বনভোজ খাবলৈ গৈ নাৱৰ পৰা পৰি ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক!
নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা। লুইতৰ চাপৰিত বনভোজ খাবলৈ গৈ নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হ’ল এজন যুৱক। জানিব পৰা মতে, আমিনগাঁও মৰিয়াপট্টিত সংঘটিত হৈছে এই ঘটনা। নাৱৰ পৰা নদীত পৰি সন্ধানহীন হ’ল গুৱাহাটীৰ কামাখ্যা গে’টৰ শিৱ লহকৰ নামৰ এজন যুৱক। বনভােজ খাবলৈ গৈ হাত নাওৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল গুৱাহাটীৰ কামাখ্যা গে’টৰ শিৱ লহকৰ নামৰ এজন … Read more