দুঃখবৰ! নেমকেয়াৰ হাস্পতালত জীৱন নাট সামৰি শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিক, লেখক শিৱনাথ বৰ্মনৰ

নিউজ ডেস্কঃ অৱশেষত জীৱন নাট সামৰি বিদায় মাগিলে ৰাজ্যৰ প্ৰবীণ সাংবাদিক, লেখক, শিক্ষাবিদ শিৱনাথ বৰ্মনে। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত বিগত প্ৰায় এসপ্তাহ ধৰি চিকিৎসাধীন হৈ থাকি বৃহস্পতিবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ। উল্লেখ্য যে, বৃক্ক, হাওঁফাঁওৰ সমস্যাৰ লগতে মধুমেহ, ৰক্তচাপৰ দৰে ৰোগত আক্ৰান্ত হৈ আছিল শিৱনাথ বৰ্মন। শাৰীৰিক অসুস্থতাৰ বাবে নেমকেয়াৰ হাস্পতালৰ আইচিইউত ৰখা হৈছিল … Read more

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ বনস্মিতা, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক উপহাৰ দিলে নিজে অংকন কৰা চিত্ৰ…

নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসমৰ বনস্মিতা। কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি উজ্বলি উঠে অসম কন্যা বনস্মিতা কাশ্যপ। তাৰ পিছতে বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা বনস্মিতাই গ্ৰহণ কৰে পুৰস্কাৰ। উল্লেখ্য যে, শক্তি সংৰক্ষণৰ ওপৰত যোৱা ১১ ডিচেম্বৰত কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছিল এখন চিত্ৰাংকণ প্ৰতিযোগিতাৰ। … Read more

মৰ্মান্তিক! বাগিচাত বহি অত্যাধুনিক মেচিনেৰে কলম কটা চাই থাকোতেই মেচিনৰ ক্ষুৰধাৰ ব্লেডে ভেদ কৰিলে বুকু, ব্যৱসায়ী ভাইটি কছাৰীৰ মৃত্যু

নিউজ ডেস্কঃ বাগিচাত অত্যাধুনিক মেচিনেকে কলম কটা চাই থাকোতেই কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এগৰাকী চাহ ব্যৱসায়ী তথা সমাজ সেৱকে। এই মৰ্মান্তিক ঘটনা সংঘটিত হয় তিনিচুকীয়া জিলাৰ ৩নং ডিব্ৰুজানত। জানিব পৰা মতে, বুধবাৰে পুৱা পেঙেৰী নিৱাসী বিশিষ্ট সমাজসেৱক তথা চাহ ব্যৱসায়ী হিতেশ্বৰ কছাৰী ওৰফে ভাইটি (৫০)য়ে ৩নং ডিব্ৰুজানত থকা নিজা চাহ বাগিচাত অত্যাধুনিক মেচিনেকে শ্ৰমিকে … Read more

ভয়ংকৰ! বাইক আৰোহীক বচাবলৈ গৈয়ে ডিভাইডৰত উঠিল ফৰ্চুনাৰ বাহন, গুৰুতৰভাৱে আহত ২ জন

নিউজ ডেস্কঃ নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বাইক আৰোহীক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত এখন চাৰিচকীয়া বাহন। নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন লোক। জানিব পৰা মতে, নলবাৰীৰ পৰা তেজপুৰ অভিমুখে গৈ থকা AS 01EA 0920 নম্বৰৰ ফৰ্চুনাৰ বাহনখনৰ সন্মুখত হঠাৎ উপস্থিত হয় এখন বাইক। বাইক আৰোহীক বচাবলৈ ফৰ্চুনাৰ … Read more

শোকাবহ! ঘৰৰ পদূলিতে হাতীৰ গছকত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰীৰ, সংকটজনক মাতৃৰ অৱস্থাও…

নিউজ ডেস্কঃ যোৰহাট জিলাৰ মৰিয়নীত মঙলবাৰে পুৱতি নিশা সংঘটিত এক মৰ্মান্তিক ঘটনা। ঘৰৰ পদূলিতে বন্যহস্তীৰ গছকত অকাল মৃত্যুক সাৱটি লয় এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে। ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে মাতৃও। পুৱতি নিশা মৰিয়নীৰ বিজয়পুৰত সংঘটিত হয় এই শোকাবহ ঘটনাটো। জানিব পৰা মতে, পুৱতি নিশা গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই … Read more

মৰ্মান্তিক! পত্নী কেন্সাৰ ৰোগী, চিকিৎসাৰ বাবে নিবলৈ বাছৰ বাবে অপেক্ষা কৰি থাকোতেই তীব্ৰবেগী মেজিকে মহটিয়াই নিলে দম্পতীক, মৃত্যু

নিউজ ডেস্কঃ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত পত্নীক চিকিৎসাৰ বাবে নিবলৈ পথৰ দাঁতিত বাছৰ বাবে অপেক্ষা কৰি আছিল এহাল দম্পতী। সেই সময়তে তীব্ৰবেগী এখন মেজিকে নিয়ন্ত্ৰণ হেৰুৱাই দুয়োকে মহটিয়াই নিয়াত প্ৰাণ হেৰুৱাবলগীয়া হ’ল দম্পতীহালে। সোমবাৰে পুৱাই এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ঢেকীয়াজুলিৰ ভোটপাৰা গাঁৱত। জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা কৰ্কট ৰোগত আক্ৰান্ত পত্নীৰ চিকিৎসাৰ বাবে … Read more

মৰ্মান্তিক! বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা অসমৰ ৩ যুৱকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু, শোকস্তব্ধ পৰিয়াল…

নিউজ ডেস্কঃ পুনৰ বহিঃৰাজ্যত কৰুণ মৃত্যু অসমীয়া যুৱকৰ। এইবাৰ একেলগে প্ৰাণ হেৰুৱালে অসমৰ তিনিজন চফল যুৱকে। বহিঃৰাজ্যত কাম বিচাৰি গৈ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় যুৱক কেইজনে। জানিব পৰা মতে, বাংগালুৰুৰ মাচন্দ্ৰাত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনা। সোমবাৰে নিশা যুৱক কেইজনে কৰ্মস্থলীৰ পৰা ৰুমলৈ উভতি অহাৰ সময়তে ডাম্পাৰে তেওঁলোকক মহটিয়াই নিয়ে। নিহত যুৱক কেইজনৰ পৰিচয় লখিমপুৰ … Read more

পুনৰ এনকাউণ্টাৰ! অসম আৰক্ষীৰ গুলীত নিহত বিহাৰৰ চুপাৰি কিলাৰ মোহন কুমাৰ…

নিউজ ডেস্ক। পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ আৰক্ষীৰ গুলীত নিহত বিহাৰৰ চুপাৰি কিলাৰ মোহন কুমাৰ। উল্লেখ্য যে এদিন পূৰ্বে লামডিঙৰ অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীক গুলীবিদ্ধ কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযােগত গ্ৰেপ্তাৰ হৈছিল মোহন কুমাৰ। জানিব পৰা মতে, নিশা আৰক্ষীয়ে মোহনক লৈ গৈছিল লুুকুৱাই থোৱা অস্ত্ৰ দেখুৱাবলৈ। কিন্তু হঠাতে এটা মাৰণাস্ত্ৰ উলিয়াই মোহনে আৰক্ষীক গুলীচালনা কৰিবলৈ … Read more

শােকাৱহ! গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই দুৰ্ঘটনাত প্ৰাণ গ’ল কণিকাৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল সদ্য বিবাহিত এবছু নেত্ৰী কণিকা বড়ােৰ। জানিব পৰা মতে, বাক্সাৰ শালবাৰীত দেওবাৰে সন্ধিয়া ৬.২৫ বজাত সংঘটিত হয় এই শােকাৱহ পথ দুৰ্ঘটনা। গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই প্ৰাণ গ’ল এসপ্তাহ পূৰ্বে বিবাহিত এবছু নেত্ৰী কণিকা বড়ােৰ। জানিব পৰা মতে, শিমলা থানাৰ অন্তৰ্গত শালবাৰী-ৰঙাপানী এলেকাত … Read more

ভাল খবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈ সোণৰ পদক অৰ্জন নগাঁৱৰ তিস্তা কলিতাৰ…

নিউজ ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ’ল অসমৰ আন এগৰাকী ছাত্ৰীয়ে। বাংগালুৰুত অনুষ্ঠিত ৫ম সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেণ্টচ এণ্ড টিচাৰ্চ আৰ্ট, ২০২২ত সোণৰ পদক অৰ্জন কৰি নগাঁৱৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ আমোলাপট্টিৰ তিস্তা কলিতা নামৰ ছাত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ললিত কলা চেণ্টাৰ ফৰ ভিজুৱেল আৰ্টৰ দ্বাৰা আয়োজিত বিভিন্ন প্ৰতিযোগিতাত … Read more