বন্ধুৱে সংঘটিত কৰিছিল লোমহৰ্ষক হত্যাকাণ্ড! সাহসিকতাৰে আৰক্ষীৰ কাষ চাপি সকলো বিৱৰি কোৱা কেব চালক খগেন দাসক পুৰস্কৃত আৰক্ষী আয়ুক্তৰ…
নিউজ ডেস্কঃ বন্ধুৱে সংঘটিত কৰা লোমহৰ্ষক হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰি সাহসিকতাৰ পৰিচয় দিয়া কেব চালক খগেন দাসক পুৰস্কৃত কৰিলে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ হৈ আৰক্ষী আয়ুক্তই খগেন দাসক প্ৰদান কৰে ১০ হাজাৰ টকাৰ পুৰস্কাৰ। উল্লেখ্য যে, বৃহস্পতিবাৰে মহানগৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। হিতেশ দাস নামৰ এজন পাষণ্ডই নিজৰ ভাড়াঘৰত নৃশংসভাৱে হত্যা কৰিছিল বন্ধু প্ৰেমনাথ … Read more