বাইক চলাব নজনা ২০ বছৰীয়া পুত্ৰই মাতৃৰ পৰা বিচাৰিলে এটা হেলমেট, কাৰণ জানি আচৰিত হ’ব আপুনিও!
নিউজ ডেস্ক। হেলমেট আপুনি কিয় পিন্ধে? ভাৰতত যান-বাহন আইন উলংঘন কৰাটো এক সাধাৰণ বিষয়। চিটবেল্ট পৰিধান নকৰাৰ বাবেই হওক, একেখন বাইকত তিনিজনকৈ আৰোহী উঠাৰ বাবেই হওক, দৈনিক জৰিমণা বিহা হয় হাজাৰ হাজাৰ বাহন চালকক। বহুতে আকৌ হেলমেট পৰিধান কৰে ঠিকেই, কিন্তু সুৰক্ষাৰ বাবে নহয়, কেৱল জৰিমণা ভৰাৰ পৰা বাচি থাকিবলৈকেহে। যান-বাহন আইনৰ উপেক্ষা বা নিজৰ … Read more