শিক্ষক আশীষ দাস, দুদিন পূৰ্বে বিজেপি নেতা বুলি চিনাকী দি সাক্ষাৎ কৰিছিল শিক্ষামন্ত্ৰীক

নিউজ ডেস্কঃ শিক্ষকতাৰ উপৰিও ৰাজনীতি আৰু ঠিকাদাৰীৰ লগত জড়িত থকাৰ অভিযোগত নিলম্বন কৰা হ’ল শিক্ষকক। হাইলাকান্দিৰ ৮০৭নং আপিন আৰ এ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আশীষ দাসক নিলম্বন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াই। উল্লেখ্য যে, শিক্ষকতাৰ উপৰিও ঠিকাদাৰী আৰু ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল আশীষ দাস। শেহতীয়াকৈ সাংসদ কৃপানাথ মাল্লাহৰ নাম লৈ তেওঁ সাক্ষাতো কৰিছিল ৰাজ্যৰ … Read more

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীত নিয়মিতভাৱে অনুষ্ঠিত হ’ব বছেৰেকীয়া পৰীক্ষা…

নিউজ ডেস্কঃ ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীত নিয়মিতভাৱে অনুষ্ঠিত হ’ব বছেৰেকীয়া পৰীক্ষা। এই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ছাত্ৰ-ছাত্ৰী সকলে। বছেৰেকীয়া পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে দুমাহৰ ভিতৰত অনুষ্ঠিত হ’ব আন এক বিশেষ পৰীক্ষা। এই বিশেষ পৰীক্ষাত যাতে ছাত্ৰ-ছাত্ৰীয়ে উতীৰ্ণ হ’ব পাৰে, তাৰ বাবে বিদ্যালয়ৰ শিক্ষকে শুধৰণিমূলক পাঠদান কৰাৰ … Read more

এপদ এপদকৈ তাই বস্তুবোৰ গোটাইছিল! স্বাস্থ্যমন্ত্ৰীৰ সন্মুখত কান্দি কান্দি কৈ উঠিল তেজস্বিতাৰ পিতৃয়ে…

নিউজ ডেস্কঃ মাজুলীৰ প্ৰতিভাসম্পন্ন শিশুশিল্পী তেজস্বিতাৰ মৃত্যুক লৈ ব্যথিত সমগ্ৰ ৰাজ্যবাসী। তেজস্বিতাই উন্নত চিকিৎসা লাভ নকৰাৰ বাবেই হাস্পতালত মৃত্যুক সাৱটি ল’বলগীয়া হোৱাৰ অভিযোগ পৰিয়ালৰ। পৰিয়াল আৰু মাজুলীবাসীৰ এই অভিযোগে জোকাৰণি তুলিছে দিছপুৰৰ গাদীতো। সেয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আজি ততাতৈয়াকৈ মাজুলীত উপস্থিত হৈ তেজস্বিতাৰ পিতৃ-মাতৃক সাক্ষাৎ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ১৪ বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৰ তদন্ত কৰিবলৈ মাজুলীত … Read more

কোনো গাফিলতি হোৱা নাছিল তেজস্বিতাৰ চিকিৎসাত! শিশু শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান বিধায়ক দিগন্ত কলিতাৰ…

নিউজ ডেস্কঃ প্ৰতিভাৱান শিশুশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুক লৈ এইবাৰ প্ৰতিক্ৰিয়া শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাৰ। ভুল চিকিৎসাৰ বাবেই তেজস্বিতাৰ মৃত্যু ঘটা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে দিগন্ত কলিতাই। তেজস্বিতাৰ চিকিৎসাত কোনো ধৰণৰ গাফিলতি হোৱা নাই বুলি মন্তব্য বিধায়কজনৰ। হাস্পতালখনৰ সকলো চিকিৎসক পিজি হোৱাৰ লগতে তেজস্বিতাক যিমানখিনি চিকিৎসা প্ৰদান কৰিবলগা আছিল সকলো খিনি … Read more

মৰ্মান্তিক! মা দুৰ্গাক বলি প্ৰদানৰ সময়তে বলি কটা দা চিটিকি ডিঙিত লাগিল ৩ বছৰীয়া শিশুৰ, মৃত্যু

নিউজ ডেস্কঃ সমগ্ৰ দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত দুৰ্গোৎসৱৰ উছাহৰ মাজতে ঝাৰখণ্ডৰ গুমলা জিলাত সংঘটিত হোৱা এক শোকাবহ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। দুৰ্গা পূজাৰ নৱমীৰ দিনা মা দুৰ্গাৰ সন্মুখত পৰম্পৰাগত বলি বিধানৰ সময়তে বলি কটা দা ডিঙিত লাগি প্ৰাণ হেৰুৱায় এটি ৩ বছৰীয়া কণমানিয়ে। জানিব পৰা মতে, গুমলা জিলাৰ ঘঘৰা থানাৰ লালপুৰ গাঁৱত … Read more

দুৰ্গা পূজাৰ বতৰতে বাংলাদেশৰ যুৱকৰ সৈতে সম্পন্ন হ’ল আলফা নেতা অনুপ চেতিয়াৰ কন্যাৰ বিয়া

নিউজ ডেস্কঃ সুদীৰ্ঘ দিনৰ প্ৰেম সম্পৰ্কৰ পিছত পূজাৰ বতৰতে বাংলাদেশৰ যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল আলফা নেতা অনুপ চেতিয়াৰ কন্যাই। সামাজিক ৰীতি-নীতিৰে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইগাঁৱস্থিত বাসগৃহত সম্পন্ন হ’ল অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাৰ কন্যা বন্য বৰুৱা আৰু অনিৰ্বাণ চৌধুৰীৰ বিবাহখন। উল্লেখ্য যে, আলফাৰ সদস্যৰূপে সুদীৰ্ঘ ২৮ বছৰ বাংলাদেশত আছিল অনুপ চেতিয়াই। অৱশ্যে বাংলাদেশত … Read more