পুনৰ গাঁৱলৈ ওভতি নাহিল ফুলৰ মালা পিন্ধাই গাঁওবাসীয়ে বিদায় জনােৱা ২৬ জন বয়ােজ্যেষ্ঠ তীৰ্থযাত্ৰী…
নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাৰ পিছতে শােকৰ বন্যা বৈছে মধ্য প্ৰদেশৰ পান্না জিলাত। জিলাখনৰ ৯ খন গাঁৱৰ পৰা ২৮ জন তীৰ্থযাত্ৰীয়ে তীৰ্থভ্ৰমণৰ বাবে যাত্ৰা কৰিছিল হিন্দু ধৰ্মৰ পৱিত্ৰ তীৰ্থস্থান উত্তৰাখণ্ডৰ যমুনােত্ৰীলৈ। কিন্তু এই যাত্ৰাই শেষ যাত্ৰা হিচাপে পৰিগণিত হ’ল ২৬ জন গাঁওবাসীৰ বাবে। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দুৰ্ঘটনাত পতিত হয় এই তীৰ্থযাত্ৰীসকলক কঢ়িওৱা বাছখন। পাহাৰীয়া … Read more