ব্যতিক্ৰম! আৰক্ষী থানা গোচৰ দিবলৈ যােৱা লােকক অ’চিয়ে উপহাৰ দিয়ে গংগাজল
নিউজ ডেস্ক। এখন ব্যতিক্ৰমী আৰক্ষী থানা। থানাখনত কোনোৱে গোচৰ দিব আহিলে তেওঁ লাভ কৰে এবটল গংগাজল আৰু কপালত এটা ফুট। এই উপহাৰ অভিযোগকাৰীক প্ৰদান কৰে থানাখনৰ আৰক্ষী বিষয়াই। এই ব্যতিক্ৰম থানা খন হৈছে উত্তৰ প্ৰদেশৰ মিৰুটৰ নৌসন্দি আৰক্ষী থানা। যিখন থানা আৰু থানাখনৰ এজন আৰক্ষী বিষয়াই দখল কৰিছে বাতৰিৰ শিৰোনাম। থানাখনত কোনো লোক প্ৰৱেশ কৰাৰ … Read more