গাখীৰ বিক্ৰীৰ বাবে এজন ‘খেতিয়কে’ ক্ৰয় কৰিলে ৩੦ কােটিৰ হেলিকপ্টাৰ!

নিউজ ডেস্ক। আপুনি চাগে এখন বিলাসী গাড়ী ক্ৰয় কৰাৰ সপোন প্ৰায়ে দেখে। গাড়ীখন কিনিবলৈয়ো চাগে আপুনি যথেষ্ট কষ্ট কৰিছে। কিন্তু এইবাৰ এজন ব্যক্তিয়ে নিজৰ যাতায়তৰ সুবিধাৰ বাবে ক্ৰয় কৰি ললে এখন হেলিকপ্টাৰ। ব্যক্তিজন প্ৰকৃততে কোনো নেতা-মন্ত্ৰী নহয়। তেওঁ এজন খেতিয়কহে। কিন্তু তথাপিও ক্ৰয় কৰিলে হেলিকপ্টাৰ। আপুনি চাগে এইয়া সঁচা নহয় বুলি ভাবিছে। কিন্তু এইয়া সঁচা … Read more

জনপ্ৰিয়তা বাঢ়িব, তথাপিও মুখ্যমন্ত্ৰীৰ আসনত বহিব নােৱাৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা!

নিউজ ডেস্ক। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত শাসক-বিৰােধী উভয় পক্ষই কঁকালত টঙালি বান্ধিছে। ভােটযুদ্ধৰ ফলাফল ঘােষণাত এতিয়াও বহু দিন বাকী যদিও কালপুৰুষ পঞ্জিকাই আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কেইটামান গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী প্ৰকাশ কৰিছে। পূর্ণাংগ পঞ্জিকাৰ গণনা অনুসৰি, অহা বিধানসভা নিৰ্বাচনত অসমত পুনৰ বিজেপি-মিত্রদলৰ চৰকাৰ গঠন হােৱাটাে খাটাং। অৱশ্যে পূৰ্বেতকৈ কিছু ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বিজেপিৰ … Read more

দুষ্প্ৰাপ্য প্ৰজাতিৰ গৰু পোৱালিৰ দৃশ্যই মোহিছে সকলোকে, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। সাধাৰণতে সামাজিক মাধ্যমত হাতী, বান্দৰ অথবা বিভিন্ন জন্তুৰ পোৱালিৰ খেলা-ধূলা শ্বেয়াৰ হৈ থাকে। যিসমূহ দৃশ্য উপভোগ কৰি ভাল পায় সকলোৱে। কিন্তু এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে আন এক দৃশ্য। অৰ্থাৎ এটা মোহনীয় গৰু পোৱালি। সামাজিক মাধ্যমৰ ৫০ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা এই গৰু পোৱালিটোৱে পিন্ধি আছে জুনুকা। গৰাকীৰ লগত খেলি থকা দেখা গৈছে পোৱালি … Read more

নিমিষতে নিঃশেষ হ’ল এটা পৰিয়াল! কণমানি সন্তানৰ সৈতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়ে

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনাই চকু সেমেকাই তুলিলে বহুজনৰ। এক শােকাৱহ দুৰ্ঘটনাত নিঃশেষ হ’ল এটি পৰিয়াল। পিতৃ-মাতৃৰ সৈতে কণমানি কন্যা সন্তানেও অকালতে বিদায় ল’লে এই জগতৰ পৰা। এই শােকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চহজনৱা এলেকাত। জানিব পৰা মতে, শনিবাৰে এক পথ দুৰ্ঘটনাত পিতৃ-মাতৃৰ লগতে কণমানি কন্যা সন্তানৰ মৃত্যু ঘটে। বাইকেৰে যাত্ৰা … Read more

দৰাৰ বয়স ৮੦, কইনাৰ ৭৫! অৱশেষত সম্পূৰ্ণ হ’ল কৈশোৰৰ প্ৰেম কাহিনী

নিউজ ডেস্ক। প্ৰেমে নামানে বয়সৰ সীমা…। পুনৰবাৰ যেন প্ৰমাণিত হ’ল এই উক্তি। বয়সৰ তথা সমাজৰ সকলাে বাধ্যবাধকতা নেওচি বৃদ্ধাৱস্থাত পূৰ্ণতা পালে কৈশােৰৰ প্ৰেম কাহিনীয়ে। দৰাৰ বয়স ৮੦ বছৰ, কইনাৰ বয়স ৭৫। দুয়ােৰ মাজত সম্পন্ন হ’ল বিয়া। অৱশেষত পূৰ্ণ হ’ল প্ৰেমিক যুগলৰ কৈশােৰ অৱস্থাৰ প্ৰেম কাহিনী। এই বিশেষ বিয়া সম্পন্ন হ’ল পাকিস্তানত। কৈশোৰতে প্ৰেম কৰিছিল পাকিস্তানৰ … Read more

আশ্চৰ্যকৰ! ৰাছিয়াত দৃশ্যমান নীলা ৰঙৰ বাটৰ কুকুৰ, ফটাে ভাইৰেল

নিউজ ডেস্ক। এক আচৰ্য্যজনক কথা। সাধাৰণভাৱে দেখা কুকুৰৰ ৰঙতকৈ এক পৃথক ৰঙৰ কুকুৰৰ দৃশ্যমান হ’ল। হয়, উজ্জ্বল নীলা ৰঙৰ কুকুৰ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাছিয়াত। পথৰ কুকুৰে সলাবলৈ লৈছে নিজৰ বৰণ। অৱশ্যে কােনাে প্ৰাকৃতিক কাৰণত নহয়, প্ৰদূষণৰ বাবে কুকুৰৰ বৰণ এনে হোৱা বুলিও অনুমান কৰা হৈছে। ৰাসায়নিক আৱৰ্জনাৰ ফলত সৃষ্টি হোৱা গেছে কুকুৰৰ এই ৰং … Read more

গুগল্ মেপৰ বিকল্প! দেশতে তৈয়াৰ হ’ব প্ৰথমটো থলুৱা মেপিং পৰ্টেল

নিউজ ডেস্ক। অৱস্থিতি আৰু যাতায়াত সেৱা প্ৰদান পৰ্টেল MapmyIndia ই ISRO ৰ সৈতে ঘোষণা কৰিছে এক যুটীয়া পদক্ষেপৰ কথা । দুয়োটা সংস্থাই নিৰ্মাণ কৰিব ভাৰতৰ শ্ৰেষ্ঠ আৰু সম্পূর্ণ থলুৱা মেপিং পৰ্টেল। এই সন্দৰ্ভত MapmyIndia ৰ কাৰ্যবাহী সঞ্চালক ৰোহন বাৰ্মাই কয়- এই যৌথ উদ্যোগে ভূ-তথ্য পৰ্যবেক্ষণক অধিক শক্তিশালী কৰিব। লগতে ই ‘আত্মনিৰ্ভৰ ভাৰত’ৰ যাত্রাত মাইলৰ খুটি … Read more

বিচিত্ৰ প্ৰকৃতি! বান্দৰ পোৱালিৰ মাতৃ হ’ল কুকুৰ, ৬ মাহ ধৰি একেলগে বাস

নিউজ ডেস্ক। সঁচাই যেন বিচিত্ৰ এই প্ৰকৃতি! প্ৰাকৃতিক জগতত নিতৌ ঘটে বিচিত্ৰ কাহিনী। পুনৰ দেখা গ’ল এক অগতানুগতিক দৃশ্য। যিটো দৃশ্য দেখিলে আপুনিও তবধ মানিব। এইখন অসমতে দেখিবলৈ পোৱা গৈছে এনে বিৰল দৃশ্য। শিৱসাগৰ জিলাৰ কোনো এক গাঁৱত দেখা দৃশ্য কোনোবাই বন্দী কৰিলে কেমেৰাত। আৰু ইয়াক এৰি দিলে সামাজিক মাধ্যমত। যিটো দৃশ্য এতিয়া হৈ পৰিছে … Read more

NRC এখন খেল, কোনো ৰাজনৈতিক দলে নিবিচাৰে এন আৰ চিঃ ৰঞ্জন গগৈ

নিউজ ডেস্ক। ‘কোনো ৰাজনৈতিক দলে ৰাষ্ট্ৰীয়য় নাগৰিক পঞ্জী (এন আৰ চি) হোৱাটো নিবিচাৰে। NRC এখন ৰাজনৈতিক খেল। কংগ্ৰেছ, বিজেপি নাইবা কােনাে দলেও অসমত NRC হােৱাটাে নিবিচাৰে।’ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। কলকাতাত অনুষ্ঠিত ইণ্ডিয়া টুডে কনক্লেভত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে গগৈয়ে। তেওঁ অসমত এন আৰ চিক এক ডাঙৰ … Read more

অসাৱধানতা! প্ৰথম মহলাৰ পৰা জাৱৰ পেলাবলৈ গৈ বিপদত পৰিল এজন লােক, CCTV কেমেৰাত বন্দী সমগ্ৰ ঘটনা

নিউজ ডেস্ক। সামাজিক মাধ্যমৰ এক ভিডিঅ’ই আমোদ যোগাইছে বহুতকে। ভিডিঅ’টো দেখিলে আপুনিও নহঁহাকৈ থাকিব নোৱাৰিব। প্ৰায় ১৪ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে সহজ পথেৰে জাৱৰ পেলাবলৈ গৈ এজন ব্যক্তিয়ে নিজেই পৰিলেগৈ জাৱৰৰ মাজত। ঘটনাৰ সময়ত পথত আহিছে দিল্লীৰ পৌৰসভাৰ জাৱৰ কঢ়িওৱা বাহন। বাহনখন অহাৰ খবৰ পাইয়েই ব্যক্তিজনে নিজৰ ঘৰৰ ওপৰৰ পৰা তললৈ নামি নাহি এখন … Read more