দুৰ্ঘটনাৰ পাছত বিকল হ’ল গাড়ীৰ চেন্ট্ৰেল ল’ক, অভিনেত্ৰী তথা ভাবী স্বামীৰ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা দুৰ্ঘটনা। দ্ৰুতবেগী বাহনে দলঙৰ খুঁটাত খুন্দা মৰাৰ বাবে পৰিলগৈ খাৱৈত। কিন্তু গাড়ীৰ চেণ্ট্ৰেল লকৰ বাবে বাহিৰলৈ ওলাই আহিব নোৱাৰিলে গাড়ীখনত যোৱা দুই আৰোহী। যাৰ ফলত মৃত্যু হয় দুয়োৰে। ইয়াৰে এগৰাকী আৰোহী আছিল অভিনেত্ৰী আৰু আন গৰাকী তেওঁৰ হ’ব লগীয়া স্বামী। দুয়োৰে ঘৰ পুনেত বুলি জানিব পৰা যায়। এই ঘটনা সোমবাৰে … Read more

ছাগলীৰ সৈতে আজব কাণ্ড যুৱকৰ, ভিডিঅ’ ভাইৰেল হােৱাত ক্ষমা প্ৰাৰ্থনা…

নিউজ ডেস্ক। ছাগলীৰ সৈতে আজব কাণ্ড কৰি বিপদত পৰিল এজন যুৱক। এই কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত অৱশেষত আইনৰ ৰােষত পৰি যুৱকজনে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ বাধ্য হয়। এই ঘটনাৰ স্থান মধ্যপ্ৰদেশৰ ভূপাল। ভাইৰেল দৃশ্যটোত দেখা অনুসৰি, এজন যুৱকে হাতত লৈ আছে এটা সুৰাৰ বটল। তেওঁৰ ওচৰত আছে দুটা ছাগলী। তেওঁ সুৰাৰ বটলটো খুলি … Read more

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পদত্যাগ…

নিউজ ডেস্ক। অৱশেষত যেন ওৰ পৰিল দীৰ্ঘদিনৰ জল্পনা-কল্পনা তথা ৰাজনৈতিক অস্থিৰতাৰ। পাঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে কেপ্টেইন অমৰিন্দৰ সিঙে। শনিবাৰে ৰাজ্যপাল বনোৱাৰী লাল পুৰোহিতৰ ওচৰত সমগ্ৰ কেবিনেট সহ তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। সেই সময়ত পত্নী পৰনীত কৌৰ আৰু পুত্ৰ ৰণিন্দৰ সিং ৰাজভৱনত উপস্থিত আছিল। বৰ্তমান কেপ্টেইন অমৰিন্দৰ সিঙে বিজেপিত যোগদান কৰিব বুলি অনুমান … Read more

ইউটিউবাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী, মাহিলি উপাৰ্জন ৪ লাখ টকা!

নিউজ ডেস্ক। ইউটিউবৰ জৰিয়তে বৰ্তমান বহুতেই কৰিবলৈ লৈছে উপাৰ্জন। কোটি পৰ্যন্ত ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বহুতো। বহুতো ইউটিউবাৰ হৈ পৰিছে জনপ্ৰিয়। কিন্তু এইবাৰ ইউটিউবৰ পৰা ধন লাভ কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে। তেওঁ ইউটিউবত আপলোড কৰা ভিডিঅ’ৰ পৰা এতিয়া লাভ কৰে মাহে ৪ লাখকৈ টকা। তেওঁ কভিড সময়ছোৱাত উপাৰ্জনৰ বাবে যেন এই … Read more

সংঘৰ্ষৰ পাছতে চলন্ত বাছৰ তলত সােমাই পৰিল বাইক আৰােহী, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী বাছৰ সৈতে সংঘৰ্ষ বাইকৰ। এই সংঘৰ্ষৰ পাছতে বাইকৰ পৰা ছিটিকি পৰি বাছৰ তলত সােমাল বাইক আৰোহী। চিচিটিভি কেমেৰাত বন্দী হ’ল এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য। অৱশ্যে আশ্চৰ্যজনক ভাৱে প্ৰাণৰক্ষা পৰিল বাইক আৰােহী যুৱকজনৰ। বাছৰ তলত সোমাইয়ো তেওঁ সুস্থভাৱে নিজেই ওলাই আহে বাছৰ তলৰ পৰা। ইয়েই প্ৰমাণ কৰে যে ‘ৰাখে হৰি … Read more

ব্যস্ত পথৰ ট্ৰেফিক চিগনেলত হঠাতে নৃত্য মডেলৰ, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। আজিৰ সময়ত সকলোৱে সামাজিক মাধ্যমত ভাইৰেল হ’বলৈ কোনো এক প্ৰকাৰৰ সমল সৃষ্টি কৰে। আনহাতে সামাজিক মাধ্যমৰ সমল নিৰ্মাতাসকলেও প্ৰতিদিনে কিছুমান নতুন সমলৰ বাবে ডাঙৰ ৰিস্ক অথবা জীৱনৰ ৰিস্ক ল’বলৈ চেষ্টা কৰে। সেই অনুসৰি এইবাৰ তেনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে। য’ত এগৰাকী মডেলে ট্ৰেফিক চিগনেলত ৰঙা লাইট জ্বলি থকা সময়ত নৃত্য কৰা দেখা … Read more

আৰক্ষীক উৎকােচ দাবী! এহেজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ কােষাগাৰৰ মহিলা কৰ্মচাৰী

নিউজ ডেস্ক। বিভিন্ন কাম কৰি দিয়াৰ বিনিময়ত একাংশ দুৰ্নীতি পৰায়ণ চৰকাৰী কৰ্মচাৰীয়ে সাধাৰণ লােকৰ পৰা উৎকােচ দাবী কৰাটাে তেনেই সাধাৰণ ঘটনা। কিন্তু এইবাৰ এখােপ আগুৱাই গৈ আৰক্ষীৰ পৰাই উৎকােচ দাবী কৰিলে কােষাগাৰৰ মহিলা কৰ্মচাৰীয়ে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলা কােষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত। অৱশ্যে এই বিষয়ে তথ্য লাভ কৰি খােদ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই … Read more

ভুলতে বেংক একাউন্টত সোমাল ৫.৫ লাখ টকা, প্ৰধানমন্ত্ৰীয়ে দিয়া বুলি ভাবি কৰিলে খৰচ…

নিউজ ডেস্ক। যেতিয়া অনাকাংক্ষিতভাৱে ধন লাভ কৰা হয় তেতিয়া নিশ্চয় সকলোৰে মনত আনন্দ অনুভৱ হয়। মাহৰ মূৰত যেতিয়া কোনোৱে দৰমহাৰ ধন লাভ কৰে তেতিয়াও নিশ্চয় মনত কিছু আনন্দ অনুভৱ হয়। কিন্তু যেতিয়া বিনা কষ্টৰে ধন লাভ কৰা হয় তাৰ আনন্দ নিশ্চয়কৈ সুকীয়া হৈ পৰে। পিছে এইবাৰ তেনেদৰে ধন লাভ কৰি ঘটিল এক আচৰিত ঘটনা। ভুলতে … Read more

শিহৰণকাৰী! শুই থকা অৱস্থাতে এগৰাকী কণমানিক ডিঙিত মেৰিয়াই ধৰিলে বিষাক্ত ফেঁটীসাপে…

নিউজ ডেস্ক। এক শিহৰণকাৰী দৃশ্য। নিশা শুই থকা অৱস্থাত বিষাক্ত ফেঁটী সাপ মেৰ খালে ৭ বছৰীয়া কন্যা শিশুৰ ডিঙিত। এই কথা গম পাই ভয়তে চিঞৰিলে শিশুটিয়ে। যাৰ ফলত সাপটোৱে দংশন কৰিলে শিশুটিক। পৰৱৰ্তী সময়ত শিশুটিক লৈ যোৱা হয় চিকিৎসালয়লৈ। এই ঘটনা দেওবাৰে সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৱাৰ্ধা জিলাৰ চেলু মহকুমাৰ বৰখেদিত। আৰু সেই শিশু গৰাকীক পদ্মকৰ … Read more

NSD ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি অৰুণাচল প্ৰদেশৰ ৰিকেন নগমলেক

নিউজ ডেস্ক। উত্তৰ-পূব, বিশেষকৈ অৰুণাচল প্ৰদেশৰ নাট্যপ্ৰেমী লােকৰ বাবে এক ভাল খবৰ। নতুন দিল্লীৰ সন্মানীয় নেচনেল স্কুল অৱ ড্ৰামা (এনএছডি)ত সহকাৰী অধ্যাপক (অভিনয়) হিচাপে নিযুক্তি লাভ কৰিছে অৰুণাচল প্ৰদেশৰ ৰিকেন নগমলেয়ে। এনএছডিৰ সহকাৰী অধ্যাপক (অভিনয়) হিচাপে নিযুক্ত হোৱা ৰাজ্যখনৰ তেওঁৱেই হৈছে প্ৰথমজন লোক। নগমলে লৱাৰ চিয়াং জিলাৰ হিমে গাঁৱৰ বাসিন্দা। ইয়াৰ পূৰ্বে তেওঁ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ … Read more