শোকাবহ! বাথৰুমত গা ধুবলৈ সোমাই আৰু ওলাই নাহিল ১৬ বছৰীয়া যশ, ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ বাথৰুমত গা ধুবলৈ সোমাই কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই। মহাৰাষ্ট্ৰৰ এৰাণ্ডোল চহৰৰ ৰেনুকা নগৰত সংঘটিত এই মৰ্মান্তিক ঘটনাই শোকৰ বন্যা নমাইছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত। বাথৰুমত লগোৱা গেছ গিজাৰ লিক হোৱাৰ বাবেই শ্বাসৰুদ্ধ হৈ ১৬ বছৰীয়া কিশোৰজনৰ কৰুণ মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। জানিব পৰা মতে, ৰেনুকা নগৰ অঞ্চলৰ … Read more

এয়াই অনন্য ভাৰত! আৰৱী ভাষাত সাৱলীলভাৱে কোৰআন আবৃত্তি কৰি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ এগৰাকী হিন্দু ছাত্ৰীৰ…

নিউজ ডেস্কঃ হিন্দু হৈও কোৰআন আবৃত্তি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীয়ে। কেৰালাৰ কোঝিকোডৰ চেম্মাৰাথুৰ এল পি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী পাৰ্বতীয়ে অলপতে এক প্ৰতিযোগিতাত অংশ লৈ সাৱলীলভাৱে আৰৱী ভাষাৰ কোৰআন আবৃত্তি কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। পাৰ্বতীয়ে কোঝিকোডত অনুষ্ঠিত থোডান্নুৰ মহকুমা কলা মহোৎসৱত কোৰআন আবৃত্তি … Read more

শোকাবহ! বাইক আৰোহীক বচাবলৈ গৈ ট্ৰাকত প্ৰচণ্ড খুন্দা এটা পৰিয়ালে যাত্ৰা কৰা বাহনৰ, দুবছৰীয়া সন্তানসহ পিতৃৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ মীৰগঞ্জৰ বৰৱান বন্ধোৱা বজাৰৰ সমীপত সোমবাৰে বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে পিতা-পুত্ৰৰ। এটা পৰিয়ালে যাত্ৰা কৰা বাহনখনৰ সন্মুখত অকস্মাত উপস্থিত হোৱা বাইক আৰোহীক বচাবলৈ গৈ সন্মুখৰ ট্ৰাকত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, যোৱা ১১ নৱেম্বৰত বৰৱা বন্ধোৱা বজাৰৰ নিবাসী মহম্মদ তাৰিকে নিজৰ গাড়ীৰে … Read more

মৰ্মান্তিক! বৰ পুত্ৰৰ আচৰণত হতাশ হৈ কনিষ্ঠ পুত্ৰৰ সৈতে একেলগে জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে মাতৃয়ে…

নিউজ ডেস্কঃ বৰপুত্ৰৰ আচৰণত মানসিক হতাশাত ভুগি কনিষ্ঠ পুত্ৰৰ সৈতে একেলগে বিহপান কৰি মৃত্যুক সাৱটিলে মাতৃয়ে। এনে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ গোৰখনাথ অঞ্চলত। জানিব পৰা মতে, মঙলবাৰে মাজনিশা মাতৃ-পুত্ৰই বিহপান কৰাৰ পিছত দুয়োকে সংকটজনক অৱস্থাত বি আৰ ডি মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে … Read more

দুঃখবৰ! জ্যেষ্ঠ অভিনেতা সুনীল চিন্দে আৰু নাই…

নিউজ ডেস্কঃ নিজৰ অভিনয় দক্ষতাৰে দশক দশক ধৰি ছবিপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰি অহা মাৰাঠী ছবিজগতৰ প্ৰবীণ অভিনেতা সুনীল চিন্দে আৰু নাই! সোমবাৰে পুৱতি নিশা প্ৰায় ১ বজাত মুম্বাইৰ ভিলে পাৰ্লেস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ অভিনেতাগৰাকীয়ে। জানিব পৰা মতে, সোমবাৰে দুপৰীয়া এক বজাৰ পৰা আৰম্ভ হ’ব সুনীল চিন্দেৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা। ইয়াৰ পিছতে পাশ্বীৱাড়াৰ শ্মসান ভূমিত … Read more

স্কুটীৰে বিদ্যালয়লৈ যােৱাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল শিক্ষয়িত্ৰীৰ, ফেব্ৰুৱাৰীত ঠিক হৈছিল বিয়াৰ দিন

নিউজ ডেস্ক। অহা ফেব্ৰুৱাৰী মাহত ঠিক হৈছিল বিয়াৰ দিন, কিন্তু তাৰ পূৰ্বেই কৰ্তব্যস্থলীলৈ যােৱাৰ পথত দুৰ্ভাগ্যজনকভাৱে প্ৰাণ গ’ল এগৰাকী শিক্ষয়িত্ৰীৰ। স্কুটী চলাই কৰ্তব্যৰত শিক্ষানুষ্ঠানলৈ যাত্ৰা কৰাৰ সময়তে ট্ৰাকৰ তলত সােমাই মৃত্যু শিক্ষয়িত্ৰী নম্ৰতা সিঙৰ। এই দুৰ্ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ অযােধ্যা। জানিব পৰা মতে, অহা ফেব্ৰুৱাৰী মাহত বিয়াৰ দিন ঠিক হৈছিল উত্তৰ প্ৰদেশৰ অম্বেডকাৰ নগৰৰ বাসিন্দা … Read more

জিমত ব্যায়াম কৰাৰ সময়তে হাৰ্ট এটেক! প্ৰাণ গ’ল আন এগৰাকী জনপ্ৰিয় অভিনেতাৰ

নিউজ ডেস্ক। ৰাজকুমাৰ পুনীত, ৰাজু শ্ৰীবাস্তৱ, সিদ্ধাৰ্থ শুক্লাৰ পিছত জিমত ব্যায়াম কৰাৰ সময়তে হাৰ্ট এটেকত প্ৰাণ গ’ল আন এগৰাকী অভিনেতাৰ। সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ জিমত ব্যায়াম কৰি থকাৰ অৱস্থাতে হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু। মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স হৈছিল ৪৬ বছৰ। জানিব পৰা মতে, মুম্বাইৰ এখন জিমত ব্যায়াম কৰাৰ সময়তে অভিনেতাজন হৃদৰোগত … Read more

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত উজলিল অসমৰ ছাত্ৰী ছানিয়া, প্ৰধানমন্ত্ৰীয়ে কৰিলে পুৰস্কৃত

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত সফলতা অসমৰ ছাত্ৰী ছানিয়া ডেকাৰী। তিনিচুকীয়াৰ হিজুগুৰিৰ লংকেশ্বৰ গোহাঁই নগৰ নিবাসী ৰাজু ডেকাৰী আৰু পাপৰি ডেকাৰীৰ কন্যা আৰু তিনিচুকীয়াৰ বাডিং বাৰ্ডছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ছানিয়া। উল্লেখ্য যে ‘সতর্কতা জাগৰণ সপ্তাহ’ উপলক্ষে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্রীয় সতর্কতা আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছিল ৰচনা প্ৰতিযােগিতা। এই … Read more

অভিনেতা চনু সুদে অসমৰ ৰাজুক দিলে দুখন ‘হাত’!

নিউজ ডেস্ক। বলিউডৰ অভিনেতা চনু সুদৰ মহানুভৱতা! দুখন হাত নথকা অসমৰ এজন লােকক প্ৰদান কৰিলে দুখন হাত। উল্লেখ্য যে চনু সুদৰ মুম্বাইস্থিত বাসভৱনত অভিনেতাজনৰ পৰা সহায় বিচাৰি উপস্থিত হৈছিল অসমৰ ৰাজু আলী নামৰ লােকজন। অভিনেতাজনক সাক্ষাৎ কৰাৰ পিছতে ৰাজু আলীক দুখন কৃত্ৰিম হাত সংৰােপণ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে চনু সুদে। কথা মতেই কাম! প্ৰতি … Read more

মৰ্মান্তিক! পুত্ৰক গাড়ী চালনৰ প্ৰশিক্ষণ দিয়াৰ সময়তে কুঁৱাত বাগৰি পৰিল বাহন, পিতৃৰ মৃত্যু-আহত পুত্ৰ

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। পুত্ৰক গাড়ী চালনৰ প্ৰশিক্ষণ দি থকাৰ সময়তে কুঁৱাত বাগৰি পৰিল বাহন। থিতাতে প্ৰাণ গ’ল পিতৃৰ, গুৰুতৰভাৱে আহত হ’ল পুত্ৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কন্নুৰত। জানিব পৰা মতে, কন্নুৰৰ নেল্লিকুনৰ নিৱাসী মথুকট্টু নামৰ ব্যক্তিজনে পুৱা তেওঁৰ ১৭ বছৰীয়া পুত্ৰক গাড়ী চলাবলৈ শিকাই থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ কাষৰ এটা … Read more