হায়দৰাবাদত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছুইগীত কৰ্মৰত অসমৰ অমৰ ৰাভাই

নিউজ ডেস্ক। খাদ্য বিতৰণ প্ৰতিষ্ঠানত ডেলিভাৰী বয় হিচাপে কাম কৰি থকা অসমৰ এজন ৩৪ বছৰীয়া যুৱকৰ সোমবাৰে হাইদৰাবাদত পথ দুৰ্ঘটনাত মৃত্যু হয়। ঘটনাটো সংঘটিত হোৱাৰ সময়ত অমৰ ৰাভা নামৰ মৃত যুৱকজনে হায়দৰাবাদত খাদ্যৰ হােম ডেলিভাৰী কৰাৰ উদ্দেশ্যে গৈ আছিল। এই ঘটনাই হায়দৰাবাদত খাদ্য বিতৰণ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ বাবে কাম কৰা শ শ ডেলিভাৰী বয়ৰ মাজত … Read more

গৰুক গো-মাতা বুলি পূজা কৰা বিজেপিৰ নেতাই উজনি অসমত চলাই আহিছিল গৰুৰ ছিণ্ডিকেট! অৱশেষত গ্ৰেপ্তাৰ

গো-আইন প্ৰণয়ন কৰি গো-সুৰক্ষাৰ কথা কয় বিজেপিয়ে। গৰুক গো-মাতা বুলি পূজা কৰি অতি হিন্দুত্ববাদী আদৰ্শ প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা বিজেপি চৰকাৰৰ একাংশ নেতা-পালিনেতাই পিছে অবৈধ গৰু ছিণ্ডিকেট চলাই আছে। শেহতীয়াকৈ উজনি অসমৰ গৰু ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ আৰক্ষীৰ জালত পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। থাওৰা সমষ্টিৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ অতি ঘনিষ্ঠ … Read more

দশম মহলাৰ পৰা তললৈ সৰি পৰিল ১১ বছৰীয়া ছাত্ৰী, মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। এপাৰ্মেণ্টৰ দশম মহলাৰ পৰা তললৈ সৰি পৰিল এগৰাকী ১১ বছৰীয়া স্কুলীয়া ছাত্ৰী। যাৰ ফলত মৃত্যু হয় ছাত্ৰী গৰাকীৰ। এই ঘটনা যোৱা শনিবাৰে আবেলি ৪:৩০ মান বজাত সংঘটিত হয় মুম্বাইৰ বৰিভলি লিংক ৰোডৰ এএইচচিএল হোমছ নামৰ এটা এপাৰ্টমেণ্টত। ছাত্ৰী গৰাকীৰ নাম হেতৱী মেহতা বুলি জানিব পৰা যায়। তেওঁ মাক আৰু ককাক-আইতাকৰ … Read more

৫৯ বছৰতো যুৱতীৰ দৰে ৰেম্পত খোজ অধ্যাপিকাৰ

নিউজ ডেস্ক। একাগ্ৰতা আৰু আত্মবিশ্বাস প্ৰৱল হ’লে ইস্পিত লক্ষ্যত উপনীত হ’বলৈ বয়সেও বাধা দি ৰাখিব নোৱাৰে। সেই কথাই আকৌ এবাৰ প্ৰমাণ কৰিলে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিভাগৰ মুৰব্বী অধ্যাপিকা ৫৯ বছৰীয়া ড০ দীপালী দাসে। অলপতে নতুন দিল্লীৰ ‘ক্ৰাউন প্লাজা’ত অনুষ্ঠিত মিছেছ ইণ্ডিয়া ইণ্টাৰনেছনেল কুইন, ২০২০ সৌন্দৰ্য প্ৰতিযোগিতাত ড০ দাসে ‘মিছেছ ইণ্ডিয়া ডিলিজেণ্ট’ খিতাপ অৰ্জন কৰিবলৈ … Read more

ভাৰত চকাৰৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ সফল সামৰণি

ৰিপ’ৰ্টঃ নৱজিৎ শৰ্মা। ৰাণীত ভাৰত চকাৰৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ সফল সামৰণি। ৰাণীৰ বাহুপাৰাত যোৱা ২ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ তিনিমহীয়া ভাৰত চৰকাৰৰ দ্বাৰা বিকল্প জীৱিকা পদ্ধতিৰ ওপৰত দক্ষতা বিকাশ কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হয় । ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি বিত্ত আৰু উন্নয়ন নিগম ( এন এছ টি এফ ডি চি )ৰ পৃষ্ঠপোষকতাত আৰু ভাৰতীয় উদ্যমিতা … Read more