শােকাৱহ! ছুটীত ঘৰলৈ গৈ দুৰ্ঘটনাত প্ৰাণ গ’ল অৰুণাচল প্ৰদেশত কৰ্মৰত সেনা জােৱানৰ
নিউজ ডেস্কঃ এমাহৰ ছুটী লৈ ঘৰলৈ আহি ভগ্নীৰ পৰা ৰাখী পিন্ধাৰ সপোন পূৰণ নহ’ল এগৰাকী সেনা জোৱানৰ! ছুটীত ঘৰলৈ অহাৰ পিছতে এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় ৫ ভগ্নীৰ ভাতৃ সেনা জোৱানগৰাকীয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভৰতপুৰত। শুকুৰবাৰে ভৰতপুৰৰ চিকসানা থানা এলেকাৰ অন্তৰ্গত দাৰাপুৰ খুড়ত এখন টেম্প’ৰ খুন্দাত প্ৰাণ হেৰুৱায় ৩৫ বৰ্ষীয় … Read more