গৃহৰক্ষী জোৱানলৈ সকাহ! মাহিলী ভাট্টা ২৩ হেজাৰ টকালৈ বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
নিউজ ডেস্ক। বিভিন্ন দাবীৰে দীৰ্ঘদিন ধৰি আন্দােলন অব্যাহত ৰখা ৰাজ্যৰ গৃহৰক্ষী জােৱানলৈ সুখবৰ কঢ়িয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গৃহৰক্ষী জোৱানৰ মাহিলী ভাট্টা বৃদ্ধিৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে পূৰ্বতে গৃহৰক্ষী জোৱানে ন হেজাৰ টকা মাহিলী ভাট্টা লাভ কৰি আহিছিল। কিন্তু এতিয়াৰে পৰা ৰাজ্য চৰকাৰে গৃহৰক্ষী জােৱানক ২৩ হেজাৰ টকাকৈ মাহিলী ভাট্টা প্ৰদানৰ নিৰ্দেশ … Read more