অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে মীৰাবাই চানুক নিযুক্তি মণিপুৰ চৰকাৰৰ
নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ভাৰোত্তোলন শাখাত ৰূপৰ পদক লাভ কৰিছিল মীৰাবাই চানুৱে। দেশ তথা মণিপুৰলৈ এই গৌৰৱ কঢ়িয়াই অনাৰ বাবে মীৰাবাই চানুক মণিপুৰ চৰকাৰে প্ৰদান কৰিব অতিৰিক্ত আৰক্ষী অধীক্ষক পদ। এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। এন বীৰেন সিঙে কয় যে মীৰাবাই চানুক ইতিমধ্যে চৰকাৰে ঘোষণা কৰা ১ কোটি টকা প্ৰদানেৰে পুৰস্কৃত … Read more