বাঘৰ সৈতে যুঁজি ১৫ মহীয়া সন্তানৰ জীৱন ৰক্ষা এগৰাকী মাতৃৰ…

নিউজ ডেস্কঃ বাঘৰ মুখৰ পৰা নিজৰ কণমানি সন্তানক ৰক্ষা কৰি অদম্য সাহসৰ পৰিচয় দিলে এগৰাকী মাতৃয়ে। হিংস্ৰ বাঘৰ সৈতে যুঁজি নিজৰ সন্তানক বচাবলৈ গৈ নিজেও আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় মহিলাগৰাকী। মাতৃ-পুত্ৰক বাঘৰ আক্ৰমণৰ এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ উমৰীয়া জিলাৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভৰ অৰণ্যৰ গাতে লাগি থকা ৰোহনীয়া জ্বালামুখী গাঁৱত। জানিব পৰা মতে, গাঁওখনৰ … Read more

টাটাৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীয়ে। দেওবাৰে মুম্বাইৰ সমীপৱৰ্তী পালঘৰত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত এখন মাৰ্চিডিছ বাহনেৰে আহমেদাবাদৰ পৰা মুম্বাই অভিমুখে আহি আছিল টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, মিষ্ট্ৰীয়ে আহমেদাবাদৰ পৰা মুম্বাই অভিমুখে আহি থকা সময়ত সুৰ্য নৈৰ ওপৰৰ … Read more

শোকাবহ! অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত শ্বহীদ সেনা জোৱান, শোকস্তব্ধ পৰিয়াল

নিউজ ডেস্কঃ স্বগৃহত সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ’ল অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱান অৰবিন্দ সিঙক। শুকুৰবাৰে নিশা তেওঁৰ নশ্বৰ দেহ ত্ৰিৰংগাত মেৰিয়াই স্বগৃহলৈ নিয়াৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। উল্লেখ্য যে, বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰিছিল ভাৰতীয় সেনা জোৱান অৰবিন্দ সিং। লগে লগে তেওঁক হাস্পতাললৈ নিয়া … Read more

শোকাবহ! বন্ধুৰ জন্মদিন পাৰ্টীত নাচি থকাৰ সময়তে হঠাৎ ঢলি পৰিল প্ৰভাত কুমাৰ, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

নিউজ ডেস্কঃ জন্মিলে মৃত্যু অনিবাৰ্য! এদিন সকলোৱেই মৃত্যৰ শীতল কোলাত শুই পৰিব। কিন্তু মৃত্যু কাৰ বাবে কেনেকৈ আহে, সেয়া কোনে জানে? ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ বিষয়া প্ৰভাত কুমাৰৰ বাবেও মৃত্যু আহিল। বন্ধুৰ জন্মদিন পাৰ্টীত নাচি থাকোতেই হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে প্ৰভাত কুমাৰে। এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত। বৃহস্পতিবাৰে নিশা দিদীপুৰমৰ … Read more

মৰ্মান্তিক! মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া অংশ ল’বলৈ যােৱাৰ পথত দুৰ্ঘটনাত জীয়ৰী, সম্পৰ্কীয় ভাতৃৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ সদ্যপ্ৰয়াত মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ গৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল কন্যা আৰু সম্পৰ্কীয় ভাতৃৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বেতুলত। জানিব পৰা মতে, অলপতে মৃত্যু ঘটিছিল ভূপালৰ গৌতম নগৰৰ নিৱাসী ছায়া কাৰলে (৩২) নামৰ মহিলাগৰাকীৰ মাতৃৰ। শুকুৰবাৰে সম্পৰ্কীয় ভাতৃ ভাস্কৰ বুম্বলে (২২)ৰ সৈতে দুয়োজনে মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত … Read more

ছবি প্ৰযােজক ৰবীন্দৰৰ সৈতে বিয়াত বহিল দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী

নিউজ ডেস্ক। বিবাহ পাশত আবদ্ধ হ’ল দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী। দৰা দাক্ষিণাত্যৰ বিশিষ্ট ছবি নিৰ্মাতা ৰবীন্দৰ চন্দ্ৰশেখৰণ। এই বিয়াৰ ছবি বিয়পি পৰিছে সামাজিক মাধ্যমতাে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন হৈ যায় মহালক্ষ্মী আৰু ৰবীন্দৰৰ বিবাহখন। তিৰুপতিত পৰিয়াল আৰু অন্তৰংগ বন্ধু-বান্ধৱীৰ উপস্থিতিত যুগ্ম জীৱনৰ পাতনি মেলে দুয়োজনে। শেহতীয়াকৈ বিদ্যুম বৰাই কাথিৰু নামৰ এখন ছবিত একেলগে কাম কৰিছে … Read more

শোকাবহ! মাথো ২২ বছৰ বয়সতে শ্বহীদ হ’ল ভাৰতীয় সেনা জোৱান সুধাংশু কুমাৰ…

নিউজ ডেস্কঃ বয়লাৰ বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা এগৰাকী ভাৰতীয় সেনা জোৱানৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে সমগ্ৰ দেশবাসীক। লাডাখৰ গলৱানত যোৱা ২১ আগষ্টত সংঘটিত বয়লাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল ২২ বৰ্ষীয় ভাৰতীয় সেনা জোৱান সুধাংশু কুমাৰ। জোৱানজনক লগে লগে চিকিৎসাৰ বাবে লেহৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তাৰ পৰা … Read more

চাঞ্চল্যকৰ! আন যুৱকৰ সৈতে ঠিক হৈছিল প্ৰেমিকাৰ বিয়া, খঙতে প্ৰেসয়ী আৰু মাতৃৰ সৈতে এই কাণ্ড সংঘটিত কৰিলে যুৱকে…

নিউজ ডেস্কঃ দিনৰ পোহৰতে সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰাখণ্ডৰ কুমাওৰ কাশীপুৰত। ব্যৰ্থ প্ৰেমৰ পৰিণতিতে এহাল মাতৃ-কন্যাক চোকা অস্ত্ৰৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰে এজন যুৱকে। ইফালে এই হত্যাকাণ্ড সংঘটিত কৰি নিজেই আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে হত্যাকাৰীয়ে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। জানিব পৰা মতে, কাশীপুৰৰ মোহল্লা … Read more

জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ বৃহৎ সফলতা! এনকাউণ্টাৰত নিহত ২ দুধৰ্ষ সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সেনা আৰু আৰক্ষীয়ে। কাশ্মীৰৰ বাৰামুল্লা জিলাৰ চুপুৰ অঞ্চলত সেনা-আৰক্ষীয়ে চলোৱা সন্ত্ৰাসবাদ বিৰোধী যুটীয়া অভিযানত নিহত হয় দুজনকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদী দুজন পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ সদস্য আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চুপুৰত এটা সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি … Read more

বাইক এখন, আৰোহী ৭ জন! সামাজিক মাধ্যমত ভাইৰেল এটা আশ্বৰ্যকৰ ভিডিঅ’, দেখি হতবাক নেট দুনীয়া…

নিউজ ডেস্কঃ এখন বাইকত কেইজন উঠিব পাৰে? আপুনি নিশ্চয় ক’ব- দুজন বা তিনিজন। বা খুব বেছি ৪ জন। কিন্তু সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’, যি ভিডিঅ’ প্ৰত্যক্ষ কৰি হতবাক হৈ পৰিছে নেট ব্যৱহাৰকাৰীও। কিয়নো দুজন বা তিনিজন নহয়, বৰং এখন বাইকত উঠি যাত্ৰা কৰিছে মুঠ ৭জনকৈ লোকে। আইএএছ বিষয়া সুপ্ৰিয়া চাহুৱে … Read more