শিক্ষকতাৰ উপৰিও ৰাজনীতি কৰি নিলম্বন শিক্ষক আশীষ দাস, দুদিন পূৰ্বে বিজেপি নেতা বুলি চিনাকী দি সাক্ষাৎ কৰিছিল শিক্ষামন্ত্ৰীক
নিউজ ডেস্কঃ শিক্ষকতাৰ উপৰিও ৰাজনীতি আৰু ঠিকাদাৰীৰ লগত জড়িত থকাৰ অভিযোগত নিলম্বন কৰা হ’ল শিক্ষকক। হাইলাকান্দিৰ ৮০৭নং আপিন আৰ এ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আশীষ দাসক নিলম্বন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াই। উল্লেখ্য যে, শিক্ষকতাৰ উপৰিও ঠিকাদাৰী আৰু ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল আশীষ দাস। শেহতীয়াকৈ সাংসদ কৃপানাথ মাল্লাহৰ নাম লৈ তেওঁ সাক্ষাতো কৰিছিল ৰাজ্যৰ … Read more