মৰ্মান্তিক! ক’ভিড-১৯ত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা চিকিৎসকে

নিউজ ডেস্ক। পুনৰ ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। এইবাৰ ৮ মাহৰ অন্তঃসত্ত্বা এগৰাকী মহিলা চিকিৎসকৰ প্ৰাণ কাঢ়ি নিলে ক’ভিডে। এই দুৰ্ভগীয়া চিকিৎসক গৰাকীৰ হৈছে ডিব্ৰুগড়ৰ বৰবৰুৱাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দন্ত চিকিৎসক তথা নাহৰকটীয়াৰ নামফাকিয়াল গাঁৱৰ বাসিন্দা ডাঃ চেঞ্জিং গোহাঁই। বয়স মাত্ৰ ৩৫ বছৰ। জানিব পৰামতে, যোৱা ১৮ মে’ত ক’ভিড-১৯ৰ পৰীক্ষাত পজিটিভ … Read more

বিশিষ্ট শিক্ষাবিদ-বিজ্ঞানী ডঃ ধীৰাজ বৰাৰ আকস্মিক দেহাৱসান

নিউজ ডেস্ক। প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ অধ্যাপক ধীৰাজ বৰাৰ মৃত্যু। তেওঁ গুৱাহাটীৰ অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু গুজৰাটৰ প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক আছিল। শনিবাৰে দিনৰ ১১.৩੦ মান বজাত ৬৯ বছৰ বসয়ত তেওঁ শেষ নিস্বাস ত্যাগ কৰে। গুজৰাটৰ আহমেদাবাদত হাৰ্ট এটেকত তেওঁৰ মৃত্যু ঘটে। উল্লেখ্য যে কিছুদিন পূৰ্বে তেওঁ গুৱাহাটীৰ পৰা আহমেদাবাদৰ … Read more

কিলােত ২.৭੦ লাখ টকা মূল্যৰ আমক সুৰক্ষা দিবলৈ ৬ টাকৈ কুকুৰ-৪ নিৰাপত্তাৰক্ষী নিয়ােগ

নিউজ ডেস্ক। এতিয়া আমৰ বতৰ। আম বুলি কলেই যেন সকলোৰে জিভাৰ পানী ওলাই যায়। গছৰ পৰা যেতিয়া পকা আম সৰি পৰে, তেতিয়া সেই আম খোৱাৰ তৃপ্তিয়েই সুকীয়া। এইবাৰ সেই সোৱাদযুক্ত আমক চুৰৰ পৰা ৰক্ষা কৰিবলৈ এক দম্পতীয়ে ক্ৰয় কৰিলে ৬ টা বিলাতী কুকুৰ। আচৰিত যেন লাগিলেও সেইয়া সঁচা। মধ্য প্ৰদেশৰ জবলপুৰৰ এক দম্পতীয়ে নিজৰ বাৰীত … Read more

দ্য ফ্লাইং শিখ- মিলখা সিঙৰ দেহাৱসান

নিউজ ডেস্ক। পত্নীৰ নিৰ্মল কৌৰৰ মৃত্যুৰ এসপ্তাহ নৌহওঁতে এইবাৰ ক’ভিড-১৯ৰ ওচৰত হাৰ মানিলে বিশ্ববিখ্যাত দৌৰবিদ তথা দ্য ফ্লাইং শিখ নামেৰে জনপ্ৰিয় মিল্খা সিঙে। ক’ভিড নিগেটিভ হৈ ক’ভিড জনিত শাৰীৰিক অসুস্থতাৰ বাবে ৯১ বছৰ বয়সত মৃত্যু হয় কিংবদন্তি দৌৰবিদ মিলখা সিঙৰ। শনিবাৰে পুৱা ০৮:৫৩ বজাত চণ্ডীগড়ৰ PGIMER হাস্পতালত শেষ নিস্বাস ত্যাগ কৰে মিলখা সিঙে। In the … Read more

বৃহৎ সাফল্য! ২১ কোটি টকা মূল্যৰ সোণৰ বিস্কুট জব্দ DRI ৰ, আটক ২

নিউজ ডেস্ক। প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতলৈ নিতৌ যেন সােঁত বৈছে অবৈধ সােণৰ। সহজ ধনৰ লালসাত এই চােৰাং বেহাত নামি পৰিছে বহু লােক। এইবাৰ কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা বিভাগৰ গুৱাহাটী মণ্ডলৰ নেতৃত্বত চলা অভিযানত জব্দ হ’ল বিপুল পৰিমাণৰ চােৰাং সােণৰ বিস্কুট। মণিপুৰৰ ৰাজধানী ইম্ফলত চলিছিল বিভাগটােৰ এই অভিযান। চোৰাং কাৰবাৰীয়ে ব্যৱহাৰ কৰা এখন বাহনত তালাচী চলাই … Read more

LOC ৰ সমীপৱৰ্তী এলেকাত বিদ্যালয় নিৰ্মাণৰ বাবে ১ কোটি টকাৰ অনুদান অক্ষয় কুমাৰৰ

নিউজ ডেস্ক। বলিউড ষ্টাৰ অক্ষয় কুমাৰে বৃহস্পতিবাৰে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে আগবঢ়ায় ১ কোটি টকা। এই ধনেৰে বিদ্যালয়খন নিৰ্মাণ কৰা হ’ব জম্মু কাশ্মীৰৰ বান্দীপােৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ দুৰ্গম তোলাইল গাঁৱত। বৃহস্পতিবাৰে দুপৰীয়া অভিনেতাজন সীমান্ত সুৰক্ষা বাহিনীৰ হেলিকপ্টাৰ যোগে উপস্থিত হয় নিৰোত। তাৰ পিছতেই তেওঁ অঞ্চলটোৰ স্থানীয় লোক আৰু নিৰাপত্তাৰক্ষী সকলৰ সৈতে এক দীঘলীয়া আলোচনাত … Read more

ক’ভিড-১৯ৰ সংক্ৰমণত চিৰিয়াখানাত পুনৰ সিংহৰ মৃত্যু

নিউজ ডেস্ক। বুধবাৰে পুৱা পুনৰ কভিডত আন এক সিংহৰ মৃত্যু হয় তামিলনাডুৰ আৰিগ্নৰ আন্না জীৱ বিজ্ঞান উদ্যান তথা চিৰিয়াখানাত। চিৰিয়াখানা খনৰ চাফাৰি এলেকাত থকা ১২ বছৰীয়া পথ্বনাথন নামৰ সিংহটোৰ মৃত্যু হয়। এই কথা জানিবলৈ দিয়ে চিৰিয়াখানা খনৰ উপ সঞ্চালকে। উপ সঞ্চালক জনে কয়, “যোৱা ৩ জুনত ভূপালৰ National Institute of High Security Animal Diseases (NIHSAD) … Read more

জটিল অস্ত্ৰোপচাৰেৰে প্ৰসূতি সহ নৱজাতকৰ জীৱন ৰক্ষা কৰিলে সেনাৰ চিকিৎসকে

নিউজ ডেস্ক। সেনাৰ এক চিকিৎসকৰ দলৰ প্ৰশংসনীয় কাৰ্য। প্ৰসূতি আৰু নৱজাতকৰ জীৱন ৰক্ষাৰ বাবেই সম্পন্ন কৰিলে এক জটিল অস্ত্ৰোপচাৰ। এই অস্ত্ৰোপচাৰ কৰা হয় অৰুণাচল প্ৰদেশৰ ডাহুংস্থিত সেনাৰ চিকিৎসালয়ত। বুধবাৰে সেনাৰ গজৰাজ শাখাই টুইটাৰ যোগে জানিবলৈ দিয়ে সেই কথা। টুইটাৰত তেওঁলোকে লিখে, “বৰ্তমান কভিড-১৯ ৰ প্ৰত্যাহ্বানৰ সময়ত অৰুণাচলৰ ডাহুংত সেনাৰ চিকিৎসকে এক জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে প্ৰসূতি … Read more

অসমৰ এইখন প্ৰতিবেশী ৰাজ্যত বাতিল হ’ল দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

নিউজ ডেস্ক। ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বুধবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ চূড়ান্ত সিদ্ধান্ত লয় মণিপুৰ চৰকাৰে। এই কথা পৃথকে পৃথকে ঘোষণা কৰে মণিপুৰ মাধ্যমিক শিক্ষা পৰিষদ আৰু মণিপুৰ উচ্চ শিক্ষা পৰিষদে। এই সন্দৰ্ভত মণিপুৰ মাধ্যমিক শিক্ষা পৰিষদে কয়, “কভিড-১৯ ৰ অনিশ্চিত পৰিস্থিতিৰ সন্দৰ্ভত বিভিন্ন জনৰ পৰা অহা পৰামৰ্শ অনুসৰি পৰিষদে উচ্চ মাধ্যমিক পৰীক্ষা ২০২১ … Read more

৫ লাখ টকা ব্যয় কৰি হাউছিং ছছাইটিত প্ৰতিষেধক ল’লে ৩৯੦ জনে, পােহৰলৈ আহিল ভয়ানক ঘটনা

নিউজ ডেস্ক। কোৰোনাৰ পৰা ৰক্ষা পাবলৈ সকলোৱে গ্ৰহণ কৰিছে প্ৰতিষেধক। বহুতো চেষ্টা কৰিও বহুতে সক্ষম হোৱা প্ৰতিষেধক গ্ৰহণ কৰিবলৈ। কিন্তু তেনে সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ। ভুৱা প্ৰতিষেধক প্ৰদান কৰি প্ৰায় ৫ লাখ টকা লুট কৰিলে এক দুষ্ট চক্ৰই। এই ঘটনা সংঘটিত হয় মুম্বাইৰ কান্দিৱালি এলেকাৰ হীৰানন্দানি হাউছিং ছছাইটিত। হাউছিং ছছাইটিৰ সকলো লোকেই চিকাৰ … Read more