ভাৰত চকাৰৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ সফল সামৰণি

ৰিপ’ৰ্টঃ নৱজিৎ শৰ্মা। ৰাণীত ভাৰত চকাৰৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ সফল সামৰণি। ৰাণীৰ বাহুপাৰাত যোৱা ২ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ তিনিমহীয়া ভাৰত চৰকাৰৰ দ্বাৰা বিকল্প জীৱিকা পদ্ধতিৰ ওপৰত দক্ষতা বিকাশ কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হয় । ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি বিত্ত আৰু উন্নয়ন নিগম ( এন এছ টি এফ ডি চি )ৰ পৃষ্ঠপোষকতাত আৰু ভাৰতীয় উদ্যমিতা … Read more

বৰনদীত নাও বুৰি কথমপি প্ৰাণৰক্ষা শিশুসহ অৰ্ধশতাধিকৰ

নিউজ ডেস্ক। বগামাটিৰ বৰনদীত সংঘটিত হ’ল এটা শিহৰণকাৰী নাও দুৰ্ঘটনা। বগামাটিৰ বনভোজস্থলীত আনন্দ-উল্লাসৰ মাজতে বনভোজকাৰী দলৰ শিশু-পুৰুষ-মহিলাসহ অৰ্ধশতাধিক লোক থকা নাও এখন ডুবি যায় বৰনদীৰ পানীত। বনভোজকাৰীসকলে নদীখন ইপাৰ-সিপাৰ হ’বলৈ নাওখনত উঠিছিল। অধিক যাত্ৰী কঢ়িওৱাৰ বাবে নাওখন পানীত ডুব যায়। নাওখন বৰনদীৰ মাজভাগত ডুব যোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। লগে লগে নৈৰ পাৰত থকা অন্য … Read more