মৰ্মান্তিক! ভোগালীৰ উছাহৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ২ ভগ্নীৰ, গুৰুতৰভাৱে আহত ভতিজা…
নিউজ ডেস্কঃ ভোগালী বিহুৰ উছাহৰ মাজতে গোৱালপাৰা জিলাৰ ৰংজুলিত শোকাবহ পথ দুৰ্ঘটনা। ৰংজুলিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু দুই ভগ্নীৰ। নিহত সম্পৰ্কীয় ভগ্নী দুগৰাকীৰ পৰিচয় শান্তা ৰায় (২৫) আৰু ৰিয়া ৰায় (১৮) বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘনাটোত গুৰুতৰভাৱে আহত হয় শান্তা ৰায়ৰ ভতিজা অংশুমান ৰায় (৮) নামৰ শিশুটিও। জানিব পৰা মতে, সোমবাৰে … Read more