কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু বিশিষ্ট সংগীতশিল্পী তথা অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ

দেশজুৰি অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে। সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। কৰ’ণাই প্ৰাণ ল’লে বিশিষ্ট সংগীতশিল্পী তথা অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ। গুৱাহাটীস্থিত ‘হায়াট হাস্পতাল’লৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় বিজয়লক্ষ্মী দাসে। জানিব পৰা মতে শিল্পী তথা ‘পশ্চিম গুৱাহাটী মহাবিদ্যালয়’ৰ অধ্যাপিকাগৰাকীয়ে বিগত চাৰিদিন ধৰি … Read more

কৰ’ণাত আক্ৰান্ত ভ্ৰাম্যমাণ জগতৰ ট্ৰেজেডী কিং মৃদুল ভূঞা…

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে। সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ অসমৰ বহু বিশিষ্ট ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে চিকিৎসাধীন হৈ আছে বহুজন। এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা তথা ট্ৰেজে়ডী কিং খ্যাত মৃদুল ভূঞা। চ’ছিয়েল মিডিয়াযোগে নিজেই কৰ’ণাত আক্ৰান্ত … Read more

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী তথা গিটাৰিষ্ট ত্ৰিদীপ চৌধুৰীৰ…

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে। সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। কৰ’ণাই প্ৰাণ ল’লে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী তথা গিটাৰিষ্ট ত্ৰিদীপ চৌধুৰীৰ। গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে চৌধুৰীয়ে। উল্লেখ্য যে, অসমৰ বাহিৰলৈ গৈছিল ত্ৰিদীপ চৌধুৰী। উভতি অহাৰ পিছতে কৰ’ণাত আক্ৰান্ত হৈছিল চৌধুৰী। প্ৰথমে বঙাইগাওঁৰ এখন … Read more

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু দিল্লীত কৰ্মৰত জ্যেষ্ঠ অসমীয়া মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ

দেশজুৰি কৰ’ণা ভাইৰাছে ধাৰণ কৰিছে মাৰাত্মক ৰূপ। সংক্ৰমণৰ সমান্তৰালকৈ দেশত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা। কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে দিল্লীত কৰ্মৰত জ্যেষ্ঠ অসমীয়া মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যই। দিল্লীৰ প্ৰতীক্ষা হাস্পতালত মৃত্যু হয় সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ। Our very close Kalyan Barooah's wife Nilakshi Bhattacharyya passed away today morning due to Covid related … Read more

ভূঁইকঁপৰ ফলত ভূগৰ্ভৰ পৰা ওলোৱা পানী সংগ্ৰহ কৰিবলৈ হাতত কলহ-কেটেলী লৈ ৰাইজৰ ভীৰ…

২৮ এপ্ৰিলৰ পুৱাই বৰভূঁইকপে জোকাৰি গ’ল সমগ্ৰ ৰাজ্য। ভূমিকম্পক লৈ বহু কাল্পনীক কাহিনী সৰ্বজন বিদিত। কিন্তু আধুনিক বিজ্ঞানৰ দৃষ্টিকোণে এনে কল্পকাহিনী বা আখ্যানক দূৰতে বিদূৰ কৰি প্ৰায়ভাগ শিক্ষিতৰে মনত ভূমিকম্পৰ বৈজ্ঞানিক ব্যাখ্যা উপলব্ধ কৰিছে। কিন্তু বৰভূঁইকঁপৰ পিছত ৰাজ্যত দেখা গ’ল তেনেই এক দৃশ্য। তেজপুৰৰ ঘগৰা অঞ্চলত আজি ভূমিকম্পৰ ফলত মাটি ফুটি ওলোৱা পানী সংগ্ৰহ কৰে … Read more

#StayStrongIndia ত্ৰিৰংগাৰ প্ৰতীকৰ আলোকেৰে উদ্ভাসিত বুৰ্জ খলিফা

নিউজ ডেস্ক। ভাৰতত ক’ভিড মহামাৰীৰ সংক্ৰমণৰ দ্বিতীয় জোৱাৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। তেনে সময়তে ক’ভিড যুঁজলৈ দেশখনক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সংযুক্ত আৰব আমীৰশ্বাহি (ইউএই)এ। ডুবাইৰ বুৰ্জ খলিফা ভাৰতৰ প্ৰতি ক’ভিড যুঁজৰ সমৰ্থন জনাই ত্ৰিৰংগা পতাকাৰ প্ৰতীকৰ পোহৰেৰে উদ্ভাসিত কৰি তোলা হয়। বিশ্বৰ এই আটাইতকৈ ওখ ইমাৰটটোত ত্ৰিৰংগাৰ প্ৰতীক হিচাপে তিনিটা ৰঙৰ পোহৰেৰে আলোকিত … Read more

নৈশ সান্ধ্য আইনৰ মাজতে চলি থকা বিবাহ অনুষ্ঠান বন্ধ প্ৰশাসনৰ, নিলম্বিত আৰক্ষী বিষয়া

নিউজ ডেস্ক। দেশত ভয়াৱহ ৰূপ লৈছে মহামাৰী কোৰোনাই। চৰকাৰ, প্ৰশাসন অথবা চিকিৎসকে বাৰম্বাৰ জনতাক অনুৰোধ কৰিছে ক’ভিড বিধি মানি চলিবলৈ। কিন্তু বৰ্তমানেও বহুতো লোকৰ গাত কথা লগা নাই এই সন্দৰ্ভত। এইবাৰ তেনে এক দৃশ্যই দেখা গল পশ্চিম ত্ৰিপুৰা জিলাত। সোমবাৰে নৈশ সান্ধ্য আইন ভংগ কৰি বহুতো লোকে আয়োজন কৰিলে বিবাহ অনুষ্ঠান। যি কথা জানিব পাৰি … Read more

পিপিই কিটত ক’ভিড পজিটিভ কইনা, ক’ভিড চিকিৎসালয় পৰিণত হ’ল বিবাহ স্থলীলৈ!

নিউজ ডেস্ক। সঁচাই কি যে আচৰিত। কেতিয়া কাৰ ক’ত কেনেকৈ বিবাহ হয়, সেইয়া যেন সঁচাই কোনেও ক’ব নোৱাৰে। এইবাৰ চিকিৎসালয়ৰ ক’ভিড কক্ষ পৰিণত হ’ল বিবাহ ভৱনলৈ। এই ঘটনা হৈছে ২৫ এপ্ৰিলৰ দিনা কেৰেলাৰ অলাপুজ্জা জিলাৰ ভাণ্ডানাম চিকিৎসা মহাবিদ্যালয়ত। ঘটনা অনুসৰি, কেৰেলাৰ কইনাকাৰী অঞ্চলৰ দৰা সাৰথ মন আৰু থেক্কানাৰায়ড অঞ্চলৰ কইনা অভিৰামিৰ বিবাহৰ দিন ঠিক হৈছিল … Read more

ভীষণ বনজুইয়ে দহিছে মিজোৰামৰ বহু গাঁও-চহৰ! জুই নিৰ্বাপনত নামিল বায়ুসেনা

নিউজ ডেস্ক। যেন ভূতৰ ওপৰত দানহ পৰাৰ দৰে অৱস্থা হৈছে মিজােৰামৰ। ৰাজ্যখনৰ জনসাধাৰণে ক’ভিড-১৯ সংক্ৰমণৰ সৈতে যুঁজ দি থকাৰ সময়তে এইবাৰ বিধ্বংসী বনজুইৰ কবলত অসম প্ৰতিবেশী ৰাজ্যখন। মিজোৰামৰ লুংলেইত সূত্ৰপাত হোৱা বনজুইয়ে বৰ্তমান ছানি ধৰিছে গাঁওসহ কেইবাখনো চহৰ। যোৱা ৪৮ ঘণ্টাত এই বনজুই দক্ষিণ মিজোৰামৰ লুংলেই আৰু লওংতিলাই জিলাৰ কেইবাখনো চহৰলৈ বিয়পি পৰিছে। কৰ্তৃপক্ষই জনোৱা … Read more

অতি সংকটজনক অৱস্থাত থকা মহিলাৰ বাবে এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা চনু সুদৰ

নিউজ ডেস্ক। বিগত বৰ্ষৰ পৰা এতিয়ালৈকে আৰ্তজনক সহায় কৰি বাস্তৱৰ নায়ক হৈ পৰিছে বলিউড অভিনেতা চনু সুদ। বিগত বৰ্ষৰ লকডাউনৰ সময়ত তেওঁ নি:স্বাৰ্থভাৱে সহায় কৰিছিল শ্ৰমিক সকলক। বিশেষ গাড়ী আৰু বাছেৰে শ্ৰমিক সকলক তেওঁ প্ৰেৰণ কৰিছিল ঘৰলৈ। বহুতো কৰ্মহীন লোকক তেওঁ প্ৰদান কৰিছিল সংস্থাপন। তেওঁ পৰিচিত হৈ পৰিছিল দুখীয়াৰ ভগৱান হিচাপে। এতিয়াও ঠিক একেই। বিপদৰ … Read more