মূৰ্গী, ছাগলী মাংসৰ তুলনাত অধিক গো মাংস খাবলৈ পৰামৰ্শ মেঘালয়ৰ বিজেপি নেতা তথা মন্ত্ৰীৰ

নিউজ ডেস্ক। সাধাৰণতে বিজেপি শাসিত ৰাজ্যসমূহত চৰকাৰে গো মাংস ভক্ষণৰ বিৰোধিতা কৰি আহিছে। বহু ৰাজ্যত এই মাংসৰ ভক্ষণ হ্ৰাস কৰাৰ লক্ষ্যৰে প্ৰযোজ্য কৰা হৈছে আইন। কিন্তু এইবাৰ সকলোকে আন মাংসতকৈ বেছিকৈ গো মাংস খাবলৈ আহ্বান জনালে এজন বিজেপি মন্ত্ৰীয়ে। তেওঁ হ’ল মেঘালয়ৰ বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী চানবৰ শুল্লাই। তেওঁ ৰাজ্যৰ জনসাধাৰণক আন … Read more

অসম-মিজোৰাম সীমান্তৰ ঘটনাত মৰ্মাহত মেঘালয়ৰ ৰাজ্যপাল, দিলে এই পৰামৰ্শ

নিউজ ডেস্ক। অসম তথা মিজােৰাম মাজত সীমা সমস্যাক লৈ শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাত উদ্বিগ্ন হৈ পৰিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক। এই প্ৰতিবেদকৰ সৈতে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং স্থিত ৰাজভৱনত হােৱা এক আছুতীয়া সাক্ষাৎকাৰত এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰাজ্যপালগৰাকীয়ে। এই প্ৰতিবেদকৰ আগৰ মন্তব্য কৰি তেওঁ কয় যে দুই ৰাজ্য প্ৰশাসনৰ মাজত আলােচনাৰ জৰিয়তে এই সমস্যাৰ … Read more

অসমৰ প্ৰতিবেশী ৰাজ্যত উদ্ধাৰ ১০ কােটি বছৰ পুৰণি ডাইনছৰৰ হাড়

নিউজ ডেস্ক। প্ৰায় ১০ কােটি বছৰ পুৰণি বিশাল ডাইনছৰৰ বিভিন্ন হাড়ৰ অংশ গৱেষকৰ এক দলে উদ্ধাৰ কৰিছে মেঘালয়ৰ পশ্চিম খাছী পাৰ্বত্য জিলাত। ভৌগোলিক জৰীপৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে যোৱা জীৱাশ্ম বিজ্ঞান বিভাগৰ দলটোৱে লাভ কৰে সেই সমূহ। অৱশ্যে, দলটোৱে আনুষ্ঠানিক ভাৱে বৰ্তমানেও মুকলিকৈ প্ৰকাশ কৰা নাই সেই বিষয়ে। গৱেষকৰ দলটোৱে কয় যে উত্তৰ পূব ভাৰতত ডাইনছৰৰ … Read more

কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ ৫ জনৰ শােকাৱহ মৃত্যু, ২ জন চিকিৎসাধীন

নিউজ ডেস্ক। সোমবাৰে দুপৰীয়া এক শোকাৱহ ঘটনা সংঘটিত হয় অসমৰ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাত। জিলাখনৰ লুম্পিৰটোহৰ মিহমিন্তদূৰ নামৰ গ্ৰাম্য এলেকাত সংঘটিত হয় এই ঘটনা য’ত প্ৰায় ৩৫ ফুট গভীৰ কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ কৰুণভাৱে মৃত্যু ঘটে ৫ জন লােকৰ। ইয়াৰ বিপৰীতে দুজন লোক আহত হয় সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে। মৃত্যু হোৱা সকলৰ … Read more

আচৰিত! একেলগে ১০ কিলো জলকীয়া খাব পাৰে এজন ব্যক্তিয়ে… চাওক ভিডিঅ’

নিউজ ডেস্ক। আপুনি বা মই যদি এটা জলকীয়া খাওঁ, তেতিয়া শেহাই থাকিব নোৱাৰা হওঁ বা জলাৰ কোবত চকুৰে আমাৰ পানী ওলাই যায়। কিন্তু এইবাৰ আমি আপোনালোকক কবলৈ ওলাইছো এজন অসাধাৰণ মানুহ যিয়ে জলকীয়া খাই চানা খোৱাৰ দৰে। একো সাৰ-শুৰ নাইকীয়াকৈ তেওঁ খাব পাৰে ১০ কিলো পৰ্যন্ত জলকীয়া। ব্যক্তিজনৰ তেনে এক জলকীয়া খোৱা ভিডিঅ’ আনকি সামাজিক … Read more