উত্তৰ প্ৰদেশৰ গজিয়াবাদত শ্মশানৰ ছাদ খহি মৃত ২৪, ঠিকাদাৰক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক। উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাত মুৰাদনগৰ এলেকাত থকা এখন শ্মশানত দেওবাৰে সংঘটিত হয় এটা শোকাৱহ ঘটনা। শ্মশান ঘাটৰ গেলাৰীৰ এখন ছাদ অকস্মাতে খহি কেইবাজনো লোকৰ ওপৰতে পৰে। ইয়াৰ ফলত এই বাতৰি লিখা পৰলৈকে ২৪ জন লোকৰ মৃত্যু হৈছে আৰু আন কেইবাজনো লোক আহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ধাৰাষাৰ বৰষুণৰ বাবেই ছাদখন খহি পৰে। … Read more

২০ বছৰত ৪০ বাৰতকৈ অধিক বদলি হৈছে কৰ্ণাটকৰ IPS বিষয়া ডি ৰূপা

নিউজ ডেস্ক। ৰাষ্ট্ৰপতিৰ পদক প্ৰাপ্ত এগৰাকী আই পি এছ বিষয়াক ২০ বছৰীয়া চাকৰি কালত ৪০ বাৰতকৈ অধিক বদলি কৰা হৈছে। কৰ্ণাটকৰ গৃহ সচিব ৰূপে কৰ্মৰত ডি ৰূপা নামৰ আই পি এছ বিষয়াগৰাকীয়ে তেওঁৰ দুটা দহকৰ কাৰ্যকালত দুকুৰিবাৰতকৈ অধিক বদলি হ’বলগীয়া হৈছে। শেহতীয়াভাৱে ডি ৰূপাক ওপৰৱালা বিষয়াই কৰা ভুল ৰাজহুৱাভাৱে আঙুলিয়াই দিয়াৰ ফলশ্ৰুতিত বদলি হ’বলগীয়া হৈছে। … Read more

ভেক্চিন পাৰ্শ্বক্ৰিয়া হ’লে দিয়া হ’ব ক্ষতিপূৰণ!

নিউজ ডেস্ক। ভাৰতৰক মহা ঔষধ নিয়ন্ত্ৰকে ইতিমধ্যে ছিৰাম ইনষ্টিটিউটৰ ভেকচিন কভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ভেকচিন কভেক্সিনৰ টিকাকৰণত অনুমোদন জনাইছে অৱশ্যে এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। বিশেষকৈ কভেক্সিনৰ টিকাকৰণৰ অনুমতিক লৈ কেইবাজনো ৰাজনৈতিক নেতাই প্ৰশ্নৰ আৱতাৰণা কৰিছে। কিয়নো এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা এতিয়াও চলি আছে। এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ … Read more

৫৯ বছৰতো যুৱতীৰ দৰে ৰেম্পত খোজ অধ্যাপিকাৰ

নিউজ ডেস্ক। একাগ্ৰতা আৰু আত্মবিশ্বাস প্ৰৱল হ’লে ইস্পিত লক্ষ্যত উপনীত হ’বলৈ বয়সেও বাধা দি ৰাখিব নোৱাৰে। সেই কথাই আকৌ এবাৰ প্ৰমাণ কৰিলে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিভাগৰ মুৰব্বী অধ্যাপিকা ৫৯ বছৰীয়া ড০ দীপালী দাসে। অলপতে নতুন দিল্লীৰ ‘ক্ৰাউন প্লাজা’ত অনুষ্ঠিত মিছেছ ইণ্ডিয়া ইণ্টাৰনেছনেল কুইন, ২০২০ সৌন্দৰ্য প্ৰতিযোগিতাত ড০ দাসে ‘মিছেছ ইণ্ডিয়া ডিলিজেণ্ট’ খিতাপ অৰ্জন কৰিবলৈ … Read more