মৰ্মান্তিক! বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা অসমৰ ৩ যুৱকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু, শোকস্তব্ধ পৰিয়াল…
নিউজ ডেস্কঃ পুনৰ বহিঃৰাজ্যত কৰুণ মৃত্যু অসমীয়া যুৱকৰ। এইবাৰ একেলগে প্ৰাণ হেৰুৱালে অসমৰ তিনিজন চফল যুৱকে। বহিঃৰাজ্যত কাম বিচাৰি গৈ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় যুৱক কেইজনে। জানিব পৰা মতে, বাংগালুৰুৰ মাচন্দ্ৰাত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনা। সোমবাৰে নিশা যুৱক কেইজনে কৰ্মস্থলীৰ পৰা ৰুমলৈ উভতি অহাৰ সময়তে ডাম্পাৰে তেওঁলোকক মহটিয়াই নিয়ে। নিহত যুৱক কেইজনৰ পৰিচয় লখিমপুৰ … Read more