দুঃখবৰ! বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ প্ৰয়াণ, শোকস্তব্ধ ৰাজ্যবাসী
নিউজ ডেস্কঃ বিগত ১১ দিন চিকিৎসাধীন হৈ থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে শেষ নিশ্বাস ত্যাগ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক বশিষ্ঠ দেৱশৰ্মাৰ। শুকুৰবাৰে সন্ধিয়া হাস্পতালত বুঢ়া সত্ৰীয়াগৰাকীৰ প্ৰয়াণৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী … Read more