মৰ্মান্তিক! ট্ৰাকৰ সৈতে হুণ্ডাই বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ৫ বৰযাত্ৰীৰ
নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। প্ৰাণ গ’ল ৫ বিবাহযাত্ৰীৰ। এই দুৰ্ঘটনাৰ স্থান নগাঁও কলিয়াবৰ। মৃত যুৱককেইজন বিবেক দাস, সমীৰ পাল, বিকাশ শৰ্মা, সন্দীপ কুমাৰ পাল আৰু সঞ্জয় দাস। নিহত যুৱককেইজনৰ ঘৰ গোলাঘাট জিলাৰ বোকাখাত। সোমবাৰে নিশা তেজপুৰৰ ৭১৫ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰৰ অভিমুখী UP … Read more