৪.৪২% লৈ নামিল সংক্ৰমণৰ হাৰ, হ্ৰাস পােৱা নাই দৈনিক মৃত্যুৰ পৰিসংখ্যা
নিউজ ডেস্ক। পুনৰ কাল ক’ৰাণাই ৰাজ্যত ৮੦ জনৰ প্ৰাণ কাঢ়ি নিলে। শুকুৰবাৰে প্ৰকাশিত তথ্যত প্ৰকাশ পাইছে এই সংখ্যা। দিনটােত ৰাজ্যজুৰি নতুনকৈ ৫,৪৩৬ জনক ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে। ৰাজ্যত একেৰাহে ৩ দিনলৈ ৫ শতাংশৰ তলত অৱস্থান কৰিছে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰে। কিন্তু চিকিৎসকৰ বাবে এতিয়াও ক’ভিড-১৯ ৰােগীৰ দৈনিক মৃত্যুৰ পৰিসংখ্যা চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে। শুকুৰবাৰে … Read more