এইবাৰ আৰক্ষী বিভাগত নিযুক্তি তৃতীয় লিংগৰ লোক! একেলগে চাকৰি লাভ কৰিলে ১৩ জনে

নিউজ ডেস্ক। দেশত প্ৰথমবাৰৰ বাবে ছত্তীশগড়ত কনিষ্টবল পদত একেলগে নিযুক্তি দিয়া হ’ল ১৩ জন তৃতীয় লিংগৰ ব্যক্তিক। সোমবাৰে ৰাজ্যখনত ২০১৯-২০ বৰ্ষৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছতেই এই কথা জানিবলৈ দিয়ে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই। জানিব পৰা মতে ১৩ জনক ৪ খন জিলাত নিযুক্তি দিয়া হৈছে। ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান ডি এম আৱাস্থিয়ে এই সন্দৰ্ভত … Read more

বাঁহীৰ সুৰেৰে মোহাচ্ছন্ন কৰা যশস্বী শিল্পী প্ৰভাত শৰ্মা আৰু নাই…

নিউজ ডেস্ক৷ অসমৰ বিশিষ্ট বাঁহীবাদ তথা  লোক সংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মা আৰু নাই৷ ১৯৩৫ চনত বৰপেটাৰ সুন্দৰীদিয়াত জন্ম গ্ৰহণ কৰা প্ৰভাত শৰ্মাই মংগলবাৰে পুৱা প্ৰায় ৬ বজাত গুৱাহাটীৰ নিজ বাসভৱনতে ৮৫ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে৷ ৰাজ্যত বাঁহীবাদনক অনন্য মাত্ৰা প্ৰদান কৰি বিশিষ্ট শিল্পীজনৰ বিয়ােগত ম্ৰিয়মান হৈ পৰিছে তেওঁ আত্মীয় তথা অসংখ্য গুণমুগ্ধসকল৷ মৃত্যুৰ … Read more

টিকট অবিহনে ৰে’লত যাত্ৰা কৰিছিল ২০ আৰক্ষী, জৰিমনা আদায় দিবলৈও হ’ল অমান্তি! তাৰ পাছত…

নিউজ ডেস্ক। একাংশ লােকে নিজৰ পদ মৰ্যাদা লাঘৱ কৰি আইন হাতত তুলি লােৱা ঘটনা কােনাে নতুন কথা নহয়। কিন্তু এইবাৰ নিজেই আইন ভংগ কৰি আইনৰ ৰােষত পৰিল ২੦ জনকৈ আৰক্ষীৰ লােক। জানিব পৰা মতে, ৰে’লত টিকট অবিহনে যাত্ৰা কৰােঁতে টিটইৰ হাতত ধৰা পৰিছিল ২੦ জনকৈ আৰক্ষীৰ লােক। কিন্তু আইন মতে নিৰ্ধাৰিত জৰিমনা আদায় দিয়াৰ পৰিৱৰ্তে … Read more

এইবাৰ সেনাৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল! সমগ্ৰ দেশতে স্থগিত ৰখা হ’ল পৰীক্ষা

নিউজ ডেস্ক। সমগ্ৰ দেশত হ’বলগীয়া ভাৰতীয় সেনাৰ সাধাৰণ কৰ্তব্য (GD) বিভাগৰ কৰ্মচাৰীৰ পৰীক্ষা বাতিল কৰা হ’ল। প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবেই স্থগিত ৰখা হ’ল এই পৰীক্ষা। পুনেত যোৱা নিশা কোনো দুৰ্বৃত্তই ফাদিল কৰে এই প্ৰশ্নকাকত। দেওবাৰে এই কথা জানিবলৈ দিয়ে সেনাৰ নিযুক্তি কৰ্তৃপক্ষই। সেনাৰ এজন বিষয়াই কয় যে, সেনাৰ নিযুক্তিৰ শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰা … Read more

হাতেৰে ঘূৰালেই বাজি উঠে এক ব্যতিক্ৰমী বাঁহী! জাপানলৈ ৰপ্তানি কৰি চৰ্চিত এজন শিল্পী

নিউজ ডেস্ক। সাধাৰণতে শিল্পী সকলে ওঁঠৰ সহায়ত বজায় বাঁহী। কিন্তু এইবাৰ এজন শিল্পীয়ে সৃষ্টি কৰিছে এক ব্যতিক্ৰমী বাঁহী যিটো বাঁহী বজাবলৈ প্ৰয়োজন নহয় ওঁঠৰ। আপুনি যদি হাতেৰে মুকলি বতাহত ইয়াক ঘুৰাই দিয়ে অথবা লৰচৰ কৰে তেন্তে ই বিভিন্ন ছন্দত বাজি উঠিব। আপুনি যিটো লয়ত বাঁহীটো লৰচৰ কৰিব, সেই অনুসৰি ই বাজি উঠিব এক ছন্দেৰে। বাঁহেৰে … Read more

অটােৰিক্সাত ভ্ৰাম্যমাণ ঘৰ নিৰ্মাণ কৰি চৰ্চিত এজন লােক, যৌথভাৱে কাম কৰাৰ প্ৰস্তাৱ দিলে আনন্দ মহিন্দ্ৰাই

নিউজ ডেস্ক। কিছুদিন পূৰ্বে গৃহ নিৰ্মাতা অৰুণ প্ৰভুৰ এক অপূৰ্ব সৃষ্টি ভাইৰেল হৈ পৰিছিল সৰ্বত্ৰে আৰু বৰ্তমান তেওঁৰ আকৰ্ষণীয় সৃষ্টিত মোহিত হৈ তেওঁৰ সৈতে একেলগে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে দেশৰ প্ৰখ্যাত ব্যৱসায়ী আনন্দ মহিন্দ্ৰাই। অৰুণ প্ৰভুৱে সৃষ্টি কৰিছিল এখন অটোৰিক্সাৰ ওপৰত এটা ক্ষুদ্ৰ ঘৰ য’ত আছিল এখন বিচনা সহ শোৱনি কোঠা, পাকঘৰ আৰু স্নানাগাৰ। … Read more

হাইপ্ৰফাইল চুৰ! চুৰিকাণ্ডৰ বাবে ক্ৰয় কৰি ললে ৯০ লাখ টকাৰ ভূমি, সুৰংগ খান্দি প্ৰতিবেশীৰ ঘৰত চুৰিকাণ্ড

নিউজ ডেস্ক। এক আচৰিত চুৰিকাণ্ড। মাটিৰ তলেৰে সুৰংগ খান্দি চিকিৎসকৰ ঘৰত চুৰি কৰিলে চোৰে। এটা ৰূপ ভৰ্ত্তি বাকচ চুৰি কৰিবৰ বাবেই চোৰে বাছি ললে এই পদ্ধতি। আনকি চুৰ কৰিবলৈ সুবিধা হোৱাকৈ চোৰে ক্ৰয় কৰি ললে চিকিৎসকৰ ঘৰৰ কাষৰ মাটি। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত। ঘটনা অনুসৰি, জয়পুৰৰ ডাঃ সুনিত চনি নামৰ চিকিৎসক জনৰ ঘৰত … Read more

নিৰ্বাচনৰ পূৰ্বে ছবিগৃহলৈ আহি আছে জুবিনৰ ‘ৰাজনীতি’! মুকলি হ’ল টিজাৰ

ৰাজনীতি

অহা ২৬ মাৰ্চত ছবিগৃহত মুক্তি পাব জুবিনৰ ‘ৰাজনীতি’ নিউজ ডেস্ক। অসমীয়া ছবি জগতৰ বাবে এক সুখবৰ! অহা ২৬ মাৰ্চত ছবিগৃহত মুক্তি পাব নতুন অসমীয়া ছবি ‘ৰাজনীতি’ ৷ ৰামধেনু প্ৰডাকছনৰ বেনাৰ নিৰ্মাণ কৰা এই ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গ, তপন দাস, বৰষাৰাণী বিষয়া, গীতাৱলী ৰাজকুমাৰী, সন্দীপ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেবাজনাে বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে। … Read more

হঠাতে নাৱৰ পৰা সাগৰত জাঁপ দিলে ৰাহুল গান্ধীয়ে! তাৰ পাছত…

ৰাহুল গান্ধী

নিউজ ডেস্ক। হঠাতে মাজ সাগৰত নাৱৰ পৰা জঁপিয়ালে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে! ৰাহুলৰ পিচে পিচে জাঁপ দিলে মাছমৰীয়াই! কিন্তু হঠাতে কিয় এনে কৰিলে ৰাহুলে? দৰাচলতে কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীক মঙ্গলবাৰে কেৰেলাত দেখা গ’ল অন্য ৰূপত। কেৰেলাৰ কল্লাম জিলাৰ থাংগাচাৰী উপকূলত সাংসদজনে সাগৰৰ মাছমৰীয়াৰ লগত নাওঁ চলাই মাছ ধৰাৰ লগতে সাঁতুৰায়ো দেখা পোৱা … Read more

CCTV কেমেৰাত বন্দী মাৰুতি ছুইফ্টৰ সৈতে টেংকাৰৰ সংঘৰ্ষ, নিহত ৬ কলেজীয়া ছাত্ৰ

নিউজ ডেস্ক। ৰাজপথত পুনৰ সংঘটিত হ’ল এক শােকাৱহ পথ দুৰ্ঘটনা। নিজৰ কলেজীয়া বন্ধুৰ জন্মদিন উদযাপন কৰি ঘৰলৈ ওভতাৰ পথত মৃত্যুক আঁকােৱালি ল’লে ৬ কলেজীয়া বন্ধুৱে। মধ্যপ্ৰদেশৰ ইন্দােৰ চহৰত সংঘটিত হয় এক ঘটনা। নিশা ১.੦৫ বজাত পথৰ কাষত ৰখাই থােৱা টেংকাৰত পাছফালৰ পৰা খুন্দিয়ায় এখন তীব্ৰবেগী যাত্ৰীবাহী মাৰুতি ছুইফ্ট গাড়ীয়ে। এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে … Read more