হায়ৰে মানৱতা! কোচ জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবেই মৃত্যুৰ পিছতো গাঁওবাসীয়ে সৎকাৰ নকৰিলে অতুল শৰ্মাৰ মৃতদেহ, নৈৰ পাৰত পুতি থ’বলগীয়া হ’ল পত্নীয়ে

নিউজ ডেস্কঃ মানুহে মানুহৰ কথা কোৱা এইখন সমাজত সামাজিক সংকীৰ্ণতাই বহুবাৰ চৰ্চা লাভ কৰিছে। কেতিয়াবা যদি গাহৰি বা মুৰ্গীৰ ব্যৱসায় কৰাৰ বাবে কোনোবা পৰিয়ালক এঘৰীয়া কৰা হৈছে, আন কেতিয়াবা আকৌ অইন ধৰ্মৰ মাজত সম্পন্ন হোৱা বিবাহৰ বাবে কৰা হৈছে এঘৰীয়া। এইবাৰ সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবেই মৃত্যুৰ পিছতো হিন্দু ৰীতি-নীতিৰে শেষ কৃত্য সম্পন্ন কৰা … Read more

ঘোচখোৰ বিষয়া! উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী পৰিদৰ্শক লোহিত ফুকন

নিউজ ডেস্কঃ ৰাজ্যত দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। যাৰ পৰিণতিত বিগত সময়ত ঘোচ লৈ হাতে-লোটে ধৰা পৰিছে ৰাজ্যৰ বহু কেইজন চৰকাৰী বিষয়া আৰু কৰ্মচাৰী। শেহতীয়াকৈ ঘোচ লৈ বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী বিষয়া। গোলাঘাট জিলাৰ বোকখাত আবকাৰী বিভাগত অভিযান চলাই বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আবকাৰী পৰিদৰ্শক লোহিত ফুকনক। Second … Read more

আকৌ ঘোচকাণ্ড! ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ উপ পঞ্জীয়ক কাৰ্যালয়ক কৰ্মচাৰী গোপীনাথ দাস

নিউজ ডেস্কঃ পুনৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আন এগৰাকী চৰকাৰী কৰ্মচাৰী। এইবাৰ তামুলপুৰৰ উপ পঞ্জীয়ক কাৰ্যালয়ত অভিযান চলাই উৎকোচ গ্ৰহণৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এগৰাকী কৰ্মচাৰী। ধৃত দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী জনৰ পৰিচয় গোপীনাথ দাস বুলি জানিব বুলি জানিব পৰা গৈছে। উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰীজনক। Our … Read more

বিয়াৰ ৫০ বছৰ পিছত সন্তানৰ মুখ দেখিলে এহাল সত্তৰোৰ্ধ্বৰ দম্পতীয়ে, আনন্দত আত্মহাৰা হৈ ক’লে এই কথা…

নিউজ ডেস্কঃ বিবাহৰ পিছত এটি সন্তানে সংসাৰখন পূৰ্ণ কৰি তোলে। শিশুৰ কলৰৱ, থুনুক থানাককৈ কঢ়া খোজ, ফুটা নুফুটা মাতেৰে মতা সেই মাতবোৰ শুনি সুখানুভূতিত বুৰ যাবলৈ কাৰনো মন নাযায়! কিন্তু সকলোৰে জানো সেই সৌভাগ্যকণ হয়! বিয়াৰ পিছত এটি সন্তানৰ বাবে কিমান যে হাবাথুৰি খাইছিল দম্পতীহালে। কি ডাক্তৰ, কি কবিৰাজ সকলোৰে কাষত থৈয় হৈও যোৱা ৫০ … Read more

তৎপৰ প্ৰশাসন! মুকলি স্থানত বিদ্যালয়ৰ প্রাতঃসভা বন্ধৰ নিৰ্দেশ

নিউজ ডেস্ক। উৎকট গৰমৰ মাজতে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত প্ৰখৰ ৰ’দত প্ৰায় এঘন্টা সময় থিয় হৈ থকাৰ পিছত অসুস্থ হৈ গুৱাহাটী মহানগৰীৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ পিছতে তৎপৰ হৈ পৰিছে মহানগৰ জিলা প্ৰশাসন। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পুৱাৰ সমূহীয়া প্ৰাৰ্থনা মুকলি ঠাইত বন্ধ … Read more

পথ নহয় যেন পুখুৰী! পথৰ ওপৰৰ গাতত গা ধুই, যোগাসান কৰিলে এগৰাকী ব্যক্তিয়ে, কাষতে থিয় হৈ চাই থাকিল বিধায়কে…

নিউজ ডেস্কঃ পথ নহয়, যেন পথাৰ! ব্যস্ত পথটোৰ ওপৰত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত। এজাক বৰষুণৰ পাছত সেই গাঁতত পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰিছে। আৰু পুখুৰী সদৃশ হৈ পৰিছেই যেতিয়া, গা টোকে তিয়াই ল’ব পৰা যায়। সেয়ে পথৰ ওপৰৰ সেই প্ৰকাণ্ড গাঁতত গা ধুবলৈ আহিল এজন ব্যক্তি। গা ধোৱাৰ পূৰ্বে পানীত নামি তেওঁ যোগাসনো … Read more

শোকাবহ! বিদ্যালয়ত এঘণ্টা ধৰি ৰ’দত থিয় হৈ থাকি অসুস্থ হৈ পৰিল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী স্নিগ্ধাশিখা, চিকিৎসালয়ত সাৱটিলে মৃত্যুক…

নিউজ ডেস্কঃ মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এক অমানৱীয় কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। বিদ্যায়খনৰ এগৰাকী ছাত্ৰীক এঘণ্টা ৰ’দত থিয় কৰাই থোৱাৰ বাবেই মৃত্যুক সাৱটি ল’বলগীয়া হ’ল ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দায়বদ্ধহীনতাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে বিভিন্নজনে। জানিব পৰা মতে, মহানগৰীৰ ছাত্ৰীবাৰীস্থিত নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী ছাত্ৰৰ … Read more

শোকাবহ! বিচনাত শুই শুই মোবাইল চাৰ্জত লগাই ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ বিচনাত শুই শুই চাৰ্জত লগাই মোবাইলত ভিডিঅ’ চাই আছিল এজন যুৱকে। কিন্তু তেনেতে বিদ্যুৎ স্পৃষ্ট হৈ প্ৰাণ হেৰুৱায় যুৱকজনে। এই শোকাবহ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ বনবালী ৰোডত। মৃত যুৱকজনক পৰিচয় প্ৰীতম নাথ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, শুই শুই মোবাইল চাৰ্জত লগাই ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎ স্পৃষ্ট হৈ গুৰুতৰভাৱে আহত … Read more

শাহু-বোৱাৰীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি! বোৱাৰীৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহুৱেকসহ ২ মহিলাৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন আন এগৰাকী…

নিউজ ডেস্কঃ শাহু-বোৱাৰীৰ মাজত সৰুসুৰা বাক-বিবাদ থাকেই। কিন্তু এই সংঘাতৰ বাবেই বোৱাৰীৰ আক্ৰমণত শাহুৱেকৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ছয়গাঁৱত। ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত এগৰাকী বোৱাৰীৰ দাৰ ঘাপত মৃত্যু ঘটে শাহুৱেকৰ লগতে আন এগৰাকী মহিলাৰ। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমানো হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে এগৰাকী যুৱতী। এই লোমহৰ্ষৰ হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে … Read more

লগত ২২টা হেলমেট লৈ আহিছিল এজন লোকে, কিন্তু তাৰ পিছতো ভৰিবলগীয়া হ’ল জৰিমনা! কিন্তু কিয়…

নিউজ ডেস্কঃ এটা, দুটা নহয়, লগত ২২টা হেলমেট থকাৰ পিছতো জৰিমণা ভৰিবলগীয়া হ’ল এজন ব্যক্তিয়ে। কাৰণ জানি আচৰিত হ’ব আপুনিও। যোৰহাটত সংঘটিত হৈছে এনে এক আশ্বৰ্যকৰ ঘটনা। লগত ২২টা হেলমেট কঢ়িয়াই অনা এজন লোকক জৰিমনা বিহে যান বাহন আৰক্ষীয়ে। কাৰণ লগত হেলমেট থাকিলেও মূৰত হেলমেট নাছিল ব্যক্তিজনৰ। দৰাচলতে কেইজন অনা অসমীয়া ব্যৱসায়ীয়ে সোমবাৰে যোৰহাটত হেলমেট … Read more