উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বনৰীয়া হাতী নিধনৰ ঘটনাৰ তদন্তত নামিল চি বি আই
নিউজ ডেস্ক। দেশৰ বিভিন্ন ৰাজ্যত নিতৌ অপ্ৰাকৃতিক কাৰণত মৃত্যুমুখত পৰিছে বনৰীয়া জীৱ-জন্তু। বিশেষকৈ একাংশ অসাধু লােক তথা চােৰাং চিকাৰীয়ে য’ধে-ম’ধে নিধন কৰিছে বনৰীয়া হাতী। অনুৰূপ ধৰণে, তামিলনাডুৰ কেইবাখনো অভয়াৰণ্যত ধাৰাবাহিক ভাৱে যোৱা কেইবছৰ হৈ আহিছে হস্তী নিধন। এই নিধন প্ৰক্ৰিয়া বন্ধ কৰাৰ ক্ষেত্ৰত সফল হোৱা নাছিল কোনো। সেয়েহে সমাজকৰ্মী আৰু সামাজিক সংস্থাৰ আবেদনৰ ভিত্তিত মাদ্ৰাজ … Read more