October 19, 2020 0

এইবাৰ কেৱল মহিলাৰ দ্বাৰা গঠন হ’ল নতুন আঞ্চলিক ৰাজনৈতিক দল!

By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত। গঠন হৈছে ইটোৰ…

October 18, 2020 0

তিল-চাউলৰে চিত্ৰ অংকন কৰা যুৱকলৈ ধন্যবাদ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By NEWS DESK

ছিপাঝাৰ। অসমত বিভিন্ন প্ৰক্ৰিয়াৰে চিত্ৰ অংক কৰে বহু শিল্পীয়ে। কোনোৱে যদি গছৰ পাতত চিত্ৰ অংকন কৰি চৰ্চা লাভ কৰিছে, আন…

October 18, 2020 0

আছু সদায় অৰাজনৈতিক হৈ থকাটাে বিচাৰে অসমৰ ৰাইজেঃ সমুজ্জল ভট্টাচাৰ্য

By NEWS DESK

দীঘলীয়া বিৰতিৰ পাছত ৰাজহুৱা সভাত আছুৰ উপদেষ্টা নৱজিৎ শৰ্মা। সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই…

October 18, 2020 0

মৰ্মান্তিক! চােৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ জােৱানৰ মৃত্যু

By NEWS DESK

জােৱান জনৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ অসম আৰক্ষীৰ মানকাচৰ। ৰাজ্যৰ গৰুৰ আন্তঃৰাষ্ট্ৰীয় চােৰাং বেহা ৰােধ কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে…

October 18, 2020 0

ভয়ংকৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে অতি কমেও ১৬জন লোকে!আহত শতাধিক…

By NEWS DESK

পুনৰ ভয়ংকৰ বিস্ফোৰণত কঁপিল আফগানিস্থান। ভয়ংকৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱালে অতি কমেও ১৬জন লোকে। আনহাতে গুৰুতৰভাৱে আহত হৈছে শতাধিক লোক।…

October 18, 2020 0

হিমন্তৰ সমষ্টিত ২০২১ ৰ নিৰ্বাচনী সমীক্ষা ন-কংগ্ৰেছী আৰ পি শৰ্মাৰ

By NEWS DESK

কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা হ’ব পাৰে বিপিএফৰঃ আৰ পি শৰ্মা শুৱালকুছি / হাজাে। অহা ২੦২১ বছৰৰ অসম বিধানসভাৰ নিৰ্বাচনক লৈ…

October 18, 2020 0

দুলীয়াজান অধিৱেশনত আছুৰ পৰা অৱসৰ ল’ব ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই!

By NEWS DESK

দীৰ্ঘদিনীয়া মৌনতা ভংগ কৰি বিস্ফোৰক মন্তব্য আগবঢ়াইছে ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই। দুলীয়াজান অধিৱেশনত আছুৰ পৰা অৱসৰ ল’ব ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই। সদৌ…

October 18, 2020 0

নগাঁৱত গো-মাংসৰ দোকান বন্ধৰ দাবী মুছলমান সম্প্ৰদায়ৰ লোকৰ!

By NEWS DESK

গো-মাংসক লৈ ৰাজ্যত বিভিন্ন বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ মুছলমান সম্প্ৰদায়ৰ লোকে তুলিলে গো-মাংস বন্ধ কৰাৰ দাবী। নগাঁৱত গো-মাংসৰ দোকান…

October 18, 2020 0

৮মাহৰ অন্তত পুনৰ আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ মাজত বিমান সেৱা!

By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ। ইতিমধ্যে কৰ’ণাৰ ভয়াৱহতাৰ বাবে দেশজুৰি স্তব্ধ হৈ পৰিছিল জনজীৱন। কিন্তু শেহতীয়াভাৱে কৰ’ণা কেন্দ্ৰীক…